• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশ বিক্ৰী নকৰো বুলি অংগীকাৰ কৰা মোদীয়ে ইটোৰ পিছত সিটো দেশৰ সম্পদ বিক্ৰী কৰিছে : ৰাজীৱ শুক্লা

ৰাইজলৈ আহ্বান, কংগ্ৰেছ চৰকাৰক পুনৰ শাসনলৈ আনি বিকাশৰ ৰথখন অসমত পুনৰ চলাব লাগে : ৰাজীৱ শুক্লা

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
March 21, 2021 3:28 pm
index.jpg
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন কংগ্ৰেছী কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ শুক্লাই অসমবাসী ৰাইজলৈ আহ্বান জনায় কয় “কংগ্ৰেছ চৰকাৰক পুনৰ শাসনলৈ আনি বিকাশৰ ৰথখন অসমত পুনৰ চলাব লাগে।”

এই নিৰ্বাচনত দশা আৰু দিশ দুয়োটা সলনি হ’ব বুলি উল্লেখ কৰি তেওঁ আৰু কয় “সোণোৱাল চৰকাৰক উৎখাত কৰাৰ এয়া সুৱৰ্ণ সুযোগ অসমৰ ৰাইজৰ। তেওঁলোকে বহুত প্ৰতিশ্ৰুতি দিলে কিন্তু এটাও পূৰণ নকৰিলে। প্ৰথমবাৰলৈ কংগ্ৰেছৰ গেৰাণ্টিৰ কথা মোদীৰ মুখত ওলাল। কংগ্ৰেছৰ চৰকাৰ হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে প্ৰতিশ্ৰুতি পূৰণ কৰাটো কংগ্ৰেছৰ ইতিহাসত আছে। অসমতো কংগ্ৰেছ চৰকাৰ হ’লে ৫ টা গেৰাণ্টি পূৰণ কৰা হ’ব।”

Apply Now

“ভাৰতবৰ্ষত ইমান পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধি হোৱা নাছিল, যিমান মোদীৰ দিনত হৈছে। ১ লিটাৰ পেট্ৰ’লত ৪০ টকা কৰিম বুলি মোদীয়ে কৈছিল, কিন্তু হ’লনে?” শুক্লাই প্ৰশ্ন কৰি কয়।

কিন্তু চাউল, দাইল, ঘেঁহুকে ধৰি সকলোৰে দাম বাঢ়িল বুলি অভিযোগ কৰি এতিয়া মোদীয়ে পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধিৰ কথা ভাষণত নকয় বুলিও তেওঁ কয়।

তেওঁ আৰু কয় “মোদীয়ে দেশ বিক্ৰী নকৰোঁ বুলি কৈ সকলো সম্পদ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। এনেকুৱা হ’লে চৰকাৰৰ হাতত একো সম্পদেই নাথাকিব। ONGCকো বেচিবলৈ চাই আছে কেন্দ্ৰীয় চৰকাৰে। মোদীয়ে যি কয় সেইটো নকৰে যিটো নকয় সেইটো কৰে।”

বিজেপিয়ে এটা বছৰত ২ কোটি চাকৰি দিম কৈছিল সেই অনুযায়ী এই ৭ বছৰত ১৪ কোটি লোকে চাকৰি পাব লাগিছিল কিন্তু এতিয়া আঢ়ৈ কোটি লোকে চাকৰি হেৰুৱালেহে বুলি শুক্লাই দাবী কৰে।

“সোণোৱাল চৰকাৰে ২৫ লাখ চাকৰি এবছৰত দিম বুলি কৈছিল কিন্তু ৫ বছৰত মাত্ৰ ৮০ হাজাৰ চাকৰিহে দিলে।” শুক্লাই কয়।

সোণোৱাল চৰকাৰৰ দিনত কোনো বিকাশ হোৱা নাই, যি হৈছে সকলোবোৰ কংগ্ৰেছৰ দিনত আৰম্ভ হৈছিল। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত বহুত বেছি বিকাশ হৈছিল। এফালে তৰুণ গগৈক পুৰস্কাৰ দিছিল আনফালে আকৌ কংগ্ৰেছে বিকাশ কৰা নাই বুলি কয়।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd