• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2021 6:29 pm
275
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয় নিজৰ টুলুঙা মন্তব্যৰ বাবে তীব্ৰ সমালোচিত হৈছে।

পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তৃণমূল কংগ্ৰেছৰ ‘বাংলা নিজেৰ মেয়েকেই চায়’ (বাংলাই নিজৰ কন্যাক বিচাৰে) শীৰ্ষক জনপ্ৰিয় শ্লোগানটোক উপুলুঙা কৰি তেওঁ টুইটাৰত এটা মেমে প’ষ্ট কৰি লিখিছিল যে- ‘বেটি পাৰায়া ধন হ’তি হ্যে’, অৰ্থাৎ এজনী ছোৱালী আন কাৰোবাৰ সম্পত্তি।

টুইটটোত সম্বলিত মেমেটোত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাষণ দি থকাৰ এখন ফটো আছে, য’ত হিন্দীত লিখা আছে- ‘‘মই বংগকন্যা’’। বেনাৰ্জীৰ ফটোখনৰ তলতে কেন্দ্ৰীয় মন্ত্ৰী সুপ্ৰীয়ই গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো সংযুক্ত কৰি এইদৰে লিখিছে যে এজনী ছোৱালী আন কাৰোবাৰ সম্পত্তি, এইবাৰ আমি তাইক বিদায় জনাম।

টুইটটোত সুপ্ৰিয়ই উল্লেখ কৰে যে উক্ত মেমেটো বিজেপিৰ আচানচোল জিলা সমিতিয়ে পূৰ্বে প’ষ্ট কৰিছিল।

মেমেটোৰ স’তে তেওঁ লিখিছিল যে- নিশ্চিত্বভাৱে আমি এইবাৰ তাইক বিদায় জনাম।

অৱশ্যে পাছত তেওঁ টুইটটো ডিলিট কৰে।

.@SuPriyoBabul ji, I am extremely worried about the state of women’s affairs in this country if public representatives like you endorse such chauvinist views.

STUNNED and SHOCKED to see how deep and wide sexism runs in @BJP4India leaders!! #BanglaNijerMeyekeiChay pic.twitter.com/XWoUdRenOw

— Dr. Shashi Panja (@DrShashiPanja) February 27, 2021

সুপ্ৰীয়ই এই কাণ্ডক লৈ ৰাজ্যখনৰ নাৰী আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী ডঃ শশী পাঞ্জাই কয় যে বংগত এনেধৰণৰ নাৰীৰ সন্মান হানি কৰিব বিচৰা এনেধৰণৰ শক্তিৰ কোনো স্থান নাই।

‘‘আচৰিত হৈছো যে বিজেপি নেতাবিলাকে কিধৰণৰ লিংগবৈষম্য মনোভাৱ পোষণ কৰে।’’ মন্ত্ৰী ডঃ পাঞ্জাই কয়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd