• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্য আৰু কেন্দ্ৰত চলিছে অমানুহৰ চৰকাৰ, কোন বিধায়কে কৰিলে এই মন্তব্য?

ইয়াছিন আলী by ইয়াছিন আলী
February 24, 2021 2:41 pm
bhaba
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ততা বাঢ়িছে ৰাজনৈতিক দল তথা দলীয় নেতা কৰ্মী সকলৰ।

মাণিকপুৰত আয়োজিত বুথ সন্মিলনি সংকল্প সভাত ৰাজ্য আৰু কেন্দ্ৰত অমানুহৰ চৰকাৰ চলিছে বুলি মন্তব্য কৰে বিধায়ক আব্দুল হাই নাগৰীয়ে ।

Apply Now

যি চৰকাৰে মানুহৰ কথা চিন্তা নকৰি জাতপাতৰ ৰাজনীতি কৰে, সাম্প্ৰদায়িক বিষবাস্প বিয়পায় আৰু চৰকাৰী সম্পদ বিক্ৰী কৰি নিজৰ মুনাফা আদায় কৰে।

অসমত দুজন মূখ্যমন্ত্ৰী আছে, তাৰে সৰ্বানন্দ সোণোৱালে পুতলাৰ দৰে কাম কৰে আৰু হিমন্ত বিশ্ব শৰ্মাই সকলো পৰিচালনা কৰে।

আজি মানিকপুৰ বজাৰ গৃহত  ব্লক কংগ্ৰেছৰ সভাপতি নাছিৰ উদ্দিন আহম্মেদৰ সভাপতিত্বত অনুষ্ঠিত সভাত

সভাত স্হানীয় বিধায়ক আব্দুল হাই নাগৰীয়ে আদৰণি ভাষনত এইদৰে কয় ।

বিজেপি চৰকাৰে ৰাজ্যত হিংসা বিদ্বেষ সৃষ্টি কৰি ভাতৃত্ববোধ বিনষ্ট কৰিছে বুলি কয় নাগৰিয়ে। ছত্তীছগঢ়ৰ পৰা অহা বুথ প্ৰশিক্ষক ৰাজেন্দ্ৰ শাহুৱে নৰেন্দ্ৰ মোডী চৰকাৰক সমালোচনা কৰি সীমা পাৰ কৰি মোডী চৰকাৰে দেশত শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ লগতে দেশৰ সম্পদ বিক্ৰী কৰি আছে।

দেশৰ অৰ্থনৈতিক অৱস্থা ধ্বংসৰ মুখলৈ ঠেলি দিছে বুলি শাহুৱে কয়।আনহাতে বঙাইগাঁও জিলা কংগ্ৰেছৰ তত্বাৱধায়ক মেহদি আলমে উপস্থিত থকা হেজাৰ হেজাৰ কংগ্ৰেছ কৰ্মীক কংগ্ৰেছক ভোট দিবলৈ শপত বাক্য পাঠ কৰায়।

সভাত জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আবুল কাশেম, সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ সভাপতি আফছেৰ আলী, প্ৰাথিত্ব প্ৰত্যাশী ৰমিজ উদ্দিন, জেবিন আৰা আহমেদ, কৰিম বনিয়াই ভাষণ দিয়ে ।

সভাত নুৰুল ইছলাম, ওমেদ আলী মণ্ডল, আব্দুল বাতিন, লিয়াকত আলী আহমেদ, নাজিমা খাতুন, কৰিম বনিয়া আদি কৰি প্ৰায় ১৬ জন কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে উপস্থিত থাকে। আনহাতে বুথ সংকল্প শিৱিৰৰ সভাৰ বাবে বাহিৰত আৰি দিয়া বৃহৎ বেনাৰত ১৬ জন দাবীদাৰৰ ফটো দেখা যায় যদিও স্থানীয় বিধায়ক আব্দুল হাই নাগৰিৰ ফটো দেখা নাযায়।

এই কাৰ্যক একাংশ কংগ্ৰেছ কৰ্মীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে আন একাংশই বিসম্বাদৰ বহি:প্ৰকাশ বুলি কয়।

যি সময়ত আন আন দলে নিজৰ ভেটি মজবুত কৰাত ব্যস্ত তেনে সময়তে কংগ্ৰেছৰ মাজত  এনে কায্যই সচেতন মহলে সহজভাৱে লব পৰা নাই।

আনহাতে ৰঙাপানী আৰু ভালাৰচৰ গাওঁ পঞ্চায়তৰ পৰা শতাধিক অগপ কৰ্মী আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে।

ইয়াছিন আলী

ইয়াছিন আলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

September 30, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd