• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সংসদত নাৰী নিৰ্যাতন : সোঁপন্থী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল অষ্ট্ৰেলিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2021 4:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাজাৰ হাজাৰ লোক ওলাই আহিল নাৰীৰ প্ৰতি যৌন নিৰ্যাতনৰ প্ৰতিবাদত।

অষ্ট্ৰেলিয়াৰ সংসদত ঘটি যোৱা দুটাকৈ যৌন নিৰ্যাতনৰ প্ৰতিবাদত দেশখন বৰ্তমান উত্তাল হৈ পৰিছে।

Apply Now

যৌন নিৰ্যাতনৰ দাবীত অষ্ট্ৰেলিয়াৰ শাসনাধীস্থ সোপন্থী তথা ৰক্ষণশীল চৰকাৰৰ মন্ত্ৰীসভাখনৰ সদস্যসকলক তদন্ত কৰাৰ দাবীত এই প্ৰতিবাদ আৰম্ভ হৈছে।

প্ৰতিবাদ আৰম্ভ হৈছিল এসপ্তাহ পূৰ্বেই।

দেশখনৰ এগৰাকী মন্ত্ৰী তথা এটৰ্ণী জেনেৰেল খ্ৰীষ্টিয়ান পৰ্টাৰে প্ৰকাশ কৰিছিল ১৯৮৮ চনৰ এটা যৌন নিৰ্যানতনৰ অভিযোগত তেওঁৱো অভিযুক্ত আছিল- যিটো তেওঁ নস্যাৎ কৰে।

তদুপৰি, আন এটা যৌন নিৰ্যাতনৰ অভিযোগে ফেব্ৰুৱাৰীত তোলপাৰ লগায়।

ব্ৰিট্টানী হিগ্গিনছ নামৰ এগৰাকী প্ৰাক্তন ৰাজনৈতিক উপদেষ্টাই ১৫ ফেব্ৰুৱাৰীত অভিযোগ কৰে যে ২০১৯ চনত এজন মন্ত্ৰীৰ কাৰ্যালয়ত এজন সহকৰ্মীৰ ধৰ্ষিতা হৈছিল।

ইয়াৰ পাছতে অষ্ট্ৰেলিয়াত যৌন নিৰ্যাতনৰ অভিযোগৰ জোৱাৰ উঠে।

বহুতো ভুক্তভোগীয়ে স্কুল, অফিচ আৰু অন্যান্য ক্ষেত্ৰত সমুখীন হোৱা যৌন নিৰ্যাতনৰ অভিজ্ঞতাসমূহ ৰাজহুৱা কৰে।

প্ৰতিবাদকাৰীসকলে কৈছে যে যৌন নিৰ্যাতনৰ অভিযোগসমূহ শাসনাধিস্থ চৰকাৰখনে উলাই কৰি আহিছে।

সোমবাৰে ৰাজধানী কেনবেৰাস্থিত সংসদ ভৱনৰ সমুখত  প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়।

হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ সমুখত ব্ৰিট্টানী হিগ্গিনছে কয়- ”অষ্ট্ৰেলিয়াত নাৰীসকলে যৌন নিৰ্যাতনৰ সামাজিক স্বীকৃতিপ বলি হৈ আহিছে।”

”যদিহে এয়া সংসদ ভৱনত হ’ব পাৰে, তেন্তে সঁচাকৈয়ে ই য’তে-ত’তে হ’ব পাৰে।”- নিজৰ দুৰ্ভাগ্যজনক অভিজ্ঞতা সম্পৰ্কে হিগ্গিনছে কয়।

সোমবাৰে চিডনী, কেনবেৰা, মেলব’ৰ্ণকে ধৰি দেশখনৰ ৪০খন চহৰত ‘মাৰ্চ ফৰ জাষ্টিছ’ শীৰ্ষক প্ৰতিবাদী সমদল পালন কৰা হয়।

প্ৰতিবাদকাৰীসকলে কৈছে যে ই অষ্ট্ৰেলিয়াৰ ইতিহাসত নাৰী অধিকাৰৰ ক্ষেত্ৰত আটাইতকৈ বৃহৎ আন্দোলন।

মুখত ক’লা কাপোৰ পিন্ধি প্ৰতিবাদকাৰীসকলে বেনাৰ-পোষ্টাৰ প্ৰদৰ্শন কৰে।

দেশখনৰ প্ৰধানমন্ত্ৰী স্কট মৰিছন আৰু শাসনাধীস্থ লিবাৰেল পাৰ্টিৰ সদস্যসকলে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীত সাক্ষাৎ কৰিবলৈ অমান্তি হয়।

আনহাতে, বিৰোধী দল লেবাৰ পাৰ্টিৰ সদস্যসকলে প্ৰতিবাদত যোগদান কৰি শাসনাধীস্থ চৰকাৰখনক সমালোচনা কৰে।

বিৰোধী দলটোৱে শাসনাধিস্থ দলৰ সদস্যসকলৰ ওপৰত উঠা যৌন অভিযোগৰ ঘটনাসমূহৰ তদন্তৰ দাবী কৰে।

উল্লেখযোগ্য এই প্ৰতিবাদত বয়স নিৰ্বশেষে নাৰীসকলে যোগদান কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd