• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাটৰ বিজেপি কাৰ্যালয়ত পৰ্যবেক্ষকৰ উপস্থিতিত ন বিজেপি আৰু পুৰণি বিজেপিৰ সংঘাত

 মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
March 2, 2021 2:10 pm
bhaba
265
VIEWS
Share on FacebookShare on Twitter

এইবাৰ গোলাঘাট সমষ্টিত নিৰ্বাচনী বাতাবৰণৰ ৰং যে ধূসৰ হৈ পৰিছে সেইকথা পুনৰবাৰ প্ৰমাণ হ’ল।

তিনিটা কালজুৰি কংগ্ৰেছৰ দখলত থকা সমষ্টিটো এইবাৰ বিজেপিৰ দখললৈ অহাৰ সম্ভাৱনা আছিল যদিও দলটোৰ তৃণমূল কৰ্মীসকলৰ অসন্তুষ্টিয়ে নিশ্চয়কৈ দলটোক বিমোৰত পেলাব।

বিশেষকৈ সমষ্টিটোত একালৰ কংগ্ৰেছী নেত্ৰী অজন্তা নেওগৰ বিজেপি আগমণৰ পিছতেই বিজেপি কৰ্মীসকলৰ মাজত দুটা ফৈদ হোৱা পৰিলক্ষিত হল ।

বিভিন্ন সময়ত দলীয় কৰ্মীসকলৰ মাজৰ সংঘাতৰ প্ৰতিফলন হৈ আহিছিল যদিও সোমবাৰে গোলাঘাটত বিজেপিৰ পৰ্যবেক্ষকৰ তীক্ষ্ণ পৰ্যবেক্ষণ প্ৰক্ৰিয়া চলি থকা মাজতে সন্ধিয়া জিলা বিজেপি কাৰ্যালয়ত বিজেপি কৰ্মী সকলৰ মাজত পুনৰবাৰ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা যায়।

জানিব পৰা মতে , গোলাঘাট ,সৰুপথাৰ আৰু দেৰগাওঁ বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীত্বক লৈ পৰ্যবেক্ষণ কৰিবলৈ অহা বিজেপিৰ পৰ্যবেক্ষকগৰাকী কালি সন্ধিয়াভাগত গোলাঘাট বিজেপি কাৰ্যালয়ত বিভিন্ন গৰাকী নেতা কৰ্মীৰ লগত আলোচনাত মিলিত হয় ।

যদিও আলোচনা চলি থকাৰ মাজতে সমষ্টিটোত ইতিপূৰ্বে দলীয় কৰ্মীসকলৰ মাজত ঘটি থকা অন্তৰ্কন্দলৰ প্ৰতিচ্ছবিখন সম্পূৰ্ণ ৰূপে প্ৰতিফলন হোৱা দেখা যায়।

অৰ্থাৎ গোলাঘাট বিধানসভা সমষ্টিত নবিজেপি আৰু পুৰণি বিজেপিৰ সংঘাত যে ক্ৰমাৎ অধিক বৃদ্ধি পাবলৈ ধৰিছে ইয়াৰে প্ৰমাণ হ’ল আজি কাৰ্যালয়ৰ ভিতৰতে দুই ফৈদৰ জয়ধ্বনিত ।

এফালে অজন্তা নেওগ আনফালে বিতুপণ শইকীয়া জিন্দাবাদ,তথা ভাৰত মাতা কি জয় ধ্বনিৰে মুখৰিত হল গোলাঘাট বিজেপি কাৰ্যালয়।

বিভিন্ন সময়ত বিজেপিৰ এই শক্তিশালী নেতাদ্বয়ে নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰি আহিছিল যদিও এতিয়া সময়েহে কব অজন্তা নেওগ আৰু বিতুপন শইকীয়াৰ মাজত কোনজনে প্ৰকৃততে দলীয় টিকট লাভ কৰিব !

Recent News

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd