• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ পৰিৱৰ্তনৰ বতাহজাকে স্পৰ্শ নকৰিলে অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাৰ টিকলিপাৰাক

জিনাৰী নৈৰ বুকুত শিক্ষাৰ্থীৰ ভয়ংকৰ যাত্ৰা

অসম-মেঘালয় সীমান্তৰ পৰা নীলমনি শৰ্মা by অসম-মেঘালয় সীমান্তৰ পৰা নীলমনি শৰ্মা
March 5, 2021 2:38 pm
bhaba
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰা পূব বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা অসম-মেঘালয় সীমান্তৱৰ্তী কুকুৰকাটা অঞলৰ ৭/৮ গাওঁৰ ৰাইজে বছৰৰ পিছত বছৰ ধৰি নৰক যন্ত্ৰণা ভোগ কৰি দিন অতিবাহিত কৰিব লগা হৈছে ৷

৭৪  বছৰ পিছতো কোনো এখন চৰকাৰৰ সু দৃষ্টি নপৰিল সীমান্তৱৰ্তী এই অঞ্চল সমূহত৷

Apply Now

সকলো পিনে সমস্যাই বেৰি ৰাখিছে  কুকুৰকাটাৰ টিকলিপাৰাক । এই অঞ্চলৰ  যদিও যাতায়ত ব্যৱস্থা  অতি পয়ালগা ৷

আনৰ কথা বাবে কণকণ ছাত্ৰছাত্ৰীসকলেও মৰণত শৰণ দি যাত্ৰা কৰি ঐআহিব লগীয়া হৈছে।

  টিকিলি পাৰা গাওঁখনৰ এক মাত্ৰ প্ৰাথমিক বিদ্যালয় খন নৈ খনৰ সিটো পাৰে অৱস্থিত  আৰু সেইবাবেই পুৱাতে গাঁৱখনৰ ছাত্ৰছাত্ৰীসকলে জিনাৰী নৈৰ বুকুত  কৰিবলগীয়া হয়  ভয়ংকৰ যাত্ৰা৷

গাওঁখনৰ বাবে এইটো নিত্যনৈমিত্তিক ঘটনা৷

অসম-মেঘালয় সীমান্তৰ অকল কুকুৰকাটাৰ টিকলিপাৰাই নহয়, অঞ্চলটোৰ গাৰোমাৰা,সৰগ পাৰা আদিকে ধৰি ৭/৮ গাৱঁৰ অকল ছাত্ৰছাত্ৰীয়েই  নহয় ,সকলোৱেই বাৰিষা  বা খৰালি সকলো সময়তে জিনাৰীৰ বক্ষ ফালি যাত্ৰা কৰিব লাগে ৷

বাৰিষাৰ পৰিস্থিতি অতি ভয়ংকৰ হয় ৷

ক’বলৈ গলে বাৰিষা এই অঞ্চল সমূহ এটা দ্বীপত পৰিণত হয় ৷

দীৰ্ঘ দিন ধৰি স্থানীয় লোকে নৈ খনত এখন দলং নিৰ্মাণৰ দাবী কৰি আহিছে যদিও স্বাধীনতাৰ ৭৪ বছৰ পিছতো এখন দলং ন’হল ৷

বিগত সময়ছোৱাত বহুত আবেদন-নিবেদন কৰিলেও কোনো এখন চৰকাৰৰ সুদৃষ্টি নপৰিল ৷

মাথো নিৰ্বাচনৰ প্ৰাক্ মূহুৰ্তত এনে অঞ্চল সমূহলৈ আগমন ঘটে বিভিন্ন  দলৰ নেতা পালিনেতাৰ তাৰ পিছত খবৰ কৰাৰ বাবে কোনো নাথেকে ৷

স্থানীয়  কংগ্ৰেছী বিধায়ক  এ কে ৰছিদ আলমৰো নাই কোনো খবৰা৷

পাচঁ বছৰ আগত যে আহিছিল তাৰপিছত আৰু কেনো দিনে নাহিলে এই অঞ্চলত৷

নৈ খনৰ সিটো পাৰে থকা একমাত্ৰ বিদ্যালয়লৈ  ছাত্ৰ-ছাত্ৰী সকলক  প্ৰতিটো দিনে নৈ পাৰ কৰি অনা-নিয়া কৰে শিক্ষক সকলে ।

নৈ পাৰ হওঁতে কাপোৰ,কিতাপৰ লগতে  প্ৰতিটো দিনে তিতিবুৰি আহিব লাগে ছাত্ৰছাত্ৰী সকলো ৷

ইফালে বাৰিষা নৈৰ পানী বাঢ়িলে বিকল্প বাট নথকাৰ বাবে বন্ধ হৈ পৰে বিদ্যালয় ৷

ইমানৰ পিছতো খবৰ নাই চৰকাৰ-প্ৰশাসনৰ ৷

এনে বহু সমস্যাৰে ভাৰাক্ৰান্ত সীমান্তবাসীয়ে হাহাকাৰ  অৱস্থাৰ  মাজেৰে দিন অতিবাহিত কৰিছে ৷

এতিয়া নিৰ্বাচনৰ বতৰ ,অঞ্চল সমূহলৈ আগমন ঘটিছে দুই একৰ ৷

এতিয়া প্ৰশ্ন হল এই বাৰ নতুনকৈ গঠন হবলগীয়া চৰকাৰ খনৰ সুদৃষ্টি পৰিবনে ? নে আগৰ দৰে উপেক্ষিত হৈ ৰ’ব সীমান্তৱৰ্তী কুকুৰকাটাৰ টিকিলি পাৰা৷

অসম-মেঘালয় সীমান্তৰ পৰা নীলমনি শৰ্মা

অসম-মেঘালয় সীমান্তৰ পৰা নীলমনি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd