• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ২৬ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা, কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

দীৰ্ঘদিনীয়া আশা পূৰণ হ’ল কিশোৰ কুমাৰ ভট্টাচাৰ্যৰ, আশা ভংগ সত্যব্ৰতৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2021 8:44 am
congress-rep-2-1615399728
373
VIEWS
Share on FacebookShare on Twitter

অসম বিধানসভা নিৰ্বাচন, ২০২১ৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছে ঘোষণা কৰিছে ২৬ জনীয়া প্ৰাৰ্থীৰ তালিকা।

এই তালিকাত বাদ পৰিছে বহু ৰথী-মহাৰথীৰ নাম।

একেদৰে তালিকাত সন্নিবিষ্ট হৈছে বহু নতুন মুখ।১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ১২ মাৰ্চ। মনোনয়ন পত্ৰ পৰীক্ষাৰ দিন ১৫ মাৰ্চ আৰু মনৱোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৭ মাৰ্চ।

আহক চাওঁ কংগ্ৰেছে ঘোষণা কৰা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাত কোনে কোনে স্থান লাভ কৰিলে—

কমলপুৰ: কিশোৰ কুমাৰ ভট্টাচাৰ্য

হাফলং:নিৰ্মল লাংথাছা

হাওৰাঘাট: সঞ্জীৱ টেৰণ

বৈঠালাংছ’: অগষ্টিন ইংঘি

নলবাৰী: প্ৰদ্যুৎ কুমাৰ ভূঞা

ছিপাঝাৰ: কুলদীপ বৰুৱা

মঙলদৈ: বসন্ত দাস

দলগাওঁ: মহম্মদ ইলিয়াছ আলি

জাগীৰোড: স্বপন কুমাৰ মণ্ডল

লাহৰীঘাট: ডঃআছিফ মহম্মদ নাজাৰ

ৰহা: শশীকান্ত দাস

নগাওঁ: শান্তনু শৰ্মা

বঢ়মপুৰ: সুৰেশ বৰা

হোজাই: দেৱকান্ত সাহা

লামডিং: স্বপন কৰ

ৰাতাবাৰী:শম্ভু সিং মোল্লাহ

পাথাৰকান্দি: শচীন চাহু

উত্তৰ কৰিমগঞ্জ:কমলাক্ষ দে’ পুৰকায়স্থ

দক্ষিণ কৰিমগঞ্জ: ছিদ্দিক আহমেদ

কাটলিচেৰা: সঞ্জীৱ ৰয়

শিলচৰ: তমল কান্তি বনিক

ধলাই: কামাখ্যা প্ৰসাদ মালা

উদাৰবন্দ: অজিৎ সিং

লক্ষীপুৰ: মুকেশ পাণ্ডে

বৰখলা: মিছবাহুল ইছলাম লস্কৰ

কাটিগড়া: খলিল উদ্দিন মজুমদাৰ

উল্লেখ্য কংগ্ৰেছে ঘোষণা কৰা দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থী তালিকাত কমলপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছে বহু বছৰৰে পৰা টিকটৰ অপেক্ষাত থকা কিশোৰ কুমাৰ ভট্টাচাৰ্যক।

ফলত আশা ভংগ হ’ল অগপই টিকটৰ পৰা বঞ্চিত কৰা সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক সত্যব্ৰত কলিতাৰ। কলিতাই অগপৰ পৰা টিকট বঞ্চিত হোৱাৰ পিছত কংগ্ৰেছত যোগদান কৰি টিকট লোৱাৰ চেষ্টা চলাইছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd