• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাজোঁটৰ বাবে মহা অংক লৈ গুৱাহাটীত উপস্থিত প্ৰফুল্ল কুমাৰ মহন্ত

কোন দলে মোক টিকটৰ পৰা বঞ্চিত কৰিলে? প্ৰফুল্ল কুমাৰ মহন্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 5, 2021 9:31 pm
Prafulla satyabrata
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাজোঁটৰ বাবে মহা অংক লৈ গুৱাহাটীত উপস্থিত হৈছেহি প্ৰাক্তন মুখ্য মন্ত্ৰী তথা অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত।

গুৱাহাটী বৰঝাৰ বিমান বন্দৰত পত্নী জয়শ্ৰী মহন্তৰ সৈতে নিশা ৮:৫০ বজাত উপস্থিত হয়হি প্ৰফুল্ল কুমাৰ মহন্ত।

Apply Now

শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল মহন্তক। এতিয়া সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

ইপিনে, বঢ়মপুৰ সমষ্টিত প্ৰফুল্ল কুমাৰ মহন্তৰ টিকট কৰ্তন কৰি বিজেপিৰ জিতু গোস্বামীক প্ৰাৰ্থিত্ব দিয়াৰ পাছতে পুনৰ অসম গণ পৰিষদ প্ৰগতিশীলৰ প্ৰাৰ্থী হিচাপে থিয় দিব প্ৰফুল্ল কুমাৰ মহন্ত।

অৱশ্যে বঢ়মপুৰ নে কলিয়াবৰ সমষ্টিৰ পৰা মহন্তই প্ৰতিদ্বন্দিতা কৰিব সেয়া এতিয়াও স্পষ্ট হৈ উঠা নাই।

এক সুত্ৰ অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰিছিল প্ৰফুল্ল কুমাৰ মহন্তই।

মুঠ ১৫ টা সমষ্টিত অসম গণ পৰিষদ প্ৰগতিশীলে প্ৰাৰ্থী থিয় কৰাব বুলি চৰ্চা চলি আছে যদিও কংগ্ৰেছ মহাজোঁটৰ সৈতে মিত্ৰতাত চামিল হ’লে তিনিখন আসনৰ পৰা প্ৰাৰ্থী থিয় কৰোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

ইপিনে, কমলপুৰ সমষ্টিৰ অগপ বিধায়ক সত্যব্ৰত কলিতা, তেজপুৰ সমষ্টিৰ বৃন্দাবন গোস্বামী, লখিমপুৰত উৎপল দত্ত টিকটৰ পৰা বঞ্চিত হৈছে বুলি আমাৰ হাতলৈ খবৰ আহিছে।

চৰ্চা চলিছে কমলপুৰ সমষ্টিৰ পৰা অগপ প্ৰগতিশীলৰ প্ৰাৰ্থী হিচাপে থিয় দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। য’ত নেকি কংগ্ৰেছ মহাজোঁটে কোনোধৰণৰ প্ৰাৰ্থী থিয় নকৰায় বুলি আমাৰ হাতলৈ খবৰ আহিছে।

ইপিনে, বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈয়ে প্ৰফুল্ল কুমাৰ মহন্তৰ স্পষ্ট ঘোষণা ‘মই কা বিৰোধী শক্তিৰ সৈতে আছো। কোনটো দলে মোক প্ৰাৰ্থিত্ব দিয়া নাই?’

তেওঁৰ মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে অসম গণ পৰিষদ প্ৰগতিশীল গঠন হ’বলৈ গৈ আছে তথা অগপ দুফাল হ’বলৈ গৈ আছে।

আনহাতে, এক সুত্ৰই জনোৱা অনুসৰি আজি গুৱাহাটীৰ কোনো স্থানত অসম গণ পৰিষদ প্ৰগতিশীল আৰু কংগ্ৰেছৰ মহাজোঁটৰ নেতৃত্ব মিলিত হ’ব।

এয়ে যদি হয় তেন্তে ৰাজ্যত ৰাজনৈতিক দৃশ্যপট অধিক জিলিকি উঠিব বুলি বুলি অনুমান কৰিব পাৰি।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

June 18, 2026 12:48 pm
শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

June 18, 2026 12:38 pm
মালদাৰ মোথাবাৰী কাণ্ড: মাত্ৰ দুমাহৰ ভিতৰত এন আই এক তদন্ত শেষ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

৬৯ লোকৰ প্ৰাণ কাঢ়ি নিয়া বোৱাবজাৰ বিস্ফোৰণৰ দোষীক মুক্তিঃ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ বংগ চৰকাৰ

June 18, 2026 12:36 pm
গণেশগুৰিত মচি পেলোৱা হ’ল ‘কমৰেড নেভাৰ ডাই’! জুবিনৰ দেৱাল চিত্ৰ আঁতৰোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অনুৰাগীৰ

গণেশগুৰিত মচি পেলোৱা হ’ল ‘কমৰেড নেভাৰ ডাই’! জুবিনৰ দেৱাল চিত্ৰ আঁতৰোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অনুৰাগীৰ

June 18, 2026 12:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

June 18, 2026 12:48 pm
শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

June 18, 2026 12:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd