• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

”গ্ৰেট কুইন”’! ব্ৰিটিছ সম্ৰাজ্ঞীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল কংগনা ৰানাৱট, কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2021 8:06 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় টেলিভিছন পাৰ্চনেলিটী অপ্ৰাহ উইনফ্ৰে’ৰ স’তে হোৱা এটা সাক্ষাৎকাৰত  ব্ৰিটিছ ৰাজকোঁৱৰ প্ৰিন্স হেৰীৰ পত্নী মেগান মাৰ্কলেয়ে দিয়া এটা ভাস্যই বিশ্বজুৰি তোলপাৰ লগাইছে।

সাক্ষাৎকাৰটোত মেগানে কৈছিল যে ব্ৰিটিছ ৰাজপৰিয়ালত বৰ্ণবিদ্বেষী মনোভাৱ আছে।

Apply Now

উল্লেখযোগ্য যে বৰ্তমান মেগান গৰ্ভৱতী আৰু দম্পতিটোৰ দ্বিতীয়টো সন্তানৰ বাবে সাজু হৈছে।

কিন্তু ৰাজপৰিয়ালটোৱে গৰ্ভাৱস্থাত থকা সন্তানটোৰ ছালৰ ৰঙক লৈ বৰ্ণবিদ্বেষী সন্দেহ প্ৰকাশ কৰিছিল।

মেগান মাৰ্কলে ৰাজপৰিয়ালটোৰ প্ৰথমগৰাকী সদস্য যি শ্বেতাংগ নহয়।

সেয়ে দ্বিতীয়টো সন্তানৰ ছালৰ ৰঙক লৈ ৰাজপৰিয়ালটোৱে সন্দেহ প্ৰকাশ কৰিছিল।

তদপুৰি ২০১৮ চনত তেওঁৰ প্ৰথমটো সম্তান আৰ্কীৰ জন্মৰ সময়তো তেওঁ মানসিক যন্ত্ৰণা লাভ কৰিছিল বুলি ইণ্টাৰভিউটোত প্ৰকাশ কৰিছিল।

মেগানৰ এই বক্তব্যটোক অজস্ৰ সচেতন আৰু প্ৰগতিশীল লোকে সমৰ্থন কৰিছে।

আনহাতে সততে উপৰুৱা আৰু একপক্ষীয় বক্তব্যৰে চৰ্চাত থকা বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে বিষয়টো সম্পৰ্কত ব্ৰিটিছ ৰাজপৰিয়ালক সমৰ্থন জনাইছে।

May not be an ideal MIL/wife/sister,but she is a great Queen,she carried forward her father’s dream, saved the crown better than any son could have. We can’t play every role to perfection even if we excel at one should be enough. She saved the crown. Let her retire like a Queen.

— Kangana Ranaut (@KanganaTeam) March 12, 2021

এটা টুইটযোগে কংগনাই কৈছে যে যদিও ইণ্টাৰভিউটো তেওঁ চোৱা নাই কিন্তু ইংলেণ্ডৰ ৰাণী কুইন এলিজাবেথৰ প্ৰশংসাত অভিনেত্ৰীগৰাকী পঞ্চমুখ হৈ পৰিছে।

কুইন এলিজাবেথ, প্ৰিন্স চাৰ্লছকে ধৰি ব্ৰিটিছ ৰাজপৰিয়ালৰ সকলো সদস্যৰ ফটো টুইটাৰত প’ষ্ট কৰি তেওঁ কুইন এলিজাবেথক ”মহান সম্ৰাজ্ঞী” আখ্যা প্ৰদান কৰিছে।

তদুপৰি বিষয়টোক শাহু বোৱাৰীৰ কাজিয়াৰ ৰূপত উপস্থাপন কৰি তেওঁ কয় যে এনেধৰণৰ বিতৰ্কই তেওঁক আকৰ্ষিত নকৰে।

”যদিও এগৰাকী আদৰ্শ শাহু, পত্নী, ভগ্নী নহয়, কিন্তু তেওঁ এগৰাকী মহান সম্ৰাজ্ঞী’।- টুইটটোত অভিনেত্ৰীগৰাকীয়ে এইদৰে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd