• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘জোৰ কৰি লগত ৰাখিবলৈ পত্নী স্বামীৰ ব্যক্তিগত সম্পত্তি অথবা দাসী নহয়’, উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2021 8:44 am
1593687950_RAAgrY_SupremeCourtofIndia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পত্নী সম্পত্তি অথবা দাসী নহয় যে স্বামীয়ে তেওঁক লগত জোৰ কৰি ৰাখিব পাৰিব। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এইদৰে কয়।

মংগলবাৰে উচ্চতম ন্যায়ালয়ে এগৰাকী ব্যক্তিয়ে তেওঁৰ পত্নীক পুনৰ লগত ৰাখিবলৈ তৰা এক গোচৰৰ শুনানি গ্ৰহণ কৰি কয় যে পত্নী সম্পত্তি বা দাসী নহয় যে স্বামীয়ে তেওঁৰ লগত জোৰ কৰি ৰাখিব।

Apply Now

সৰ্বোচ্চ ন্যায়ালয়ে লগতে আৰু কয় যে পত্নীক লগত ৰাখিবলৈ স্বামীয়ে জোৰ কৰিবও নোৱাৰিব।

গোচৰটো শুনানি গ্ৰহণ কৰা ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু হেমন্ত গুপ্তাৰ খণ্ড বিচাৰপীঠে কয়, “আপুনি কি ভাবে? এগৰাকী মহিলা সম্পত্তি নেকি যে আমি এই নিৰ্দেশ দিব পাৰো? পত্নী সম্পত্তি নেকি যে তেওঁক আপোনাৰ লগত থাকিবলৈ নিৰ্দেশ দিব পাৰো?”

গোৰখপুৰ পাৰিবাৰিক আদালতত হিন্দু বিবাহ আইন(HMA)ৰ ধাৰা ৯ৰ অধীনত পত্নীক পুনৰ গ্ৰহণ কৰাৰ বাবে এজন বিবাহিত লোকে ২০১৫ চনৰ এটা ৰায়ৰ বিৰুদ্ধে তৰা গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এইদৰে কয়।

উল্লেখ্য যে ২০১৩ চনত বিয়া হোৱাৰ পিছত স্বামীয়ে পত্নীক যৌতুক বিচাৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি তাৰপৰা ৰক্ষা পোৱাৰ লগতে পৃথক হোৱাৰ বাবে ২০১৫ চনত আদালতৰ দাৰস্থ হৈছিল।

গোৰখপুৰ আদালতে স্বামীগৰাকীক পত্নীক ভৰণপোষণৰ বাবে মাহে ২০ হাজাৰ টকা দিবলৈ নিৰ্দেশ দিছিল আৰু স্বামীয়ে ইয়াৰ পিছতে পত্নীক পুনৰ ঘূৰাই অনাৰ আইনী প্ৰক্ৰিয়াৰ বাবে পাৰিবাৰিক আদালতত আবেদন কৰে।

গোৰখপুৰ আদালতে স্বামীগৰাকীৰ পক্ষে ৰায় প্ৰদান কৰিলেও পত্নীয়ে স্বামীৰ লগত থাকিবলৈ সন্মত নৈ ভৰণ পোষণৰ বাবে মাহিলি উক্ত ২০ হাজাৰ টকা দাবী কৰে। স্বামীয়ে পত্নীক এই ধন দিবলৈ অমান্তি হৈ পত্নীক নিজৰ সৈতে ৰাখিবলৈ পুনৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ দাৰস্থ হয়। এলাহাবাদ উচ্চ ন্যায়ালয়ে পত্নীৰ সপক্ষে ৰায় প্ৰদান কৰাত স্বামীগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হয়।

উচ্চতম ন্যায়ালয়ে এই গোচৰৰ শুনানি গ্ৰহণ কৰাৰ সময়ত স্বামীগৰাকীৰ অধিবক্তাই পাৰিবাৰিক আদালতৰ দোহাই দি পত্নীগৰাকীক স্বামীৰ ওচৰলৈ প্ৰেৰণ কৰিবলৈ আদালাতক আবেদন কৰে।

তেতিয়াই উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে, “নাৰী কি সম্পত্তি নেকি? পত্নী কি স্বামীৰ সম্পত্তি নেকি? আপুনি আমাক এনে এটা আদেশ দিবলৈ কৈছে যে য’ত থাকিবলৈ পত্নীগৰাকী অমান্তি হৈছে, একোটা সম্পত্তিৰ দৰে।” শীৰ্ষ আদালতে স্বামীৰ আবেদন খাৰিজ কৰি পত্নীৰ ভৰণ পোষণৰ বাবে মাহিলি ধন দিবলৈ স্বামীক নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd