• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ড্ৰাইভিং লাইচেন্সৰ নৱীকৰণৰ সময়সীমা বৃদ্ধিৰ সিদ্ধান্ত চৰকাৰৰ, কেতিয়ালৈ কৰিব পাৰিব নৱীকৰণ?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2021 6:00 pm
Driving-licence-1140x570
557
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰে ড্ৰাইভিং লাইচেন্সৰ নৱীকৰণৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। সেই মৰ্মে কাইলৈ অৰ্থাৎ ৩১ মাৰ্চত ম্যাদ উকলিবলগীয়া ড্ৰাইভিং লাইচেন্স,ৰেজিষ্ট্ৰেছন চাৰ্টিফিকেট আদি নৱীকৰণ কৰাৰ বাবে এতিয়া পৰ্যাপ্ত সময় পোৱা যাব।

কেন্দ্ৰীয় পথ পৰিবহন দপ্তৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে ৩১ মাৰ্চত ম্যাদ উকলিবলগীয়া ড্ৰাইভিং লাইচেন্স,ৰেজিষ্ট্ৰেছন চাৰ্টিফিকেটে আদি নৱীকৰণৰ সময়সীমা ৩০ জুন ২০২১ লৈ বৃদ্ধি কৰা হৈছে।

দেশত চলি থকা ক’ৰ’ণাতংকৰ বাবেই ড্ৰাইভিং লাইচেন্স,ৰেজিষ্ট্ৰেছন চাৰ্টিফিকেটে আদি নৱীকৰণৰ সময়সীমা বৃদ্ধি কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে।

উল্লেখ্য ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ড্ৰাইভিং লাইচেন্স,ৰেজিষ্ট্ৰেছন চাৰ্টিফিকেটে আদি নৱীকৰণৰ সময়সীমা চলিগ বৰ্ষৰ ৩১ মাৰ্চলৈ  নিৰ্ধাৰণ কৰি দিছিল।

কিন্তু দেশত ক’ৰ’ণা পৰিস্থিতিৰ পুনৰ অৱনতি ঘটাত সেই সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়।

ইয়াৰোপৰি আপুনি জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়লৈ নোযোৱাকৈ চালকৰ অনুজ্ঞাপত্ৰ নৱীকৰণ কৰিব পাৰিব।

অলপতে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে এক জাননী যোগে এই কথা প্ৰকাশ কৰিছে। উক্ত জাননীত কোৱা হৈছে যে  আধাৰ কাৰ্ডৰ দ্বাৰা ম্যাদ উকলি যোৱাৰ পিছতো চালকৰ অনুজ্ঞাপত্ৰ নৱীকৰণ কৰিব পাৰিব।

ইয়াৰ বাবে চালকে জিলা পৰিবহণ কাৰ্যালয়লৈ যোৱাৰো প্ৰয়োজন নহ’ব। অৱশ্যে অনুজ্ঞাপত্ৰখনৰ ম্যাদ উকলাৰ দিন এবছৰতকৈ বেছি হ’ব নোৱাৰিব।

অনুজ্ঞাপত্ৰখন অনলাইন যোগে নৱীকৰণ কৰিব পাৰিব।

ইয়াৰ বাবে অনুজ্ঞাপত্ৰৰ গৰাকীয়ে প্ৰথমে পৰিবহণ সেৱাৰ অফিচিয়েল ৱেবচাইটোত প্ৰৱেশ কৰি এই https://parivahan.gov.in/. লিংকটোত ক্লীক কৰিব লাগিব।

ইয়াৰ পিছত চালকৰ অনুজ্ঞাপত্ৰ সম্বন্ধীয় পেজটোত ক্লীক কৰিলে এটা নতুন পেজ পাব আৰু তাতে নিজৰ ৰাজ্যখনক বাচনি কৰিব লাগিব।

আকৌ এটা নতুন পেজ পাব আৰু ইয়াত বিভিন্ন বিকল্প লাভ কৰিব আৰু তাৰে এপ্লাই ফ’ৰ ড্ৰাইভিং লাইচেন্স ৰিনিউৱেল বিকল্পটো বাচনি কৰিব।

ইয়াৰ পিছতে পেজত দেখুওৱাই যোৱা নিৰ্দেশনাৰ মতে নিজৰ তথ্যবোৰ সন্নিৱিষ্ট কৰি যাব।

অনলাইনৰ আবেদনখন পূৰোৱাৰ পিছত পৰৱৰ্তী নিৰ্দেশনাৰ মতে প্ৰয়োজনীয় প্ৰমাণ পত্ৰসমূহৰ লগতে নিজৰ ফ’টো আৰু স্বাক্ষৰো আপল’ড কৰিব।

এইবোৰ আপল’ড কৰাৰ পিছত প্ৰয়োজনীয় মাচুলটো দিব লাগিব আৰু মাচুল দিয়াৰ লগে লগে এখন ৰিচিপ্ট প্ৰদান কৰিব আৰু সেইখন ডাউনল’ড কৰি প্ৰীণ্ট কৰি ল’ব।

Recent News

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd