• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিয়েই মহা বিস্ফোৰণ বিতোপন শইকীয়াৰ

বহু সৰল মানুহক হত্যা কৰা হ'ল

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
March 6, 2021 4:18 pm
IMG_20210306_150302
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এসময়ৰ সক্ৰিয় বিজেপি কৰ্মী বিতোপন শইকীয়াই কালি সন্ধ্যা ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিয়েই বহু আবেগিক মন্তব্য কৰিলে স্ব- গৃহ গোলাঘাটত।

বিজেপিৰ হৈ বহু ত্যাগ কষ্ট কৰি অহা এই তৃণমূল কৰ্মীজনে অৱশেষত কংগ্ৰেছত যোগদান কৰিলে। বিজেপিৰ প্ৰতাৰণাৰ প্ৰতিবাদ জনাই শইকীয়াই ক’লে—বহু সৰল মানুহক হত্যা কৰা হ’ল।

Apply Now

বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰ্তৃপক্ষই গোলাঘাট সমষ্টিত ন বিজেপি অজন্তা নেওগক প্ৰাৰ্থিত্ব প্ৰদান কৰাত গোলাঘাটৰ ৰাজনৈতিক ছবিখনেই যেন সলনি হল।

তাৰ বৰ্হিপ্ৰকাশ ঘটিল আজি। কংগ্ৰেছত যোগদান কৰি স্ব – গৃহ গোলাঘাটত উপস্থিত হোৱাৰ পিছতেই পূৰ্বৰ বিজেপি নেতাজনক বিশাল বাইক ৰেলীৰে উষ্ম আদৰণি জনালে গোলাঘাট কংগ্ৰেছে।

কংগ্ৰেছৰ কৰ্মীসকলে অভূতপূৰ্ব সঁহাৰি জনালে শইকীয়াৰ প্ৰতি।

নিশ্চিতভাৱে গোলাঘাটত ৰাজনৈতিক প্ৰেক্ষাপটে এক নতুন মোৰ ললে।

কিছুদিন পূৰ্বে একালৰ শক্তিশালী কংগ্ৰেছ নেত্ৰী অজন্তা নেওগে কংগ্ৰেছ দল ত্যাগ কৰোতে শূন্য হৈ পৰিছিল কংগ্ৰেছৰ ভেটি।

যদিও আজি গোলাঘাটৰ এই পৰিবেশ দেখি কব পাৰি যে পুনৰ যেন কংগ্ৰেছৰ ভেটি সুদৃঢ় হবলৈ গৈ আছে ।

ইফালে অভিনন্দন গ্ৰহণ কৰি শইকীয়াই কয় যে  অসমৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত তেওঁ বিজেপিত যোগদান কৰিছিল আৰু দলটোৰ বাবে তেওঁ অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছিল ।

তেওঁৰ দৰে আৰু বহুজন বিজেপি কৰ্মীৰ দলটোৰ প্ৰতি  অশেষ ত্যাগ থকাৰ কথা উল্লেখ কৰি শইকীয়াই কয় যে দলটোৰ প্ৰাৰ্থী তালিকাত বহু ৰথী-মহাৰথীৰ নামো বাদ পৰিল।

লগতে অসমৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক বিজেপিয়ে প্ৰাধান্য নিদিয়াতো ক্ষোভিত হৈ পৰিছে নেতাজন ।

ছয় জনগোষ্ঠীৰ আহ্বায়ক শইকীয়াই কংগ্ৰেছত যোগদান কৰিয়েই সমষ্টিটোত জয়ৰ ধ্বজা উৰুওৱাৰ হুংকাৰ দিয়ে।

উল্লেখ্য যে, খবৰ অনুসৰি বিতোপন শইকীয়াৰ প্ৰায় ৫০০০ সমৰ্থকে কাইলৈ আনুষ্ঠানিকভাৱে জাতীয় কংগ্ৰেছত যোগদান কৰিব।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd