• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিগত পাঁচ বছৰত সম্পত্তিৰ পাহাৰ গঢ়ি নোদোকা হৈছে এই কেইগৰাকী মন্ত্ৰী; চাওক সৱিশেষ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2021 8:08 pm
Naba Doley-Atul Bora- Kesab Mahanta

মন্ত্ৰী নব দলে, অতুল বৰা আৰু কেশব মহন্ত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত পাঁচ বছৰত ৰাজ্যখনৰ বিকাশৰ কথা একাষৰীয়াকৈ থৈ অন্তত: নিজৰ পৰ্বতসম বিকাশৰ দাবী কৰিব পাৰে এইকেইগৰাকী মন্ত্ৰীয়ে। অসম চৰকাৰৰ এনে এগৰাকী মন্ত্ৰীৰ সম্পত্তিৰ পৰিমান যোৱা পাঁচ বছৰত বৃদ্ধি হৈছে ৩৪৯ শতাংশ।

অসম চৰকাৰৰ এনেদৰে সম্পত্তিৰ পৰিমান বৃদ্ধি পোৱা ছয়গৰাকী মন্ত্ৰী হৈছে নব দলে, ৰঞ্জিত দত্ত, অতুল বৰা, কেশৱ মহন্ত, যোগেন মহন আৰু সঞ্জয় কিষান।

অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচন এই ছয়গৰাকী মন্ত্ৰীয়েও প্ৰতিদ্বন্দ্বিতা কৰিব।

মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত উল্লেখ কৰা অনুসৰি মন্ত্ৰী নব দলেৰ সম্পত্তি যোৱা পাঁচ বছৰত ৩৪৯ শতাংশ বৃদ্ধি পাইছে। নব দলেপ বৰ্তমান মুঠ সম্পত্তিৰ পৰিমান হৈছে প্ৰায় ২৫.৫২কোটি টকা।

শপতনামাত নব দলেই ঘোষণা কৰিছে যে তেওঁৰ  ৬,১৫,১৪,৬১৭ কোটিৰ অস্থাৱৰ সম্পত্তি আৰু ১৯,৩৭,৬৪,০০০কোটি টকাৰ স্থাৱৰ সম্পত্তি আছে।

২০১৬ চনত দলে ঘোষণা কৰা মতে তেওঁৰ সম্পত্তি আছিল ৭,৩০,০০,৩৫৫কোটি টকাৰ। দলেই ঢকুৱাখনা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

অসম গণ পৰিষদৰ সভাপতি তথা ৰাজ্যখনৰ কৃষিমন্ত্ৰী অতুল বৰাৰ সম্পত্তি যোৱা পাঁচ বছৰত ১.২৬কোটি চকা বৃদ্ধি পাইছে। মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত বৰাই ঘোষণা কৰিছে যে তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমান হৈছে ২,৩৬,৯৯,৩৮৯কোটি টকা আৰু অস্থাৱৰ সম্পত্তিৰ পৰিমান হৈছে ১,৩১,৮৯,৫০০কোটি টকা।

২০১৬ত অতুল বৰাই ঘোষণা কৰিছিল যে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান আছিল ২,৪২,৪৪,৪২৪কোটি টকা। অতুল বৰাই বোকাখাত সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

অগপৰ আন এগৰাকী মন্ত্রী কেশব মহন্তই ঘোষণা কৰিছে যে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান ৩,৪৫,৩৪,৫২৪কোটি টকা। যোৱা পাঁচ বছৰত তেওঁৰ সম্পত্তিৰ পৰিমান বৃদ্ধি পাইছে ২০৩শতাংশ।

কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া কেশৱ মহন্তই প্ৰকাশ কৰা মতে তেওঁ অস্থাৱৰ সম্পত্তিৰ পৰিমান হৈছে ১,৯২,৮৪,৫২৪ কোটি টকা আৰু অস্থাৱৰ সম্পত্তিৰ পৰিমান হৈছে ১,৫২,৫০,০০০ কোটি টকা।

বিহালী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া ৰাজ্যখনৰ জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্তৰ মুঠ সম্পত্তিৰ পৰিমান হৈছে ৬,০২,৭৮,৪৯৬কোটি টকা। বিগত পাঁচ বছৰত তেওঁৰ সম্পত্তিৰ পৰিমান ৩.৭০কোটি টকা বৃদ্ধি পাইছে।

মাহমৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া মন্ত্ৰী যোগেন মহনে ঘোষণা কৰা মতে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান ১,৩৩,৬১,৫২৬কোটি টকা। তেওঁ দাখিল কৰা শপতনামা অনুসৰি যোৱা পাঁচ বছৰত তেওঁৰ সম্পত্তিৰ পৰিমান বৃদ্ধি পাইছে ২৪১ শতাংশ।

মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত উল্লেখ কৰা অনুসৰি যোগেন মহনৰ অস্থাৱৰ সম্পত্তিৰ পৰিমান হৈছে ৫৬,৬১,৫২৬ লাখ টকা আৰু অস্থাৱৰ সম্পত্তিৰ পৰিমান হৈছে ৭৭ লাখ টকা।

২০১৬চনত যোগেন মহনে ঘোষণা কৰা মতে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান আছিল ৫৫,২৬,১০৩লাখ টকা।

সেইদৰে, আন এগৰাকী মন্ত্ৰী সঞ্জয় কিষানৰ সম্পত্তি যোৱা পাঁচ বছৰত ২৭৪শতাংশ বৃদ্ধি পাইছে। কিষানৰ তেওঁৰ শপতনামাত উল্লেখ কৰা মতে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান ৫৫,৩৫,৯৫৮ লাখ টকা।

এইদৰেই আমাৰ জনপ্ৰতিনিধিৰ ব্যক্তিগত বিকাশে বিজেপি চৰকাৰখনৰ সবকা চাথ সবকা বিকাশৰ শ্ল’গানকে সাৰ্থক কৰি তোলা বুলি কটাক্ষ কৰিছে বিভিন্নজনে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd