• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বংগ নিৰ্বাচন : মোদীৰ ‘সোণাৰ বাংলা’- মমতাৰ ‘এলপিজি চিলিণ্ডাৰ’, ক্ৰমাৎ উত্তপ্ত হৈছে বাকযুদ্ধ

মুখামুখি বিতৰ্কৰ বাবে মোদীক প্ৰত্যহ্বান মমতাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2021 6:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বংগৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ক্ৰমাৎ উত্তপ্ত হৈছে মোদী আৰু মমতাৰ বাকযুদ্ধ।

দেওবাৰে কলকাতাৰ বিগ্ৰেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত মেগা ৰেলীত প্ৰধানমন্ত্ৰী মোদীয়ে অজস্ৰ বিজেপি সমৰ্থকক সম্বোধন কৰি কয় যে মমতা বেনাৰ্জীয়ে বংগৰ জনতাক বিশ্বাসঘাটকতা কৰিছে।

Apply Now

ক্ষমতালৈ আহিলে বিজেপিয়ে ৰাজ্যখনত ‘আচল পৰিবৰ্তন’ আনিব বুলিও মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীজনে বংগত গণতন্ত্ৰক শক্তিশালী কৰিবৰ বাবেও বিজেপিক জয়যুক্ত কৰিবলৈ আহ্বান কৰে।

”বংগৰ জনতাই উন্নয়ন. শান্তি, সোণাৰ বাংলা বিচাৰে। আমি ‘আচল পৰিবৰ্তন’ আনিম”। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে।

তদুপৰি অহা ২৫ বছৰটো বংগৰ উন্নয়নৰ বাবে অতি প্ৰয়োজনীয় বুলিও মোদীয়ে কয়।

”২০৪৭ত, ভাৰতে যেতিয়া স্বাধিনতাৰ শতবৰ্ষ উদযাপন কৰিব, বংগই দেশখনক পুনৰ নেতৃত্ব প্ৰদান কৰিব।” মোদীয়ে কয়- ”অহা পাঁচ বছৰত ইয়াত হ’বলগা উন্নয়নে অহা ২৫ বছৰলৈ ৰাজ্যখনৰ উন্নয়নৰ বুনিয়াদ গঠন কৰিব।”

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ‘দিদি’ সম্বোধনেৰে কটাক্ষ কৰি মোদীয়ে কয় যে দিদিৰ নিজৰ ওপৰতে নিয়ন্ত্ৰণ নাই, তেওঁ ৰিমোট কণ্ট্ৰলত চলে।

”মই দিদিক বহু বছৰৰ পৰা জানো। এই দিদিজনী একে নহয়, যি বাওঁপন্থী শাসনৰ বিৰুদ্ধে যুঁজিছিল।” মোদীয়ে কয়।

Thank you Kolkata!

Thank you West Bengal.

BJP is the state’s preferred choice. pic.twitter.com/5C9Fzvv5CF

— Narendra Modi (@narendramodi) March 7, 2021

তদুপৰি ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাপক শ্যামা প্ৰসাদ মুখাৰ্জীক সোঁৱৰণ কৰি মোদীয়ে কয় যে বিজেপিত বংগৰ ডিএনএ আছে।

”বিজেপিয়ে বংগৰ ধাৰ কেতিয়াও শোধ কৰিব নোৱাৰে কিন্তু ইয়াক এটা অনন্য মাত্ৰালৈ লৈ যাব বিচৰা হৈছে।” মোদীয়ে কয়।

ইয়াৰ পাছতে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোদীক মুখামুখি বিতৰ্কৰ বাবে আহ্বান জনায়।

মোদী কলকাতালৈ অহাৰ সময়ত মমতা ব্যস্ত আছিল উত্তৰ বংগৰ শিলিগুৰিৰ নিৰ্বাচনী সভাত।

”খেলা হ’বে”- এইদৰে স্বাভাৱিক উদ্দান্ত কণ্ঠেৰে মমতাই কয়- ”আপুনি তাৰিখ আৰু সময় ঠিক কৰক। মোদী, মই আপোনাক মুখামুখী খেলাৰ বাবে প্ৰত্যাহ্বান জনাইছো। খেলা হ’বে! কওক আপুনি কেতিয়া খেলিব বিচাৰে।”

”আমি যুঁজিম, আমি কৰিম, আমি জিকিম। ভাৰতৰ পৰা মোদীক আঁতৰাম, বিজেপিক আঁতৰাম।” মমতাই কয়- ”যি আমাৰ স’তে খেলি-মেলি কৰে, চূড়মাৰ হৈ যায়।”

তদুপৰি তেওঁ কয় যে মোদীয়ে বংগত সপোন বিক্ৰী কৰিবলৈ আহিছে, যি সময়ত দেশত ইন্ধনৰ মূল্য বাঢ়ি গৈ আছে আৰু বেংকবিলাক বিক্ৰী হৈ গৈছে।

বিগ্ৰেড পেৰেডত মোদীৰ ভাষণক কটাক্ষ কৰি তেওঁ কয় যে মোদীয়ে সদায় লিখিত স্ক্ৰীপ্টমতে ভাষণ দিয়ে।

”তেওঁ বেংগলী ভাষা কৈ বংগৰ জনতাৰ স’তে যোগ হ’ব বিচৰা নাই, কিন্তু লিখিত স্ক্ৰীপ্টৰ দ্বাৰা হ’ব বিচাৰিছে। মই বহুত সহ্য কৰিলো, কিন্তু এই প্ৰধানমন্ত্ৰীজনে বহু বেছি ফাঁকি মাৰে।” তেওঁ কয়।

”তেওঁ সোণাৰ বাংলাৰ কথা কৈছে। কিন্তু সোণৰ ভাৰতৰ কি হৈছে?” মমতাই প্ৰশ্ন কৰে- ”এলপিজিৰ দাম বাঢ়ি গৈ আছে, মোদীৰ তলাবাজীও বাঢ়ি গৈ আছে। তেওঁ দিল্লীখন বেচিলে। এয়াৰ ইণ্ডিয়াৰ পৰা বিএছএনএললৈকে, তেওঁ ৰাজহুৱা সম্পত্তিও বিক্ৰী কৰি গৈ আছে।”

ক’ভিড-১৯ ভেকচিনেচন চাৰ্টিফিকেটত মোদীৰ ফটোগ্ৰাফ সম্বলিত হোৱাক লৈও মমতা বেনাৰ্জী সোচ্চাৰ হয়।

”কভিডৰ সময়ত, তেওঁ নাহিল। মই ৰাস্তাত উলাই গৈছিলো।” তেওঁ কয়- ”আজি, তেওঁৰ মুখখন ক’ভিড ভেকচিন চাৰ্টিফিকেটত লগোৱা হৈছে। এয়া আমাৰ বিজ্ঞানীসকল, যিসকলে কঠোৰ পৰিশ্ৰম কৰিছে।”

দেওবাৰে তৃণমূলৰ প্ৰধান নেতৃগৰাকীয়ে শিলিগুৰিত এটা পদযাত্ৰাৰ নেতৃত্ব লয়।

এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত কৰা পদযাত্ৰাটোৰ ফটোৱে ইতিমধ্যে ৰাজনৈতিক মহলত ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে।

মমতাৰ উপৰিও সতীৰ্থ মন্ত্ৰী চন্দ্ৰিমা ভট্টাচাৰ্য, সাংসদ মিমি চক্ৰৱৰ্তী আৰু নছৰৎ জাহানো প্ৰতিবাদী যাত্ৰাটোত উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd