• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম জাতীয় পৰিষদৰ ১৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; দিছপুৰ আৰু পশ্চিম গুৱাহাটীত কোন হ’ব প্ৰাৰ্থী?

সৰ্বমুঠ কেইটা সমষ্টিত প্ৰাৰ্থী থিয় কৰাইছে অসম জাতীয় পৰিষদে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 18, 2021 7:45 pm
AJP-symbol
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম জাতীয় পৰিষদে প্ৰকাশ কৰি উলিয়াইছে ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তৃতীয়খন আলিকা।

বৰ্তমানলৈকে মুঠ ৮৫ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে অসম জাতীয় পৰিষদে। ইয়াৰে ৪ গৰাকীৰ মনোনয়ন ইতিমধ্যে নাকচ হৈছে।

Apply Now

আজি শেহতীয়াকৈ দিছপুৰ, পশ্চিম গুৱাহাটীকে ধৰি মুঠ ১৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে অসম জাতীয় পৰিষদে।

তালিকা অনুসৰি :-

বৰখলা – মেহবুৰ ৰহমান বৰভূঞা
গোলকগঞ্জ – আতিকুৰ ৰহমান

পশ্চিম বিলাসীপাৰা – ডাঃ আনিছ আহমেদ
উত্তৰ অভয়াপূৰী – অজন্তা বৰুৱা

জলেশ্বৰ – ৰশিদুল হক
জনীয়া – শুকুৰ আলী

সৰুক্ষেত্ৰী – মাণিক চন্দ্ৰ বড়ো
চেঙা – গিয়াচুদ্দিন আহমেদ

বকো – দীপজ্যোতি দাস
দিছপুৰ – প্ৰিঞ্চ ফাইজুল হক

পশ্চিম গুৱাহাটী – ৰুণা লাইলা
তামুলপুৰ – এম প্ৰসাদ আচাৰ্য্য

কলাইগাঁও – যাদৱ শইকীয়া
ছিপাঝাৰ – গীতিকা কাকতি

মঙলদৈ – গকুল বৰুৱা
নগাঁও – অনুপ লস্কৰ
বঢ়মপুৰ – দীপিকা শইকীয়া কেওট

উল্লেখযোগ্য যে, অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে নাহৰকটীয়া আৰু দুলীয়াজান দুটাকৈ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব আৰু সাধাৰণ সম্পাদক জগদীশ ভুঞাই শদিয়াৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

আনহাতে কাৰ্যকৰী সভাপতি পবীন্দ্ৰ ডেকাই পাটাচাৰকুছি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

ইতিমধ্যে, ৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছে অসম জাতীয় পৰিষদৰ। তেওঁলোক ক্ৰমে বটদ্ৰৱা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰা অৰূপ কুমাৰ শইকীয়া আৰু মৰিয়নী সমষ্টিৰ পৰা এজেপিৰ প্ৰাৰ্থী হিচাবে মনোনয়ন দাখিল কৰা অলোক ঘোষ।

শেহতীয়াকৈ মনোনয়ন নাকচ হোৱা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুগৰাকী হৈছে ক্ৰমে ৰুপহীহাট সমষ্টিৰ ছফিকুল ইছলাম আৰু নাজিৰা সমষ্টিৰ ৰিবুলায়া গগৈ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

June 18, 2026 7:45 am
নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am
ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

June 18, 2026 7:45 am
নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd