• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজেপিৰ অন্তিমখন তালিকা প্ৰকাশ : প্ৰধানমন্ত্ৰী মোদী বন্দনাৰ পিছতো টিকট লাভৰ পৰা বঞ্চিত নবিজেপি মিঠুনদা!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2021 7:04 pm
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনৰ বাবে বিজেপি দলে প্ৰকাশ কৰিছে অন্তিমখন প্ৰাৰ্থী তালিকা।

ঘোষিত তেৰজনীয়া প্ৰাৰ্থী তালিকাৰ বাচনিত নুঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বন্দনাত ব্যস্ত নবিজেপি মিঠুন চক্ৰৱৰ্তীৰ নাম।

Apply Now

উল্লেখ্য যে যোৱা ৭ মাৰ্চত কলকতাৰ প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ এখন নিৰ্বাচনী জনসভাত মিঠুন চক্ৰৱৰ্তীয়ে বিজেপিত যোগদান কৰিয়ে ৰাজ্যৰ ৰাজ্যখনৰ ৰাজনীতিত সক্ৰিয় অংশগ্ৰহণৰ ইংগিত প্ৰদান কৰিছিল।

বিজেপিত যোগদান কৰিয়ে পশ্চিমবংগ চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তীব্ৰ কটাক্ষ কৰি প্ৰধানমন্ত্ৰীৰ প্ৰশংসাত গদগদ হৈ পৰা মিঠুন চক্ৰৱৰ্তীয়ে ৰাসবেহাৰী বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীত্ব লাভ কৰিব বুলি চৰ্চা চলিছিল।

কিন্তু বিজেপিয়ে উক্ত সমষ্টিত মিঠুন চক্ৰৱৰ্তীৰ পৰিৱৰ্তে অৱসৰপ্ৰাপ্ত লেফ্টেনেন্ট জেনেৰেল সুব্ৰত চাহাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।

স্মৰ্তব্য যে বিজেপিৰ সূত্ৰই পূৰ্বে প্ৰকাশ কৰিছিল যে দক্ষিণ কলকতাৰ উক্ত সন্মানীয় সমষ্টিটোত মিঠুন চক্ৰৱৰ্তীক প্ৰাৰ্থীত্ব দিয়া হ’ব। কিন্তু প্ৰকাশিত তালিকা অনুসৰি সেই সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰিছে অৱসৰপ্ৰাপ্ত লেফ্টেনেন্ট জেনেৰেল চাহাই।

মিঠুন চক্ৰৱৰ্তীয়ে বিজেপিত যোগদানৰ পিছতে পশ্চিমবংগৰ ৰাজনীতিত মিঠুন চক্ৰৱৰ্তীৰ ৰাজনৈতিক ভৱিষ্যতকলৈ যথেষ্ট চৰ্চা লাভ কৰা দেখা গৈছিল।

সংবাদ মাধ্যমৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু বিজেপিৰ দলৰ মাজতো পশ্চিমবংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে মিঠুন চক্ৰৱৰ্তী নাম উচ্চাৰিত হৈছিল।

কিন্তু বিজেপিৰ অন্তিমখন তালিকা প্ৰকাশৰ লগে লগে ৰাজনৈতিক মহলত চলি থকা এই উৎসুকমূলক চৰ্চা একপ্ৰকাৰে যেন যৱনিকাই পৰিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd