• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এটা ক্ষুদ্ৰ কেমেৰা ভক্ষণ কৰিলেই জানিব পাৰিব আপোনাৰ পাকস্থলীত কেঞ্চাৰ হৈছে নেকি!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 13, 2021 6:14 pm
1.9k
VIEWS
Share on FacebookShare on Twitter

ক্ষুদ্ৰ এটা কেমেৰা ভক্ষণ কৰিলেই কেমেৰাটোৱে শৰীৰৰ ভিতৰৰ পাকস্থলীৰ কেঞ্চাৰ ৰোগৰ প্ৰমাণসমূহ ধৰা পেলাব!

ইংলেণ্ডৰ চিকিৎসা বিভাগে এই সদ্ধান্ত গ্ৰহণ কৰিছে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, দেশখনৰ নেচনেল হেল্থ চাৰ্ভিছৰ ১১ হাজাৰজন কেঞ্চাৰ ৰোগীক এই কেমেৰাটো খাবলৈ দিয়া হ’ব।

এটা পিলতকৈও ক্ষুদ্ৰ এই কেমেৰাটোৱে শৰীৰৰ ভিতৰত প্ৰতি চেকেণ্ডত দুখনকৈ ফটো ৰেকৰ্ড কৰিব।

তাৰপাছত শৰীৰৰ ভিতৰত পোৱা ফটো তথা তথ্যসমূহ আন এটা ডিভাইচলৈ প্ৰেৰণ কৰিব।

উক্ত ডিভাইচটো ৰোগীজনৰ কঁকালত বন্ধা থাকিব।

দেশখনৰ ৪০টা চিকিৎসাকেন্দ্ৰত এই ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

নেচনেল হেল্থ চাৰ্ভিছে কয় যে কেমেৰাটোক ‘কলন কেপচুল এণ্ডস্কপী’ অথবা ‘পিল কেম’ নামেৰে জনা যাব।

কেমেৰাটোৱে পাঁচৰ পৰা আঠ ঘণ্টাৰ ভিতৰত শৰীৰৰ ভিতৰৰ ছৱি প্ৰস্তুত কৰিব।

ৰোগীসকলে কেমেৰাটোৰ দ্বাৰা কোনোধৰণৰ শাৰিৰীক অসুবিধা লাভ নকৰে বুলিও লগতে আশ্বাস প্ৰদান কৰিছে।

উল্লেখযোগ্য, এই প্ৰযুক্তিটো ২০০১ চনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰয়োগ হৈ আহিছে।

স্কটলেণ্ডতো একেধৰণৰ এটা আঁচনি ২০২০ চনৰ নৱেম্বৰত মুকলি কৰা হৈছিল।

ইউনিভাৰ্চিটি কলেজ লণ্ডন হস্পিতালেও যোৱা বছৰ এই প্ৰযুক্তি ব্যৱহাৰ কৰিছিল।

নেচনেল হেল্থ চাৰ্ভিছে আশা কৰা মতে, কেমেৰাটোৱে পাকস্থলীৰ কেঞ্চাৰ সোনকালেই ধৰা পেলাই আৰোগ্যলাভৰ ক্ষেত্ৰত সহায়ক হ’ব।

উল্লেখযোগ্য যে ২০২০ চনৰ জানুৱাৰীৰ পৰা ক’ভিড-১৯ মহামাৰীৰ বাবে কেঞ্চাৰকে ধৰি দুৰাৰোগ্য ৰোগসমূহৰ চিকিৎসাৰ বাহিৰে আন ৰোগসমূহৰ ক্ষেত্ৰত দেশখনৰ চিকিৎসালয়সমূহ বন্ধ কৰা হৈছিল।

Recent News

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd