• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২১ৰ নিৰ্বাচন : ৪,৪৭,২৬১ গৰাকী ভোটাৰে ৯০২ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব মৰিগাঁৱত

চানু গগৈ by চানু গগৈ
February 28, 2021 6:31 pm
index.jpgb
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ নিৰ্বাচন আয়োগে যোৱা ২৬ ফেব্ৰুৱাৰিত পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন  ঘোষণা কৰাৰ লগে লগে নিৰ্বাচন জিলা প্ৰশাসনসমূহ যুদ্ধকালীন তৎপৰতাৰে নিৰ্বাচনী কাম কাজত ব্যস্ত হৈ পৰিছে।

এই দিশত মৰিগাঁও জিলাতো নিৰ্বাচনৰ প্ৰস্তুতি তুংগত উঠিছে। দেওবাৰে নিৰ্বাচন সন্দৰ্ভত মৰিগাঁও জিলা উপায়ুক্ত লীনা দাসে এক সংবাদ মেল আয়োজন কৰি সাংবাদিকসকলক সম্বোধন কৰে।

Apply Now

সংবাদমেলত মৰিগাঁও জিলাত অহা ১ এপ্ৰিল তাৰিখে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ সন্দৰ্ভত উপায়ুক্ত তথা জিলা নিপৰ্বাচন  বিষয়াগৰাকীয়ে বিতং তথ্য দাঙি ধৰে।

উল্লেখ্য যে  মৰিগাঁও জিলাৰ তিনিটা সমষ্টিৰ ৭৯ নং জাগীৰোড (অনুসূচিত জাতি) বিধানসভা সমষ্টিত ৩১৬ টা ভোট কেন্দ্ৰ, ৪১ টা অতিৰিক্ত ভোট কেন্দ্ৰ,  ৮০ নং মৰিগাঁও বিধানসভা সমষ্টিত ২৫৬ টা ভোট কেন্দ্ৰ, অতিৰিক্ত ভোট কেন্দ্ৰ ২৯ টা আৰু ৮১ নং লাহৰীঘাট বিধানসভা সমষ্টিত ২৪০ টা ভোট কেন্দ্ৰ আৰু অতিৰিক্ত ভোট কেন্দ্ৰসহ ২০ টা মুঠ ৯০২ টা ভোট কেন্দ্ৰ আছে।

সেই অনুসৰি জাগীৰোড বিধানসভা সমষ্টিত মুঠ ২,৩৭,৪৫৭ গৰাকী ভোটাৰৰ ভিতৰত  ১,২০,২১৯ গৰাকী পুৰুষ ভোটাৰ, ১,১৭,২২০ গৰাকী মহিলা ভোটাৰ আৰু ১৮ গৰাকী তৃতীয় লিঙ্গৰ ভোটাৰ আছে।

মৰিগাঁও বিধান সভা সমষ্টিত মুঠ ১,৯১,০৪৮ গৰাকী ভোটাৰৰ ভিতৰত ৯৪,৭২৫ গৰাকী পুৰুষ ভোটাৰ, ৯৬,৩১৩ গৰাকী মহিলা ভোটাৰ আৰু তৃতীয় লিঙ্গৰ ১০ গৰাকী ভোটাৰ আছে প্ৰকাশ কৰিচে জিলা নিৰ্বাচন বিষয়াগৰাকীয়ে।

লাহৰীঘাট বিধানসভা সমষ্টিত মুঠ ১,৮৫,৭৫৬ গৰাকী ভোটাৰৰ ভিতৰত  ৯৬,৩৫৬ পুৰুষ ভোটাৰ ৮৯,৩৮৬ মহিলা ভোটাৰ আৰু তৃতীয় লিঙ্গৰ ১৪ গৰাকী ভোটাৰক লৈ জিলা খনত সৰ্বমুঠ ৬,১৪,২৬১ গৰাকী ভোটাৰ আছে।

আনহাতে ডাক যোগে ভোট দানৰ সুবিধা দিয়াৰ বাবে চিনাক্ত কৰা হৈছে। সেই অনুসৰি জাগীৰোড বিধানসভা সমষ্টিত ১১১৩ গৰাকী বিশেষভাৱে সক্ষম, ১০৮ গৰাকী দৃষ্টিহীন আৰু আশীৰ উৰ্দ্ধৰ ১৪৭৭ গৰাকী ভোটাৰ আছে।

মৰিগাঁও বিধান সভা সমষ্টিত ৮৩৫ গৰাকী বিশেষ ভাৱে সক্ষম, ২৩৬ গৰাকী দৃষ্টিহীন আৰু ১০৫৪ গৰাকী আশীৰ উৰ্দ্ধৰ ভোটাৰ আছে।

তেনেদৰে লাহৰীঘাট বিধানসভা সমষ্টি ১০০৮ গৰাকী বিশেষ ভাৱে সক্ষম,১৬৯ গৰাকী দৃষ্টিহীন ব্যক্তি আৰু ১৫৩৫ গৰাকী আশীৰ উৰ্দ্ধৰসহ মুঠ ৭৫৩৫ গৰাকী ভোটাৰ আছে।

এই বিতং তথ্য দাঙি ধৰি উপায়ুক্তগৰাকীয়ে সাংবাদিকসকলক নিৰ্বাচনৰ সময়ত সম্পূৰ্ণ সহযোগ কৰিবলৈ আহ্বান আৰু ক’ভিড প্ৰ’টকল সমূহ মানি চলিবলৈ অনুৰোধ জনায়।

সংবাদ মেলত অতিৰিক্ত উপায়ুক্ত  অজিত কুমাৰ শৰ্মা, নিৰ্বাচনী বিষয়া দীপময় ঠাকুৰীয়া জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল।

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত অনুষ্ঠিত হ’ব ব্ৰিকছৰ ড্ৰাগছ বিৰোধী সংস্থাৰ সন্মিলন, ছটা বিষয়ত হ’ব আলোচনা

গুৱাহাটীত অনুষ্ঠিত হ’ব ব্ৰিকছৰ ড্ৰাগছ বিৰোধী সংস্থাৰ সন্মিলন, ছটা বিষয়ত হ’ব আলোচনা

July 5, 2026 3:57 pm
ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

July 5, 2026 3:27 pm
বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

July 5, 2026 2:56 pm
পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

July 5, 2026 1:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত অনুষ্ঠিত হ’ব ব্ৰিকছৰ ড্ৰাগছ বিৰোধী সংস্থাৰ সন্মিলন, ছটা বিষয়ত হ’ব আলোচনা

গুৱাহাটীত অনুষ্ঠিত হ’ব ব্ৰিকছৰ ড্ৰাগছ বিৰোধী সংস্থাৰ সন্মিলন, ছটা বিষয়ত হ’ব আলোচনা

July 5, 2026 3:57 pm
ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

July 5, 2026 3:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd