• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষি আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদন দাখিল, ৰাজহুৱা কৰিবলৈ এতিয়াও বাকী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2021 3:19 pm
844
VIEWS
Share on FacebookShare on Twitter

কৃষি সংশোধনী আইনৰ বাবে উচ্চতম ন্যায়ালয়ে নিযুক্ত কৰা তিনিজনীয়া সমিতিখনে আদালতত বিতৰ্কিত আইনখনৰ বিষয়ে প্ৰতিবেদন দাখিল কৰিছে।

প্ৰতিবেদনখনক সমিতিখনে কয় যে প্ৰায় ৮৫টা কৃষক সংগঠনৰ স’তে বিষয়টো সন্দৰ্ভত পৰামৰ্শ লোৱা হৈছে।

এই কৃষক সংগঠনকেইটাই দিল্লীত যোৱা ৪ মাহ ধৰি কৃষি সংশোধনী আইনৰ বিৰু্দ্ধে প্ৰতিবাদ কৰি আছে।

আদালতত প্ৰতিবেদনখন যোৱা সপ্তাহত দাখিল কৰা হৈছিল।

কৃষক নেতা সীমা নাৰৱানেই কয় যে প্ৰতিবেদনখন উচ্চতম ন্যায়ালয়ত ১৯ মাৰ্চত দাখিল কৰা হৈছিল।

অৱশ্যে প্ৰতিবেদনখনত উল্লেখিত বিষয় আৰু উপাদানসমূহ ৰাজহুৱা কৰিবলৈ এতিয়াও বাকী আছে।

যোৱা মাহত, উচ্চতম ন্যায়ালয়ে নিযুক্ত কৰা সমিতিখনে কৈছিল যে তেওঁলোকে পঞ্জাৱ, মহাৰাষ্ট্ৰ, কেৰালা, দিল্লী, কৰ্ণাটককে ধৰি দেশৰ ১৮ খন ৰাজ্যৰ স’তে আলোচনাত মিলিত হৈছিল।

উচ্চতম ন্যায়ালয়ে গঠন কৰা সমিতিখনত আছিল তিনিজন কৃষি বিশেষজ্ঞ আৰু কৃষক নেতা।

তেওঁলোক হৈছে- অনিল ধানৱাট, অশোক গোলাটি আৰু প্ৰমোদ যোশী।

আনহাতে, কৃষক সংগঠনসমূহে সমিতিখনৰ সংবিধানখনক লৈ বিৰোধিতা প্ৰকাশ কৰিছিল আৰু তেওঁলোকে কৃষি সংশোধনী আইন তিনিখন সম্পূৰ্ণৰূপে উঠাই লোৱাৰ দাবীত অটল আছিল।

কেন্দ্ৰ চৰকাৰ আৰু প্ৰতিবাদী কৃষকসকলৰ মাজত কেইবাবাৰো আলোচনা চলি আহিছে যদিও বিষয়টোৰ সমাধান হোৱা নাই।

 

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd