• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
March 7, 2021 7:51 pm
index.jpgk
341
VIEWS
Share on FacebookShare on Twitter

২০২১ৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক মিত্ৰজোঁটৰ দলসমূহৰ মাজত আসনকেন্দ্ৰিক সংঘাতে দেখা দিছে।

শাসকীয় মিত্ৰজোঁটৰ আসন ভাগ বতৰাৰ পিছত দুই দল ক্ৰমে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মাজত আভ্যন্তৰীণ কন্দলে গা কৰি উঠাৰ সমান্তৰালভাৱে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটতো আৰম্ভ হৈছে আসনকেন্দ্ৰিক মতানৈক্য।

প্ৰধানতঃ কংগ্ৰেছ এআইয়ুডিএফৰ মাজত আসনকেন্দ্ৰিক দ্বন্দ্ব আৰম্ভ হোৱাৰ পিছতে কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মাজতো যে আসনকেন্দ্ৰিক মতানৈক্যৰ সৃষ্টি হৈছে সেয়া স্পষ্ট হৈ পৰিছে।

আঞ্চলিক গণ মৰ্চাই দাবী কৰা অনুসৰি দলটোৱে মহাজোঁটৰ পৰা মাত্ৰ দুখন আসন বিচাৰিলেও কংগ্ৰেছে দুয়োখন আসনকে গণ মৰ্চাক এৰিব দিবলৈ সন্মত নহ’ল।

গণ মৰ্চাৰ নেতৃত্বই প্ৰকাশ কৰা অনুসৰি দলটোৱে কংগ্ৰেছৰ পৰা বটদ্ৰৱা আৰু বোকাখাত সমষ্টি দুটা বিচাৰিছিল। কিন্তু কংগ্ৰেছে এই দুটা সমষ্টি গণ মৰ্চাক এৰি নিদিয়াত তেওঁলোকে নিজা প্ৰাৰ্থী থিয় কৰোৱাব বুলি ঘোষণা কৰিছে।

দেওবাৰে হোটেল লিলিত এক সংবাদমেল আয়োজন কৰি গণ মৰ্চা মুখ্য আহ্বায়ক তথা সাংসদ অজিত কুমাৰ ভূঞাই কয় “আমি বটদ্ৰৱাৰ পৰা প্ৰাৰ্থীত্ব বিচাৰিছিলো, কিন্তু মহাজোঁটে আমাৰ কথা নাৰাখিলে। সেইবাবে আমি আমাৰ প্ৰাৰ্থী লাচিত বৰদলৈক বটদ্ৰৱাৰ প্ৰাৰ্থী হিচাপে আগবঢ়াইছো। তাৰে লগতে বোকাখাত আগবঢ়াইছো পৰা প্ৰণৱ দলেক।”

ইফালে মহাজোঁটৰ মাজত ঐক্যৰ যে অভাৱ সেই কথা স্পষ্টৰূপত প্ৰকাশ পাইছে গণ মৰ্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভাষ্যত।

মহাজোঁটক লৈ ভুঞাই কয় “মহাজোঁট যি ধৰণে আগবাঢ়িব লাগিছিল সেইদৰে আগবাঢ়িব পৰা নাই।”

নিৰ্বাচনৰ পূৰ্বে মহাজোঁটৰ মাজত সৃষ্টি হোৱা মতানৈক্য স্পষ্টৰূপত বৰ্হিপ্ৰকাশ ঘটাৰ পিছত মহাজোঁটে কিদৰে বিজেপি-অগপ-য়ুপিপিএল বিৰোধী ভোটক একত্ৰিত কৰি শাসকীয় মিত্ৰজোঁটক প্ৰত্যাহ্বান জনাব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Recent News

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd