• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

উত্তম শইকীয়া by উত্তম শইকীয়া
February 27, 2021 9:11 pm
index.jpgb
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তক বিধানসভা নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবে বোকাখাত মহকুমা প্রশাসনে নির্বাচন সংক্রান্তীয় বিভিন্ন কাম-কাজৰ ব্যাপক প্রস্তুতি আৰম্ভ কৰিছে।

বিধানসভা নির্বাচনৰ সু-পৰিচালনাৰ বাবে বোকাখাত মহকুমা প্ৰশাসনে বিভিন্ন কোষ গঠন কৰি প্ৰতিটো কোষকে নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰিবলৈ নিদের্শ দিছে।

Apply Now

নির্বাচনী আয়োগে অসম বিধানসভা নির্বাচনৰ ভোটগ্রহণৰ তাৰিখ নির্ধাৰণ কৰাৰ পাছতে শনিবাৰে বোকাখাত মহকুমাধিপতিৰ কার্যালয়ৰ সভাকক্ষত মহকুমাধিপতি বিপুল দাসৰ পৌৰহিত্যত সকলো ৰাজনৈতিক দলৰ প্রতিনিধিৰ উপস্থিতিত নির্বাচনী আচৰণ বিধি সম্পর্কত এখনি জৰুৰী সভা অনুষ্ঠিত হয়।

সভাত মহকুমাধিপতি তথা বোকাখাত জিলা নির্বাচনী বিষয়া বিপুল দাসে নির্বাচনী আয়োগে প্রনয়ন কৰা নির্বাচন সংক্রান্তীয় নীতি নির্দেশনাসমূহ, পোষ্টেল বেলট প্ৰক্ৰিয়া তথা ভোটদানৰ ক্ষেত্ৰত নির্বাচনী আয়োগে নিৰ্ধাৰণ কৰা কোভিড-১৯ৰ নির্দেশাৱলীসমূহ বিশদভাবে ব্যাখ্যা কৰে।

ইয়াৰ লগতে প্ৰতিটো ৰাজনৈতিক দলকে শান্তিপূর্ণভাৱে নির্বাচন অনুষ্ঠিত কৰাত আৰক্ষী প্রশাসনক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

সভাত বোকাখাতৰ ৰাজহচক্র বিষয়া তথা বিধানসভা নির্বাচনৰ নির্বাচনী আচৰণবিধি কোষৰ ভাৰপ্রাপ্ত বিষয়া মানসজ্যোতি নাথে আগন্তুক ২০২১ৰ বিধানসভা নির্বাচনৰ নির্বাচনী আচৰণ বিধিসমূহৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে।

ইয়াৰ লগতে নির্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ লগে লগে মহকুমা আৰক্ষী-প্রশাসনৰ লগতে নির্বাচনী ব্যয় নিৰীক্ষণ কোষৰ বিষয়ববীয়া আৰু বিভিন্ন ফ্লাইং স্কোৱার্ডসমূহ মহকুমাটোত সষ্টম হৈ থাকিব বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে।

সভাত নিৰ্বাচন সংক্ৰান্তীয় অভিযোগ দাখিলৰ বাবে উপলব্ধ চি ভিজিল এপ আৰু সুবিধা এপৰ ব্যৱহাৰৰ বিষয়েও সভাত আলোচনা কৰা হয়।

উক্ত সভাত নির্বাচনী বিষয়া নিতিশা বৰা আৰু বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱাও উপস্থিত থাকে।

উত্তম শইকীয়া

উত্তম শইকীয়া

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পোৱা প্ৰজনন হাৰক লৈ গভীৰ চিন্তা এলন মাস্কৰ

ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পোৱা প্ৰজনন হাৰক লৈ গভীৰ চিন্তা এলন মাস্কৰ

June 7, 2026 2:26 pm
বিতৰ্কৰ মাজতে আবেগিক হৈ পৰিল খান ছাৰ, বিপৰ্যয়ৰ সময়ত পিতৃয়ে দিলে সাহস, জানক সবিশেষ

বিতৰ্কৰ মাজতে আবেগিক হৈ পৰিল খান ছাৰ, বিপৰ্যয়ৰ সময়ত পিতৃয়ে দিলে সাহস, জানক সবিশেষ

June 7, 2026 2:05 pm
বিশ্বকাপ খেলিবলৈ আহি চিকাগো বিমানবন্দৰত ৭ ঘণ্টা ধৰি জেৰাৰ সন্মুখীন! কিয় বিতৰ্কত ইৰাকী ষ্ট্ৰাইকাৰ?

বিশ্বকাপ খেলিবলৈ আহি চিকাগো বিমানবন্দৰত ৭ ঘণ্টা ধৰি জেৰাৰ সন্মুখীন! কিয় বিতৰ্কত ইৰাকী ষ্ট্ৰাইকাৰ?

June 7, 2026 12:51 pm
দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

June 7, 2026 11:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পোৱা প্ৰজনন হাৰক লৈ গভীৰ চিন্তা এলন মাস্কৰ

ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পোৱা প্ৰজনন হাৰক লৈ গভীৰ চিন্তা এলন মাস্কৰ

June 7, 2026 2:26 pm
বিতৰ্কৰ মাজতে আবেগিক হৈ পৰিল খান ছাৰ, বিপৰ্যয়ৰ সময়ত পিতৃয়ে দিলে সাহস, জানক সবিশেষ

বিতৰ্কৰ মাজতে আবেগিক হৈ পৰিল খান ছাৰ, বিপৰ্যয়ৰ সময়ত পিতৃয়ে দিলে সাহস, জানক সবিশেষ

June 7, 2026 2:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd