• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৫০ জনীয়া দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ অসম জাতীয় পৰিষদৰ : সভাপতি লুৰীণ জ্যোতিয়ে খেলিব দুটা সমষ্টিত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 7, 2021 7:05 pm
index.jpgkkk
374
VIEWS
Share on FacebookShare on Twitter

অসম জাতীয় পৰিষদে দেওবাৰে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে।

ইয়াৰ লগে লগে নৱগঠিত আঞ্চলিক দলটোৱে ৬৮ টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিলে। ইয়াৰ পূৰ্বে ১৮ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল দলটোৱে।

অসম জাতীয় পৰিষদে আজি দ্বিতীয়খন তালিকা ঘোষণা কৰা লগে লগে দলটোৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাতো নিশ্চিত হৈছে।

সভাপতি লুৰীণ জ্যোতি গগৈয়ে ১১৮ নং দুলিয়াজান আৰু ১২০ নং নাহৰকটীয়া বিধান সভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।

আজি প্ৰকাশিত তালিকা অনুসৰি প্ৰাক্তন বিধায়ক পবীন্দ্ৰ ডেকাই পাটাছাৰকুছি, অদীপ কুমাৰ ফুকনে পূৱ গুৱাহাটী, পুলকেশ বৰুৱাই বৰক্ষেত্ৰী আৰু দুলু আহমেদে হাজো সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰিছে।

ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ৯৯ নং মাজুলী(জনজাতি)ত অসম জাতীয় পৰিষদৰ হৈ যুঁজ দিব শিশুধৰ দলেই।

index.jpg2

ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুজ হাজৰিকাৰ বিৰুদ্ধে অসম জাতীয় পৰিষদে বুবুল দাসক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।

মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বিপক্ষে জাতীয় পৰিষদৰ হৈ প্ৰতিদ্বন্দ্বিাত আগবঢ়াব দীপু চৌধুৰীয়ে।

অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে কলিয়াবৰত মুকুল বৰুৱা আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে ডঃ শিখৰ কুমাৰ শৰ্মাই অসম জাতীয় পৰিষদৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

Recent News

আসন এৰি নিদিয়াৰ বাবে যাত্ৰীক প্ৰহাৰ! বিজেপি বিধায়কৰ সৈতে ৰে’লযাত্ৰীৰ সংঘাত

আসন এৰি নিদিয়াৰ বাবে যাত্ৰীক প্ৰহাৰ! বিজেপি বিধায়কৰ সৈতে ৰে’লযাত্ৰীৰ সংঘাত

চিটি চেন্টাৰৰ পৰা অসমীয়া ব্যৱসায়ীক খেদি পঠোৱাৰ ষড়যন্ত্ৰ! সংবাদ মাধ্যমৰ কাষ চাপিছে নিৰূপায় দুই ব্যৱসায়ী

চিটি চেন্টাৰৰ পৰা অসমীয়া ব্যৱসায়ীক খেদি পঠোৱাৰ ষড়যন্ত্ৰ! সংবাদ মাধ্যমৰ কাষ চাপিছে নিৰূপায় দুই ব্যৱসায়ী

এখন অসবৰ্ণ বিবাহৰ বাবেই এঘৰীয়া কৰা হ’ল এটা পৰিয়ালক : শুদ্ধিৰ নামত চুলি ক্ষুৰালে পৰিয়ালটোৰ ৪০ সদস্যই

এখন অসবৰ্ণ বিবাহৰ বাবেই এঘৰীয়া কৰা হ’ল এটা পৰিয়ালক : শুদ্ধিৰ নামত চুলি ক্ষুৰালে পৰিয়ালটোৰ ৪০ সদস্যই

আৰজেডিৰ সভাপতি হিচাপে ত্ৰয়োদশ কাৰ্যকালৰ বাবে মনোনয়ন দাখিল লালু প্ৰসাদ যাদৱৰ

আৰজেডিৰ সভাপতি হিচাপে ত্ৰয়োদশ কাৰ্যকালৰ বাবে মনোনয়ন দাখিল লালু প্ৰসাদ যাদৱৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd