• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইনষ্টাগ্ৰামলৈ ওভটি আহিল ৰিয়া চক্ৰৱৰ্তী, জনালে নাৰী দিৱসৰ শুভেচ্ছা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2021 2:57 pm
456894798

456894798

995
VIEWS
Share on FacebookShare on Twitter

আঠ মাহৰ মূৰত পুনৰ ইনষ্টাগ্ৰামলৈ উভটি আহিল বলিউডৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী।

দেওবাৰে অভিনেত্ৰীগৰাকীয়ে আল্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মাতৃ সন্ধ্যা চক্ৰৱৰ্তীলৈ উচৰ্গা কৰি এটা প’ষ্ট শ্বেয়াৰ কৰে।

প’ষ্টটোত শ্বেয়াৰ কৰা ফটোখনত দুখন হাত দেখা গৈছে। হাত দুখন ৰিয়া আৰু তেওঁৰ মাতৃৰ।

প’ষ্টটোৰ দ্বাৰা মাতৃক নিজৰ শক্তি, বিশ্বাস আৰু সুৰক্ষা বুলি অভিহিত কৰি অভিনেত্ৰীগৰাকীয়ে নাৰী দিৱসৰ শুভেচ্ছা জনাইছে।

প’ষ্টটোত অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলেও তেওঁলৈ নাৰী দিৱসৰ শুভেচ্ছা জনাই শক্তি আৰু সাহস নেহেৰুৱাবলৈ কৈছে।

 

View this post on Instagram

 

A post shared by Rhea Chakraborty (@rhea_chakraborty)

উল্লেখযোগ্য বলিউডৰ অভিনেতা তথা ৰিয়াৰ প্ৰেমিক সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা সম্পৰ্কত অভিনেতাজনৰ পৰিয়ালে ৰিয়াক অভিযুক্ত কৰিছিল।

পাছত আত্মহত্যাৰ ঘটনাটো চিবিআই, এনফৰ্চমেণ্ট ডিৰেক্টৰেট আৰু নাৰক’টিকছ কণ্ট্ৰল ব্যুৰো (এনচিবি)য়ে অনুসন্ধান চলাইছিল।

যোৱা বছৰ এনচিবিয়ে ৰিয়াক গ্ৰেপ্তাৰ কৰিছিল আৰু পাছত জামিনত মুক্তি লাভ কৰিছিল।

ৰিয়া গ্ৰেপ্তাৰ হোৱাৰ সময়ত তেওঁৰ মাতৃ সন্ধ্যা চক্ৰৱৰ্তীয়ে কৈছিল যে ৰিয়া এগৰাকী যুঁজাৰু আৰু আশা কৰিছিল যে দুৰ্ভাগ্যজনক ঘটনাসমূহে যাতে ৰিয়াৰ মনোবল ভাঙি নেপেলায়।

শেহতীয়াকৈ ৰিয়া অভিনীত ‘চেহৰে’ নামৰ চিনেমাখন চিত্ৰগৃহলৈ আহিব যদিও চিনেমাখনৰ প্ৰম’চনেল প’ষ্টাৰত ৰিয়াৰ ছৱি সংলগ্ন হোৱা নাই।

ৰিয়াৰ উপৰিও চিনেমাখনত অমিতাভ বচ্ছন আৰু ইমৰাণ হাছমীয়েও অভিনয় কৰিছে।

Recent News

বিতৰ্কৰ মাজতেই চাকৰিৰ পৰা অপসাৰণ কৰা হ’ল সৌৰ শক্তি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰামেশ্বৰ প্ৰসাদ গুপ্তাক

বিতৰ্কৰ মাজতেই চাকৰিৰ পৰা অপসাৰণ কৰা হ’ল সৌৰ শক্তি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰামেশ্বৰ প্ৰসাদ গুপ্তাক

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd