• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৱশেষত বলিউডৰ বাদশ্বাহ শ্বাহৰুখেও চোবালে বিমল পান মচলা! টুইটাৰ ভৰি পৰিল মিমেৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2021 8:12 pm
328
VIEWS
Share on FacebookShare on Twitter

অজয় দেৱগন আৰু শ্বাহৰুখ খানক লৈ শেহতীয়াকৈ টুইটাৰত মিমেৰে ভৰি পৰিছে।

বলিউডৰ দুইজন চুপাৰষ্টাৰে একেলগে গুটখা ব্ৰেণ্ড ‘বিমল’ৰ শেহতীয়া বিজ্ঞাপন এটাত অভিনয় কৰিছে।

বিজ্ঞাপনটো তৎক্ষণাৎ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে।

উল্লেখযোগ্য যে দুইজন অভিনেতাই আজিলৈকে এখনো চিনেমাত একেলগে অভিনয় কৰা নাই।

সেই লৈ তেওঁলোকৰ অনুৰাগীসকলৰ মাজত দুয়োৰে সম্পৰ্কক লৈ নানা গুজৱৰ সৃষ্টি হৈছিল।

কিন্তু বিজ্ঞাপনটোৰ পাছত স্পষ্ট হয় যে তেওঁলোকৰ মাজৰ সম্পৰ্ক ঠিকেই আছে।

আনহাতে, ‘বিমল’ৰ হৈ অজয় দেৱগণে বহু বছৰৰ পৰা বিজ্ঞাপনত অংশ লৈ আহিছে।

অজয় দেৱগণৰ স’তে নতুনকৈ শ্বাহৰুখ খানে বিমলৰ বিজ্ঞাপনত অংশ লোৱাক লৈ অনুৰাগীসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

টুইটাৰত অনুৰাগীসকলে বিভিন্নধৰণৰ মিম শ্বেয়াৰ কৰা দেখা গৈছে।

বহুতো অনুৰাগীয়ে গুটখাৰ বিজ্ঞাপনত বলিউডৰ বাদশ্বাহ শ্বাহৰখে অংশগ্ৰহণ কৰাক লৈ সুখী নহয়।

টুইটাৰত শ্বেয়াৰ কৰা মিমসমূহ চাওক-

Shahrukh Khan also joins the Vimal Ad campaign*

SRK Fans : pic.twitter.com/O32vaM636l

— Naina (@NainaMemes) March 20, 2021

SRKians to SRK after watching him in the Vimal ad: pic.twitter.com/qSZ9G7aAyP

— Shivangi (@memekaynat) March 21, 2021

Kid- Cop universe
Adult- Marvel universe

Legend- Vimal Universe… 😂 pic.twitter.com/9RteQs4ZH0

— Aayush Salman Trends ™ #Radhe (@ibeingaayushh) March 20, 2021

#sharukhkhan watching Ajay devgun doing vimal ad pic.twitter.com/ioV2YvCSI6

— ajay (@Ajay___Panwar) March 20, 2021

Watching SRK in a vimal ad pic.twitter.com/QVBsAQDHMd

— Bollywood Memers (@BollywoodMemers) March 20, 2021

Me after watching SHAH in Vimal ad pic.twitter.com/gtNvAoAt3h

— Ashutosh Nevse 🎩 (@Heisenberg298) March 20, 2021

SRK FOUND IN VIMAL ADS .
My reaction : pic.twitter.com/VOhul0Wgop

— Maddy (@edits_maddy) March 21, 2021

Sad for SRKians😔 pic.twitter.com/U4TL58br87

— ₦₳₦Đł₦ł / CHHOTA BHEEM STAN (@No_Sarcasmm2) March 20, 2021

*after seeing new #Vimal ad*
Everyone: pic.twitter.com/b0cx9hSacr

— Md_AnaS__ : (@_the_ODD_1) March 20, 2021

SRK doing #vimal Ad*
Fans- pic.twitter.com/S2zPU6HZOW

— NiSH..🇧🇩 (@SRKsNishu) March 20, 2021

Me watching shahrukh khan in vimal ad :- pic.twitter.com/EaDx77WHZl

— Freakinmonster (@freakinmonster9) March 20, 2021

Le Srkians after Vimal ad featuring SRK #vimal pic.twitter.com/sxsqlomeKo

— Shivam Pratap Singh (@shivampratapsi4) March 20, 2021

Gauri Khan to SRK after he did a Vimal ad with Ajay Devgan#vimal pic.twitter.com/Q79r7l7OQF

— Karan Singh Rajput (@KaranSi824) March 20, 2021

SRK joins ajay devgan in New Vimal Ad

Meanwhile Memers to SRK: pic.twitter.com/2vQ6V5iMS0

— Pratik Nagar (@Praticastic) March 20, 2021

উল্লেখযোগ্য যে প্ৰায় দুবছৰ পাছত শ্বাহৰুখে শেহতীয়াকৈ ‘পাঠান’ নামৰ চিনেমাখনত ব্যস্ত আছে।

সিদ্ধাৰ্থ আনন্দে পৰিচালনা কৰা চিনেমাখনত শ্বাহৰুখৰ স’তে অভিনয় কৰিছে দীপিকা পাডুকন আৰু জন আব্ৰাহামে।

আনহাতে, অজয় দেৱগণ ব্যস্ত আছে ‘ভূজ’, ‘ময়দান’ আৰু ‘আৰআৰআৰ’ নামৰ চিনেমাকেইখনৰ কামত।

Recent News

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

হোটেলৰ কোঠালৈ মাতি আনি প্ৰেমিকাক ১৭ বাৰ ছুৰীকাঘাত ১১ বছৰ সৰু প্ৰেমিকৰ : বেংগালুৰুত চাঞ্চল্যকৰ ঘটনা

হোটেলৰ কোঠালৈ মাতি আনি প্ৰেমিকাক ১৭ বাৰ ছুৰীকাঘাত ১১ বছৰ সৰু প্ৰেমিকৰ : বেংগালুৰুত চাঞ্চল্যকৰ ঘটনা

১৯৫০ চনৰ বহিষ্কাৰ আইনৰ জড়িয়তে অসমত ৩৩০ জন অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন

১৯৫০ চনৰ বহিষ্কাৰ আইনৰ জড়িয়তে অসমত ৩৩০ জন অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন

অসমত ভূমি হস্তান্তৰক লৈ আটছুৰ তীব্ৰ প্ৰতিবাদ: সাংবিধানিক সুৰক্ষাৰ উলংঘন আৰু জনজাতীয় অধিকাৰৰ হৰণৰ অভিযোগ

অসমত ভূমি হস্তান্তৰক লৈ আটছুৰ তীব্ৰ প্ৰতিবাদ: সাংবিধানিক সুৰক্ষাৰ উলংঘন আৰু জনজাতীয় অধিকাৰৰ হৰণৰ অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd