• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘এইবাৰ ৰাইজ নাচোৰবান্দা, হিমন্ত বিশ্ব শৰ্মাক জালুকবাৰীৰ পৰা খেদাই দিব’ : কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুৰৰ দাবী

‘হিমন্ত বিশ্ব শৰ্মাৰ কোনো জনপ্ৰিয়তা নাই, তেওঁ অসমৰ চাৰিওফালে জনপ্ৰিয়তা কিনিবলৈ যায়’ ৰমেন বৰঠাকুৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 18, 2021 3:36 pm
376
VIEWS
Share on FacebookShare on Twitter

‘জালুকবাৰী সমষ্টিত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ঢৌ বলিছে। হিমন্ত বিশ্ব শৰ্মাৰ কোনো জনপ্ৰিয়তা নাই, তেওঁ অসমৰ চাৰিওফালে জনপ্ৰিয়তা কিনিবলৈ যায়।‘ জালুকবাৰী সমষ্টিৰ পৰা থিয় দিয়া কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী ৰমেন বৰঠাকুৰে মনোনয়ন দাখিলৰ পূৰ্বে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত এনেদৰে দাবী কৰিছে।

হিমন্ত বিশ্ব শৰ্মাৰ হৈ প্ৰচাৰ চলাবলৈ আৰু মনোনয়ন দাখিল কৰিবলৈ ৭ খন বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আহিব বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘মনোনয়ন দাখিল কৰিবলৈ প্ৰাৰ্থীৰ সৈতে দুজনহে যাব পাৰে। ইয়াত ৭ গৰাকী মুখ্যমন্ত্ৰী অহাৰ কি প্ৰশ্ন আছে? তেওঁৰ জনপ্ৰিয়তা ইমানেই হ্ৰাস পাইছে নে যে ৭ গৰাকীকৈ মুখ্যমন্ত্ৰী প্ৰচাৰ চলাবলৈ আহিবলগীয়া পৰিস্থিতি হৈছে।

ইপিনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদায় চমক সৃষ্টি কৰিব খোজে বুলি দাবী কৰি তেওঁ লগতে কয় ‘এইবাৰ ৰাইজ নাচোৰবান্দা, হিমন্ত বিশ্ব শৰ্মাক জালুকবাৰীৰ পৰা খেদাই দিব। বস্ত্ৰ নগৰী শুৱালকুছি ধ্বংস কৰিলে হিমন্ত বিশ্ব শৰ্মাই। ১ লাখ শিপিনী থকা বস্ত্ৰ নগৰীত তেওৰ মতে মাত্ৰ ১০ হাজাৰহে শিপিনী আছে। এইবাৰ ৰাইজে সিদ্ধান্ত লৈ কৈছে আমাক ইয়াৰ স্থায়ী সমাধান লাগে।‘

বৰঠাকুৰৰ মতে ‘জালুকবাৰী সমষ্টিৰ মনত এটাই আশা ‘হে ইশ্বৰ আমাক এই ব্যক্তিৰ পৰা উদ্ধাৰ কৰা।‘

ইপিনে, জালুকবাৰী সমষ্টিৰ যুঁজখন কংগ্ৰেছ বনাম বিজেপিৰ হ’ব বুলি তেওঁ উল্লেখ কৰি লগতে কয় ‘এই যুঁজ হিমন্ত বিশ্ব শৰ্মা বনাম ৰমেন বৰঠাকুৰ নহয়।‘

Recent News

আসন এৰি নিদিয়াৰ বাবে যাত্ৰীক প্ৰহাৰ! বিজেপি বিধায়কৰ সৈতে ৰে’লযাত্ৰীৰ সংঘাত

আসন এৰি নিদিয়াৰ বাবে যাত্ৰীক প্ৰহাৰ! বিজেপি বিধায়কৰ সৈতে ৰে’লযাত্ৰীৰ সংঘাত

চিটি চেন্টাৰৰ পৰা অসমীয়া ব্যৱসায়ীক খেদি পঠোৱাৰ ষড়যন্ত্ৰ! সংবাদ মাধ্যমৰ কাষ চাপিছে নিৰূপায় দুই ব্যৱসায়ী

চিটি চেন্টাৰৰ পৰা অসমীয়া ব্যৱসায়ীক খেদি পঠোৱাৰ ষড়যন্ত্ৰ! সংবাদ মাধ্যমৰ কাষ চাপিছে নিৰূপায় দুই ব্যৱসায়ী

এখন অসবৰ্ণ বিবাহৰ বাবেই এঘৰীয়া কৰা হ’ল এটা পৰিয়ালক : শুদ্ধিৰ নামত চুলি ক্ষুৰালে পৰিয়ালটোৰ ৪০ সদস্যই

এখন অসবৰ্ণ বিবাহৰ বাবেই এঘৰীয়া কৰা হ’ল এটা পৰিয়ালক : শুদ্ধিৰ নামত চুলি ক্ষুৰালে পৰিয়ালটোৰ ৪০ সদস্যই

আৰজেডিৰ সভাপতি হিচাপে ত্ৰয়োদশ কাৰ্যকালৰ বাবে মনোনয়ন দাখিল লালু প্ৰসাদ যাদৱৰ

আৰজেডিৰ সভাপতি হিচাপে ত্ৰয়োদশ কাৰ্যকালৰ বাবে মনোনয়ন দাখিল লালু প্ৰসাদ যাদৱৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd