• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰদূষণ ৰোধৰ বাবে দিল্লীত আপ চৰকাৰৰ বিশেষ পদক্ষেপ : ব্যৱহাৰ কৰিব ইলেক্ট্ৰিক গাড়ী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2021 11:42 am
352
VIEWS
Share on FacebookShare on Twitter

দিল্লী চৰকাৰৰ সকলো বিভাগে কেৱল ইলেক্ট্ৰিক বাহন ব্যৱহাৰ কৰিব। উপমুখ্যমন্ত্ৰী মনিষ চিচ’দিয়াই বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে।

তেওঁ জনায় যে অহা ছমাহৰ ভিতৰত এই ইলেক্ট্ৰিক বাহনসমূহৰ ব্যৱস্থা কৰা হ’ব। উল্লেখযোগ্য যে দিল্লী চৰকাৰৰ বিভিন্ন বিভাগত ২,০০০খনৰো অধিক বাহন আছে।

তদুপৰি তেওঁ আশা প্ৰকাশ কৰে যে তেওঁলোকৰ এই সিদ্ধান্তটোৱে দেশখনৰ আন চহৰসমূহকো প্ৰদূষণ নিয়ন্ত্ৰণ আৰু জলবায়ু পৰিবৰ্তন ৰোধৰ ক্ষেত্ৰত উৎসাহ যোগাব।

This will go a long way in curbing pollution in Delhi.

Delhi is fast becoming a modern city. Every Indian is proud of Delhi https://t.co/8M0UZeLuCf

— Arvind Kejriwal (@ArvindKejriwal) February 25, 2021

ইয়াৰ দুদিন পূৰ্বে আম আদমী পাৰ্টি নেতৃত্বাধীন চৰকাৰখনে ‘‘চুইছ দিল্লী’’ নামৰ কেম্পেইন এটাৰ আৰম্ভণি কৰিছিল। ইয়াৰ লক্ষ্য হৈছে ব্যক্তিগত গাড়ীৰ মালিকসকলে ইলেক্ট্ৰিক বাহনৰ ব্যৱহাৰ কৰা।

তদুপৰি চৰকাৰে এই কেম্পেইনটোত কৈছে যে গাড়ীসমূহ চাৰ্জ দিবৰ বাবে চহৰখনত চাৰ্জিং পইণ্টৰ ব্যৱস্থা কৰা হ’ব।

উল্লেখযোগ্য যে বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰ নতুন দিল্লীৰ জলবায়ু অস্বাস্থ্যকৰ হিচাপে পৰিগণিত হৈ আহিছে। তদুপৰি প্ৰদূষণৰ বাবে সঘন জলবায়ু পৰিবৰ্তনৰ দৃষ্টান্তও চহৰখনৰ আছে।

Recent News

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd