• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহাপুৰুষ শংকৰদেৱে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যুঁজিছিল! যোগীৰ মন্তব্যকলৈ কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2021 8:40 pm
Yogi-Adityanath-750x375
334
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ হৈ অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকলৈ কৰা এক বিশেষ মন্তব্যই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যুদ্ধ কৰিছিল বুলি আদিত্যনাথে নিৰ্বাচনী ভাষণত মন্তব্য কৰা বুলি অভিযোগ কৰি কংগ্ৰেছে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীক উভতি ধৰিছে।

আদিত্যনাথৰ মন্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰি কংগ্ৰেছে কৈছে যে এনে মন্তব্যৰ জৰিয়তে আদিত্যনাথে অসম সম্পৰ্কত থকা তেওঁৰ জ্ঞানৰ দৈন্যতাকে উদঙাই দিছে।

কংগ্ৰেছৰ প্ৰচাৰ বিভাগৰ নেত্ৰী ববিতা শৰ্মাই প্ৰেৰণ কৰা এক বিবৃতিত আদিত্যনাথে জগতগুৰু শংকৰদেৱক কৰা অপমান সমগ্ৰ অসমবাসীক কৰা অপমান বুলি অভিহিত কৰিছে।

যি গৰাকী মহাপুৰুষে সমাজত বৈষম্য দূৰ কৰি জাতি-ভেদ প্রথাৰ বিৰুদ্ধে যুঁজিছিল , তেনে এগৰাকী ব্যক্তিয়ে অসমত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে যুঁজা বুলিকৈ আদিত্যনাথে মহাপুৰুষগৰাকীক অপমান কৰা বুলি কংগ্ৰেছে মন্তব্য কৰিছে।

উল্লেখ্য আজি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰঙিয়া, কলাইগাঁও,হোজাই আদি স্থানত বিজেপিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়ে।

আদিত্যনাথৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কিছুদিন পূৰ্বে বীৰ লাচিত বৰফুকনক ভাৰতৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামী যোদ্ধা আছিল বুলি মন্তব্য কৰিছিল।

আহমেদাবাদত আয়োজিত ‘আজাদী কি অমৃতচ মহোৎসৱ’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাচিত বৰফুকনক স্বাধীনতা সংগ্ৰামী বুলি কৈছিল।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd