• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নৰেন্দ্ৰ মোডী শাসনলৈ অহাৰ পাছতে ভাৰতীয় গণতন্ত্ৰ ক্ষয়িষ্ণু হৈ পৰিছে : আমেৰিকাৰ সাংবাদিক ফৰীদ জাকাৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2021 7:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৪ চনত নৰেন্দ্ৰ মোডী শাসনলৈ অহাৰ সময়ৰে পৰা ভাৰতৰ গণতান্ত্ৰিক আদৰ্শসমূহ ক্ষয়িষ্ণু হৈ পৰিছে, কিন্তু দ্ৰুত আৰু গভীৰভাৱে হোৱা এই ক্ষয়িষ্ণু অৱস্থাটো ভাৰতীয় গণতন্ত্ৰৰ বাবে বিৰল বুলি  অভিহিত কৰিছে আমেৰিকাৰ এগৰাকী বিখ্যাত সাংবাদিক ফৰীদ জাকাৰিয়াই।

দেওবাৰে নিউজ চেনেল চিএনএনৰ ‘হোৱাট ইন দ্যা ৱৰ্ল্ড’ নামৰ অনুষ্ঠানটোত তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনত ভাৰতৰ ৰক্ষণশীল মনোভাৱে প্ৰাধান্য লাভ কৰিছে।

Apply Now

উল্লেখযোগ্য যে ২০১৪ চনত জাকাৰিয়াই নৰেন্দ্ৰ মোদীৰ সাক্ষাৎকাৰ লৈছিল আৰু মোদীৰ সাক্ষাৎকাৰ লোৱা মুষ্টিমেয় বিদেশী সাংবাদিকসকলৰ ভিতৰত তেওঁ অন্যতম।

সাংবাদিকজনে মানৱ অধিকাৰ সংস্থা ‘ফ্ৰীডম হাউচ’ৰ শেহতীয়া এখন প্ৰতিবেদনৰ কথা উল্লেখ কৰিছে।

যোৱা সপ্তাহত মুকলি কৰা প্ৰতিবেদনখনত ভাৰতক মানৱ অধিকাৰৰ ক্ষেত্ৰত ‘আংশিকভাৱে মুক্ত’ বুলি কৈছিল।

ফ্ৰীডম হাউচৰ প্ৰতিবেদনখনত ভাৰতৰ স্ক’ৰ ১০০ ৰ ভিতৰত ৬৭লৈ অৱনমিত হৈছে।

ইয়াৰ পূৰ্বে ২০১৮, ২০১৯, ২০২০ চনত ক্ৰমে ভাৰতৰ স্ক’ৰ ৭৭, ৭৫ আৰু ৭১ আছিল।

Today’s What in the World segment: how freedom is eroding in the world’s largest democracy pic.twitter.com/tdsIguRzbG

— Fareed Zakaria (@FareedZakaria) March 7, 2021

১৯৪১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত স্থাপিত এটা নন প্ৰফিট অৰ্গেনাইজেচন ‘ফ্ৰীডম হাউচে’ গণতন্ত্ৰ, ৰাজনৈতিক স্বাধিনতা আৰু মানৱ অধিকাৰক লৈ গৱেষণা আৰু মাত মাতি আহিছে।

অনুষ্ঠানটোত সাংবাদিক জাকাৰিয়াই কয় যে যোৱা কিছু বছৰৰ পৰা ভাৰতত বাক স্বাধিনতা খৰ্ব হৈ আছে।

তদুপৰি তেওঁ কয় যে ভাৰতৰ ৰাজহুৱা কৰ্মী, সাংবাদিক আৰু বিৰোধী ৰাজনীতিকসমূহক মোদী চৰকাৰক সামান্য সমালোচনা  কৰা বাবেই আৰক্ষীয়ে ৰাষ্ট্ৰদ্ৰোহীতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে।

ভাৰতৰ ৰাষ্ট্ৰদোহী আইনখনক ঔপনিৱেশিক যুগৰ বুলিও তেওঁ অভিহিত কৰে।

পৰিৱেশ কৰ্মী দিশা ৰৱীৰ গ্ৰেপ্তাৰ সম্পৰ্কত সাংবাদিকজনে কয় যে কেৱল কৃষকৰ প্ৰতিবাদক সমৰ্থন কৰাৰ বাবেই পৰিৱেশ কৰ্মীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

ভাৰতৰ এটা গৱেষণা গোষ্ঠী ‘আৰ্টিকল১৪’য়ে প্ৰকাশ কৰা এটা তথ্যও তেওঁ অনুষ্ঠানটোত উল্লেখ কৰে।

তথ্যটোৰ মতে, মোদী চৰকাৰৰ দিনত ৭,১৩৬ জন লোক ৰাষ্ট্ৰদোহীতাৰ গোচৰৰ সমুখীন হৈছে।

বিশ্বৰ গণতান্ত্ৰিক আদৰ্শৰ বাবে ভাৰতৰ এই ক্ষয়িষ্ণু অৱস্থাটো মাৰাত্মক বুলিও তেওঁ কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd