• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰধানমন্ত্ৰী মোডীক ‘ফাঁকীবাজ’ আৰু হিমন্তক ‘কংস’ আখ্যা চিপিআই নেতা কানহায়া কুমাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2021 4:02 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে চিপিআই নেতা কানহায়া কুমাৰ।

কানহায়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ‘ডাঙৰ ফাঁকীবাজ’ হিচাপে নাম দিয়াৰ উপৰিও আৰু অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মহাভাৰতৰ কংসৰ স’তে তুলনা কৰে।

Apply Now

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ বাংলাদেশ ভ্ৰমণত তেওঁ কৈছিল যে বাংলাদেশৰ মুক্তযুদ্ধত ‘সত্যাগ্ৰহ’ কৰি তেওঁ কাৰাবাস খাটিছিল।

এই সম্পৰ্কত কানহায়া কুমাৰে কয় যে ই এটা চৰম মিথ্যাচাৰ।

অসম বিধানসভা নিৰ্বাচন উপলক্ষে মৰিগাঁৱত সমষ্টিটোৰ চিপিআই প্ৰাৰ্থী মুনিন মহন্তৰ হৈ এখন নিৰ্বাচনী সভাত অংশ লৈ কানহায়া কুমাৰে অসমবাসীয়ে ৰাষ্ট্ৰীয়তাবাদৰ নামত দেশৰ সম্পদ বিক্ৰি কৰি থকাৰসকলক সমৰ্থন নকৰিবলৈ আহ্বান জনায়।

”পাঁচটা বছৰত কি হ’ল? একেবোৰ মানুহেই কেনেদৰে ভোট খুজিব আহিছে? যেতিয়া মই ইয়ালৈ আহিছিলো, মোক কোনোবাই কৈছিল যে মই মোডীক প্ৰত্যহ্বান জনাব পাৰো। মই ক’লো যে প্ৰধানমন্ত্ৰী মোডীক প্ৰত্যাহ্বান জনাবলৈ হ’লে বিশ্বৰ আটাইতকৈ ডাঙৰ ফাঁকীবাজ হ’ব লাগিব।”- কানহায়াই ভাষণত এইদৰে কয়।

উল্লেখযোগ্য যে ১৯৭১ চনত পাকিস্তানৰ পৰা বিচ্ছিন্ন হ’বৰ বাবে গঢ় লৈ উঠা বাংলাদেশৰ মুক্তি যুদ্ধক ইন্দিৰা গান্ধী নেতৃত্বাধীন ভাৰত চৰকাৰে সমৰ্থন কৰিছিল।

সেয়ে, সত্যাগ্ৰহ কৰাৰ বাবে মোডীক কিয় মুক্তি যুদ্ধৰ ভাৰত চৰকাৰে কাৰাবন্দী কৰিব, কানহায়া কুমাৰে প্ৰশ্ন কৰে।

কানহায়াই কয় যে কোনে তেওঁক কাৰাবন্দী কৰিছিল- ভাৰত চৰকাৰে নে পাকিস্তান চৰকাৰে?

আনহাতে, হিমন্ত বিশ্ব শৰ্মাকো আক্ৰমণৰ লক্ষ্য হিচাপে লৈ কানহায়া কুমাৰে কয় যে এজন নেতাই নিজকে মামা বুলি কয়, কংসও এজন মামাই আছিল।

অসমক শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকীৰৰ দেশ বুলি কৈ তেওঁ কয় যে বিজেপিয়ে অসমৰ ইতিহাস নাজানে।

”এই দলটোৱে অসমৰ বাবে একো ভাল কাম কৰিব নোৱাৰে। প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ গুজৰাটী বন্ধুসকলক দেশখন বিক্ৰী কৰি আছে। আপুনি এই লোকসকলৰ ষড়যন্ত্ৰটো বুজি পাব লাগে।”- কানহায়াই কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd