• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত তিনি সহস্রাধিক সমৰ্থকসহ কংগ্রেছ প্রাৰ্থী মনোৰঞ্জন বৰগোহাঁঞিৰ মনোনয়ন পত্র দাখিল

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
March 10, 2021 9:08 am
Videoframe_20210309_183453_com.huawei.himovie.overseas

বিশাল ৰেলীৰে মনোনয়ন দাখিল কৰিবলৈ যোৱাৰ সময়ত মাৰ্ঘেৰিটাৰ কংগ্ৰেছ প্ৰাৰ্থী মনোৰঞ্জন বৰগোহাঁঞি। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভিন্ন জাতি জনগোষ্ঠীৰ লোকেৰে সমৃদ্ধ হৈ মঙলবাৰে ঢোলে ডগৰে বিভিন্ন সাংস্কৃতিক দলেৰে সমদল কৰি আহি উত্তৰ মাৰ্ঘেৰিটা নামঘৰত সেৱা লৈ মাৰ্ঘেৰিটাৰ কংগ্রেছ প্রাৰ্থী মনোৰঞ্জন বৰগোহাঁঞিয়ে মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ত মহকুমাধিপতি সম্প্ৰতি গোস্বামীৰ হাতত মনোনয়ন দাখিল কৰে।

মাকুম বাগান তিনিআলিস্থিত কংগ্রেছ ভৱনৰ পৰা ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথেদি প্ৰায় ৩কিঃমিঃ পথ পদযাত্ৰা কৰি  বৰগোহাঁঞিয়ে মনোনয়ন পত্র দাখিল কৰে।

Apply Now

বিগত সময়চোৱাত মাৰ্ঘেৰিটাত কংগ্ৰেছৰ প্রাৰ্থিত্বকেন্দ্রিক সংঘাতত জৰ্জৰিত হোৱা কংগ্রেছ দলৰ মনোনয়ন পত্র দাখিলৰ সময়ত  বিৰোধ কৰি থকা  প্রাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা ৰুবুল গগৈয়ে সংগ দিয়াটো বিশেষ তাৎপৰ্য বহন কৰিছে।

সমদলৰ সময়ত জ্যেষ্ঠ কংগ্রেছ নেতা সৰোজ ৰয়, নৃপেন ৰয়, আৰু যুৱ কংগ্রেছৰ নেতৃবৃন্দৰ লগতে ব্লক মণ্ডলৰ তাৰা প্রসাদ দিহিঙীয়া সহ প্রায় ত্রিসহস্রাধিক লোকে অংশ গ্রহণ কৰে।

যিসময়ত মাৰ্ঘেৰিটাত কংগ্রেছ প্রায় শূন্য হোৱা বুলি চৰ্চা চলিছে তেনে সময়ত এই সমদলে সমাগত নিৰ্বাচনত কংগ্রেছ দলক যে উলাই কৰাটো কঠিন হ’ব তাকে প্রমান কৰে।

কংগ্রেছ প্রাৰ্থী গৰাকীয়ে সমষ্টিৰ সকলো ভাষা-ভাষী, জাতি-জনগোষ্ঠীৰ ৰাইজৰ আশীৰ্বাদ বিচাৰি কয় যে ৰাইজে পৰিবৰ্তন বিচাৰিছে আৰু কংগ্রেছ দলক নিশ্চয় আশীৰ্বাদ দিব।

আনহাতে, প্রথম পৰ্যায়ত অৰ্থাৎ ২৭ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হব লগা ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত মনোনয়ন দাখিলৰ অন্তিম দিনা পাঁচ খন মনোনয়ন পত্র দাখিল হয়।

কংগ্রেছৰ মনোৰঞ্জন বৰগোহাঁঞি, অসম জাতীয় পৰিষদৰ সঞ্জয় কুমাৰ দেৱৰ লগতে নিৰ্দলীয় প্রাৰ্থী ক্ৰমে ইগনুচ এক্কা, ৰন্টু সোণোৱাল আৰু ভোগেশ্বৰ শ্যামে  মনোনয়ন দাখিল কৰে।

সেইদৰে, সোমবাৰে বিজেপি প্রাৰ্থী ভাস্কৰ শৰ্মাই মনোনয়ন দাখিল কৰিছিল। মাৰ্ঘেৰিটা সমষ্টিত মুঠ ছয়জন প্রাৰ্থীয়ে মনোনয়ন পত্র দাখল কৰে।

মানস প্রতীম গগৈ

মানস প্রতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd