• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বেংকৰ ব্যক্তিগতকৰণ : দুদিনত ভৰি দিলে ইউ.এফ.বি.ইউৰ ধৰ্মঘট, কেন্দ্ৰক সমালোচনা কংগ্ৰেছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2021 5:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউনাইটেড ফৰাম অৱ বেংক ইউনিয়নছ (ইউ.এফ.বি.ইউ.) আহ্বান কৰা ধৰ্মঘটৰ আজি দ্বিতীয় দিনত ভৰি দিছে।

ধৰ্মঘট উপলক্ষে দেশখনৰ বেংক কৰ্মচাৰীসকলে ৰাজপথত অৱস্থান গ্ৰহণ কৰিছে।

Apply Now

যাৰ ফলত দেশখনৰ বেংকিঙত প্ৰভাৱ পৰা দেখা গৈছে।

কেন্দ্ৰীয় চৰকাৰে যোৱা মাহৰ বাজেট অধিৱেশনত তোলা বেংকিং খণ্ডক ব্যক্তিগতকৰণৰ প্ৰস্তাৱৰ বিৰোধিতাত এই ধৰ্মঘট পালন কৰা হৈছে।

বিৰোধী দল কংগ্ৰেছে এইক্ষেত্ৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ পৰা সমুচিত প্ৰত্যুত্তৰ দাবী কৰিছে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গেই  বিষয়টোৰ গুৰুত্বতা সম্পৰ্কে কয় যে দেশখনৰ ১২টাকৈ ৰাজহুৱা বেংকৰ দেশজুৰি ১০০,০০০টা ব্ৰাঞ্চ আছে আৰু ১৩ লাখ কৰ্মচাৰী নিয়োজিত হৈ আছে।

কংগ্ৰেছ নেতা খৰ্গেই কয় যে চৰকাৰে দুটাকৈ ৰাজহুৱা খণ্ডৰ বেংকক ৭৫ কোটি একাউণ্ট হ’ল্ডাৰৰ স’তে আলোচনা নকৰাকৈয়ে ব্যক্তিগতখণ্ডক গটাই দিবলৈ ওলাইছে।

তদুপৰি বীমা কোম্পানীসমূহৰ কৰ্মচাৰীসকলেও ১৭ মাৰ্চ আৰু এল.আই.চি.ৰ কৰ্মচাৰীসকলে ১৮ মাৰ্চত ধৰ্মঘট আহ্বান কৰিব বুলি কংগ্ৰেছ নেতাজনে জনায়।

আইন এক কংগ্ৰেছ সাংসদ ৰৱনীত সিঙে কয় যে বেংকসমূহ ব্যক্তিগতকৰণ হ’লে বেংকসমূহৰ আৰ্থিক সুৰক্ষাৰ ক্ষেত্ৰত আপোচ কৰা হ’ব। এয়া কেৱল ১০ লাখ ধৰ্মঘটৰত কৰ্মচাৰীসকলৰেই নহয়, এয়া দেশৰ জনসাধাৰণৰ বাবেই চিন্তনীয় বিষয়।

ইউনাইটেড ফৰাম অৱ বেংক ইউনিয়নছ (ইউ.এফ.বি.ইউ.)ৰ স’তে প্ৰতিবাদী ধৰ্মঘটটোত ইণ্ডিয়ান নেচনেল বেংক এম্প্লয়ীজ ফেডাৰেচন, ইণ্ডিয়ান নেচনেল বেংক অফিচাৰছ কংগ্ৰেছ, নেচনেল অৰ্গেনাইজেচন, নেচনেল অৰ্গেনাইজেচন অৱ বেংক ৱৰ্কাৰ্ছ আৰু নেচনেল অৰ্গেনাইজেচন অৱ বেংক অফিচাৰছয়েও যোগদান কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd