• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পত্নীক হত্যা কৰি পতিয়ে ক’লে- ‘‘চাহ বনাবলৈ মন নকৰি খং উঠাই লৈছিল বাবে হত্যা কৰিলো’’! ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2021 10:11 am
319
VIEWS
Share on FacebookShare on Twitter

পিতৃতান্ত্ৰিক পৰিৱেশত নাৰীৰ অধিকাৰক লৈ বম্বে উচ্চ ন্যায়ালয়ে এটা বক্তব্য প্ৰদান কৰিছে যে বিবাহ হৈছে আদৰ্শগতভাৱে সমতাৰ ওপৰত প্ৰতিষ্ঠিত এটা বান্ধোন

উচ্চ ন্যায়ালয়ে দোষী সাব্যস্ত কৰা এজন লোকৰ এখন আবেদনমৰ্মে ন্যায়ালয়ে বক্তব্যটো প্ৰদান কৰিছে।

২০১৩ চনত নিজৰ পত্নীক হাঁতুৰিৰে কোবাই হ্ত্যা কৰাৰ দোষত সন্তুষ আটকাৰ (৩৬) নামৰ লোকজনে দহ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ মুখামুখি হৈছে।

হত্যা কৰাৰ উপৰিও হত্যকাণ্ডটোৰ সকলো প্ৰমাণ তেওঁ ধ্বংস কৰি পেলাইছিল।

ব্যক্তিজনে ন্যায়ালয়ত প্ৰদান কৰা আবেদনখনত তেওঁ লিখিছিল যে পত্নীয়ে চাহ বনাবলৈ অস্বীকাৰ কৰি তেওঁক খং উঠাইছিল, যাৰ ফলত দুৰ্ভাগ্যজনক ঘটনাটো হ’বলৈ পালে।

বম্বে উচ্চ ন্যায়ালয়ে পত্নী হত্যাকাৰী আটকাৰক হত্যাকাণ্ড স্বীকাৰ নকৰা আৰু অপৰাধৰ প্ৰমাণসমূহ নষ্ট কৰাৰ বাবে ভাৰতীয় দণ্ডবিধি আইনৰ ক্ৰমে ২০১ আৰু ৩০৪ ধাৰাৰমতে ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছে।

‘‘বিবাহ হৈছে আদৰ্শগতভাৱে সমতাৰ ওপৰত প্ৰতিষ্ঠিত এটা বান্ধোন।’’ বম্বে’ উচ্চ ন্যায়ালয়ে কয়- ‘‘এইধৰণৰ ঘটনাসমূহ নতুন নহয়। এনেধৰণৰ ঘটনাসমূহে লিংগবৈষম্যক প্ৰতিফলন কৰে।’’

পত্নীক সম্পত্তিৰ দৰে গণ্য কৰাৰ এই মধ্যযোগীয় ধাৰণাটো সংখ্যাগৰিষ্ঠ লোকৰ মাজত এতিয়াও বৰ্তি আছে বুলি বম্বে ন্যায়ালয়ে কয় যে ই দুৰ্ভাগ্যজনক।

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd