• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজ জয়ৰ হেট্ৰিক; তৃতীয় এদিনীয়াত টীম ইণ্ডিয়াৰ ৰোমাঞ্চকৰ জয়

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2021 7:46 am
India-Team
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক তৃতীয়খন এদিনীয়া মেচত ইংলেণ্ডৰ পৰা ভাৰতে বিজয় কাঢ়ি আনিবলৈ সক্ষম হয়। দলৰ সামগ্ৰিক প্ৰদৰ্শনৰ ফলত ভাৰতে ইংলেণ্ডক ৭ৰাণত পৰাজিত কৰে।

ভাৰতে এই সূত্ৰে তিনিখন মেচৰ এদিনীয়া ছিৰিজটোতো ২-১ব্যৱধানত হস্তগত কৰিলে। চাৰি বছৰৰ পাছত প্ৰথমবাৰ ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজ জয়ৰ হেট্ৰিক কৰিলে টীম ইণ্ডিয়াই।

Apply Now

টছত হাৰি দেওবাৰে ভাৰতে প্ৰথম বেটিং কৰিবলৈ লৈ ৰোহিত আৰু ধাৱানৰ অপেনিং যুটীত দুৰ্দান্ত আৰম্ভণি কৰে। দুয়োজনে শতৰাণৰ যুটী গঢ়ি তোলে।

ধাৱানে ৬৭ আৰু ৰোহিতে ৩৭ ৰাণৰ ইনিংছ খেলে। কিন্তু অপেনিং যুটীৰ এনে দুৰ্দান্ত প্ৰদৰ্শনৰ পাছতো ভাৰতে কিন্তু আশা কৰা মতে স্কোৰ কৰিব নোৱাৰিলে।

কোহলি আৰু ৰাহুল দুয়োজনেই ব্যৰ্থ হয় যদিও ঋষভ পন্ট আৰু হাৰ্দিকে  বিস্ফোৰক ইনিংছ খেলি দলৰ ভেটি গঢ়ি তোলে। পন্টে ৬২টা বলত ৭৮ৰাণ আৰু হাৰ্দিকে ৪৪টা বলত ৬৪ৰাণ কৰে।

আনহাতে, ক্ৰূণাল পাণ্ডিয়াই ২৫ আৰু শাৰ্দুল ঠাকুৰে ৩০ ৰাণৰ সহযোগিতা আগবঢ়ায়। কিন্তু টীম ইণ্ডিয়াই ৪৮.২ অভাৰতে ৩২৯ৰাণ কৰি নিজৰ ইনিংছ সামৰিব লগা হয়।

পুনেৰ মেচখনত ৩৩০ৰাণ লক্ষ্য অনুসৰণ কৰাটো ইংলেণ্ডৰ বাবে দুসাধ্য নাছিল আৰু সেই কথা মনত ৰাখিয়েই কোহলি বাহিনীয়ে ফিল্ডত আক্ৰমণাত্মক নীতি অনুসৰণ কৰে।

মাত্ৰ ২৮ ৰাণতে ইংলেণ্ডৰ অপেনাৰ দুগৰাকীক পেভলিয়নলৈ পঠিয়াবলৈ সক্ষম হয় টীম ইণ্ডিয়াই। এসময়ত ৯৪ৰাণত চাৰিটা উইকেটৰ পতন ঘটে। সেই সময়ত ভাৰতৰ বিজয় সহজ যেন অনুমান হৈছিল।

কিন্তু  ছেম কুৰানে শেষত আঠ নম্বৰত বেটিং কৰিবলৈ আহি মাত্ৰ ৮৩টা বলত ৯৫ৰাণৰ দুৰ্দান্ত ইনিংছ খেলে যদিও স্নায়ু যুঁজত ভাৰতে বিজয় নিশ্চিত কৰিবলৈ সক্ষম হয়।

অন্তিম অভাৰত ১৪ৰাণ লগা অৱস্থাত ভাৰতে ৭ৰাণত বিজয় সাৱ্যস্ত কৰে। নটৰাজনে অন্তিম অভাৰ বল কৰি মাত্ৰ ৬ৰাণ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd