• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰধানমন্ত্ৰী আৱাস যোজনাত ২ হাজাৰ কোটিৰো অধিক টকাৰ দুৰ্নীতি সংঘটিত : চিবিআই

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2021 9:15 am
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৰিদ্ৰ পৰিয়ালৰ বাবে আৱাস গৃহ প্ৰদান কৰা দেশৰ সৰ্ববৃহৎ আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনাত সংঘটিত হৈছে প্ৰায় ২ হাজাৰ টকাৰ কেলেংকাৰি। এই অভিযোগ দেশৰ তদন্তকাৰী সংস্থা চিবিআইৰ।

বুধবাৰে তদন্তকাৰী সংস্থাটোৱে এই অভিযোগ তুলি এক গোচৰো ৰুজু কৰিছে।

Apply Now

চিবিআইৰ অভিযোগ অনুসৰি দেৱান হাউছিং ফাইনেন্স লিমিটেড(DHFL)ৰ প্ৰমোটৰ কপিল আৰু ধীৰজ ৱাধৱন ভাতৃদ্বয়ে এই দুৰ্নীতি সংঘটিত কৰিছে।

উল্লেখ্য যে এই দুই ভাতৃ অন্য এক গোচৰত বৰ্তমানেও কাৰাৰুদ্ধ হৈয়ে আছে।

প্ৰধামন্ত্ৰী আৱাস যোজনাৰ অধীনত নিম্ন আৰু মধ্যমীয়া উপাৰ্জনক্ষম পৰিয়ালসমূহক গৃহ ঋণ দিয়া হয় আৰু এই ঋণৰ সুদৰ ভৰতুকি দিয়ে চৰকাৰে। চৰকাৰে প্ৰদান কৰা এই ভৰতুকিৰ ধন পিএমৱাইৰ হিতাধিকাৰীয়ে ডিএছএফএলৰ সংস্থাৰ মাধ্যমেৰে লাভ কৰে।

চিবিআইৰ অভিযোগ মতে প্ৰতিষ্ঠানটোৱে হিতাধিকাৰীৰ নামত কেবাহাজাৰ ভুৱা একাউন্ট খুলি সেই চৰকাৰী ভৰতুকিৰ ধন আত্মস্যাৎ কৰি আহিছে।

২০১৫ চনত প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰম্ভ হোৱাৰ পিছত অভিযোগ অনুসৰি ২০১৮ চনৰ জুনৰ পৰা এই বিনিয়োগকাৰী সংস্থাটোক ৮৮ হাজাৰ ৬৫১ টা ঋণৰ মঞ্জুৰি দিয়া হৈছিল। ইয়াৰ মাধ্যমেৰে ১৮ হাজাৰ কোটি টকা ঋণ প্ৰদান কৰা হৈছিল।

এই ঋণৰ সুদৰ ভৰতুকিৰ বাবদ প্ৰতিষ্ঠানটোৱে চৰকাৰক ১ হাজাৰ ৮৮০ কোটি টকাৰ দাবী কৰে আৰু ইয়াৰে ৫৩৯ কোটি ৪০ লাখ টকা মুকাই দিয়াৰ বিপৰীতে ১ হাজাৰ ৩৪৭ কোটি ৮০ লাখ টকা বকেয়া হৈ আছে।

ফৰেন্সিক এডিটৰ তদন্তত দেখা যায় যে কপিল আৰু ধীৰজে প্ৰায় ২ লাখ ৬০ হাজাৰ গৃহ ঋণ একাউন্ট খুলি চৰকাৰৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঋণ লয়। বান্দ্ৰা চিএইএফএল শাখাত খোলা এই এখাউন্টসমূহৰ কোনো অস্তিত্বই নাই বুলি নিশ্চিত কৰিছে তদন্তকাৰী সংস্থাটোৱে।

উল্লেখ্য যে বিগত বৰ্ষৰ জুন মাহত চিবিআই-এ এই দুই ভাতৃ আৰু ইয়েছ বেংকৰ প্ৰতিষ্ঠাতা ৰাণা কাপুৰৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছিল। ইয়েছ বেংকৰ প্ৰতিষ্ঠাতা ৰাণা কাপুৰৰ পৰাও দুই ভাতৃয়ে পঢৌকন লাভ কৰা বুলি অভিযোগ উত্থাপন হৈছিল।

ইফালে তদন্তকাৰী সংস্থাৰ দাবী যে ইয়েছ বেংকে ডিএছএফএলত সাধাৰণ লোকৰ একাউন্টৰ ৩ হাজাৰ ৭০০ কোটি টকা বিনিয়োগ কৰিছিল। ইয়াৰ বাবদ ডিএছএফএলক ৰাণা কাপুৰে ৬০০ কোটি টকা উপঢৌকন দিছিল।

অভিযোগ অনুসৰি ৰাণা কাপুৰৰ পত্নী আৰু কন্যাৰ এটা সংস্থাটো ধন ডিএছএফএ-এ বিনিয়োগ কৰিছিল। এই অভিযোগৰ ভিত্তিতে যোৱা এপ্ৰিলত ৱাধৱন দুই ভাতৃক গ্ৰেপ্তাৰ হৈছিল।

ইয়াৰ এক মাহৰ পূৰ্বে মাৰ্চ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল ইয়েছ বেংকৰ প্ৰতিষ্ঠাতা ৰাণা কাপুৰক।

এই দুৰ্নীতিৰ সৈতে এইবাৰ প্রধানমন্ত্ৰী আৱাস যোজনাতো দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে চিবিআই-এ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd