• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হ্ৰাস কৰা হ’ল মদ খোৱাৰ বাবে বয়সৰ সীমা! কিমান বছৰ বয়সৰ পৰা কৰিব পাৰিব মদ্যপান?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2021 8:42 am
WhatsApp Image 2021-03-23 at 6.45.59 AM

প্ৰতিনিধিত্বমূলক ফটো।

969
VIEWS
Share on FacebookShare on Twitter

আইনগতভাৱে মদ্যপানৰ বয়সৰ সীমা হ্ৰাস কৰিলে দিল্লীয়ে। পূৰ্বে দেশৰ ৰাজধানীখনত ২৫ বছৰৰ তলত কোনোৱে মদ খাব বা ক্ৰয় কৰিব নোৱাৰিছিল।

এইবাৰ প্ৰশাসনে এই বয়সৰ সীমা হ্ৰাস কৰি ২১ বছৰ কৰিছে। দিল্লী মন্ত্ৰীসভাত নতুন এক্সাইজ নীতি অনাৰ পাছতে এইদৰে মদ্যপানৰ বাবে বয়সৰ সীমা হ্ৰাস কৰা হৈছে।

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াই এক সংবাদমেলত এই কথা ঘোষণা কৰিছে।

বয়সৰ সীমা হ্ৰাস কৰাৰ উপৰি দিল্লী চৰকাৰে চহৰখনৰ ভিতৰত আৰু কোনো নতুন মদৰ দোকান খোলাৰ অনুমতি দিয়াটো বন্ধ কৰিছে।

ছিচোদিয়াই কয় যে যিবোৰ মদৰ দোকান চলি আছে তাত চৰকাৰৰ দায়িত্ব নাই। তদুপৰি, দিল্লীৰ যিবোৰ মদৰ দোকানৰ লাইচেন্স নাই সেইবোৰ বন্ধ কৰি দিয়া হ’ব।

মন্ত্ৰীসভাই নতুন এক্সাইজ পলিচিত অনুমোদন জনোৱাৰ কথা সদৰী কৰি কয় যে দেশৰ ৰাজধানীখনত কোনো মদৰ দোকান নোখোলাৰ সিদ্ধান্ত লোৱা হৈছে।  সেইদৰে চৰকাৰে আৰু কোনো মদৰ দোকান পৰিচালনাৰ দায়িত্ব নলয়।

উল্লেখ্য যে বৰ্তমান দিল্লীত থকা ৬০ শতাংশ মদৰ দোকানৰ পৰিচালনা কৰে চৰকাৰে। এইক্ষেত্ৰত নিয়ন্ত্ৰণ অনাৰ বাবেই নতুন নীতি অনা হৈছে বুলি কোৱা হৈছে।

Recent News

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

চাহ একাপত চুমুক দি চিগাৰেটৰ বাবে হাহাকাৰ কৰে নেকি? হ’ব পাৰে শৰীৰৰ গুৰুতৰ ক্ষতি

চাহ একাপত চুমুক দি চিগাৰেটৰ বাবে হাহাকাৰ কৰে নেকি? হ’ব পাৰে শৰীৰৰ গুৰুতৰ ক্ষতি

খোৱাৰ পিছত পেট ফুলি উঠে নেকি? কেনেকৈ আঁতৰাব এই সমস্যা?

খোৱাৰ পিছত পেট ফুলি উঠে নেকি? কেনেকৈ আঁতৰাব এই সমস্যা?

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd