• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2021 8:59 pm
index.jpgkkk
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে প্ৰকাশ পাইছে অসম জাতীয় পৰিষদৰ ৫০ জনীয়া দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। দলটোৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকাই ৰাজনৈতিক বিশ্লেষক আৰু সচেতন লোকক আশ্চৰ্যচকিত কৰি তুলিছে।

আজি প্ৰকাশ কৰা তালিকা অনুসৰি দলটোৱে নাগৰিকত্ব (সংশোধনী) আইন(CAA)ক সমৰ্থন কৰা বৰাক উপত্যকাৰ অতি কমেও পাঁচটা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব।

Apply Now

এইটো উল্লেখ কৰাৰ নিষ্প্ৰয়োজন যে CAAৰ বিৰোধিতাৰে অসমত ভূমিষ্ঠ হৈছিল নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ। যোৱা বৰ্ষত অসমত সৃষ্টি হোৱা CAAৰ বিৰোধী প্ৰৱল গণ আন্দোলনক ৰাজনৈতিক শক্তিলৈ ৰূপান্তৰ কৰি সদৌ অসম ছাত্ৰ সন্থাই জন্ম দিছিল অসম জাতীয় পৰিষদক।

ইফালে সমগ্ৰ বৰাক উপত্যকাৰ বঙালীভাষী হিন্দুসকলে মুকলিকৈ CAAক সমৰ্থন কৰা আহিছে।

তেনে অৱস্থাত স্বৰূপাৰ্থতে বৰাক উপত্যকাৰ লোকসকলে অসম জাতীয় পৰিষদৰ প্ৰতিও বিৰোধ ভাৱ প্ৰদৰ্শন কৰি আহিছে।

কিন্তু দেওবাৰে ঘোষণা কৰা দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকাত দেখা গ’ল যে দলটোৱে বৰাক উপত্যকাৰ তিনিখন জিলাৰ অতি কমেও পাঁচটা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অগ্ৰসৰ হৈছে।

বৰাক উপত্যকাৰ পথাৰকান্দি, ধলাই, উদৰবণ্ড, লখিপুৰ আৰু কাটিগড়া সমষ্টিৰ বাবে আজি অসম জাতীয় পৰিষদে প্ৰাৰ্থী ঘোষণা কৰিছে।

ইয়াৰে দুটা হৈছে হিন্দু বাঙালীপ্ৰধান সমষ্টি আৰু তিনিটা হৈছে মুছলমানপ্ৰধান সমষ্টি।

হিন্দু বাঙালীপ্ৰধান সমষ্টি ক্ৰমে ধলাইত আদিবাসী সম্প্ৰদায়ৰ ৰাম ৰতন ডুচাদ আৰু কাটিগড়া সমষ্টিত বিষ্ণুপুৰী মণিপুৰী সম্প্ৰদায়ৰ সুধান বাবু সিনহাক প্ৰাৰ্থীত্ব দিছে দলটোৱে।

ইফালে পথাৰকান্দিত হুমায়ুন কবীৰ, উদাৰবণ্ডত আইমুল হক লস্কৰ আৰু আলিমুদ্দিন মজুমদাৰক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে অসম জাতীয় পৰিষদে।

অৱশ্যে CAA সমৰ্থকাৰী বৰাক উপত্যকাত অসম জাতীয় পৰিষদে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলেও দলটোৰ স্থিতি উপত্যকাটোত কিমান মজবুত সেয়া নিৰ্বাচনৰ ফলাফলৰ পিছতহে পৰিস্ফূৰ্ত হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

September 29, 2026 2:57 pm
ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm
সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

September 29, 2026 1:03 pm
বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

September 29, 2026 11:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

September 29, 2026 2:57 pm
ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd