• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাংবাদিক জামাল খাছ’গ্গী হত্যাকাণ্ড : আমেৰিকাৰ যুক্তৰাষ্ট্ৰই সাঙুৰিলে আৰৱৰ ৰাজপুত্ৰক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2021 3:58 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবেদনত চৌদী আৰৱৰ ৰাজপুত্ৰ তথা দেশখনৰ ভাবী ৰজা মহমম্দ বিন চালমানক এজন সাংবাদিক হত্যাৰ স’তে সাঙোৰ খাইছে।

ৱাশ্বিংটন প’ষ্ট কাকতৰ স্তম্ভলেখক তথা আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰ্জিনিয়াৰ বাসিন্দা জামাল খাছ’গ্গী(৫৯)ক ২০১৮ চনত চৌদী আৰৱৰ আততায়ীয়ে তুৰ্কীৰ ইনষ্টানবুলত হত্যা কৰিছিল।

Apply Now

আৰৱৰ ৰাজপুত্ৰজনে হাতত লোৱা বিভিন্ন আঁচনি-কৰ্মপদ্ধতিসমূহৰ সমালোচনা কৰাৰ বাবেই সাংবাদিকজনে প্ৰাণ হেৰুৱাব লগা হয়।

ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাৰ সঞ্চালকজনে প্ৰকাশ কৰা চাৰি পৃষ্ঠাৰ প্ৰতিবেদনখনত দাখিল কৰা মতে, সাংবাদিকজনক হত্যা অথবা আটক কৰাৰ ষড়যন্ত্ৰটোক চৌদী ৰাজপুত্ৰজনে সন্মতি জনাইছিল।

প্ৰতিবেদনখনত কোৱা হৈছে যে ২০১৭ চনৰ পৰা চৌদী ৰাজপুত্ৰজনে দেশখনৰ প্ৰতিৰক্ষা আৰু চোৰাংচোৱা সংস্থাসমূহৰ পূৰ্ণ ক্ষমতা হাতত লৈছিল, সেইবাবে তেওঁৰ সন্মতি অবিহনে হত্যাৰ ষড়যন্ত্ৰটো হাতত লোৱা কথাটোৰ ভিত্তি নাই।

আনহাতে চৌদী চৰকাৰে হত্যকাণ্ডটোৰ স’তে ৰাজপুত্ৰজন জড়িত থকাৰ বিষয়টো অস্বীকাৰ কৰি আহিছে।

উল্লেখযোগ্য যে ইতিমধ্যে যুক্তৰাষ্ট্ৰই ৭৬জন চৌদী নাগৰিকক এই ঘটনাটোৰ সন্দৰ্ভত যুক্তৰাষ্ট্ৰৰ ভিছা নিষিদ্ধ ঘোষণা কৰিছিল কিন্তু চৌদী আৰৱৰ স’তে কূটনৈতিক সম্পৰ্ক বাহাল ৰাখিবৰ বাবে ৰাজপুত্ৰজনক ৰেহাই দিছিল।

ইতিমধ্যে যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিদেনে কৈছে যে ৰাজনৈতিক বিৰোধীক হত্যা কৰাটো যুক্তৰাষ্ট্ৰৰ বাবে গ্ৰহণযোগ্য নহয়। কিন্তু চৌদী আৰৱৰ স’তে থকা তেলৰ চুক্তি আৰু চৌদী-যুক্তৰাষ্ট্ৰৰ উভয়শত্ৰু ইৰাণৰ বিৰুদ্ধে কূটনৈতিক বন্ধুত্বৰ বাবে ৰাষ্ট্ৰপতিজনে চৌদী ৰাজপুত্ৰজনক হত্যাকাণ্ডটোৰ স’তে সাঙোৰা নাছিল।

এটা টেলিভিছন সাক্ষাৎকাৰত বিডেনে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই কিছু নীতি সলনি কৰিছে, চৌদী আৰৱে যুক্তৰাষ্ট্ৰৰ স’তে সুসম্পৰ্ক ৰক্ষা কৰিবলৈ হ’লে দেশখনৰ ওপৰত আৰোপিত মানৱ অধিকাৰ দমনৰ অভিযোগসমূহৰ পৰা মুক্ত হ’ব লাগিব।

উল্লেখযো্গ্য যে প্ৰতিবেদনখন পূৰ্বৰ ৰাষ্ট্ৰপতি ডণাল্ড ট্ৰাম্পৰ কাৰ্যকালতে প্ৰস্তুত কৰা হৈছিল কিন্তু তেওঁ সেয়া ৰাজহুৱা কৰিবলে মান্তি নহৈছিল। কিন্তু বিডেনে কয় যে তেওঁ কাৰ্যভাৰ লোৱাৰ পাছতে প্ৰতিবেদনখনক গুৰুত্ব দিয়া হয়।

তদুপৰি মানৱ অধিকাৰৰ বিষয়টোৰা বাবে যুক্তৰাষ্ট্ৰই চৌদী আৰৱক মৰণাঅস্ত্ৰ যোগান বন্ধ কৰাৰো সিদ্ধান্ত লৈছে।

অৱশ্যে, চৌদী আৰৱৰ স’তে ২০১৫ চনৰ পৰমাণু চুক্তিখন বিডেন মন্ত্ৰালয়ে অক্ষুণ্ন ৰাখিছে আৰু ইছলামিক উগ্ৰবাদ, আৰৱ-ইজৰায়েলী মিত্ৰতা, ইৰাণ সম্পৰ্কত চৌদীৰ স’তে সম্পৰ্ক অব্যাহত ৰাখিছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’ত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’ত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

August 31, 2026 8:14 am
গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am
অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’ত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’ত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ ধৃত দম্পত্তি

August 31, 2026 8:14 am
গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd