• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড়ৰ ষ্ট্ৰং ৰূমৰ চিচিটিভিত বন্দী হোৱা কোন এই অদৃশ্য মানৱ! : হেক কৰা হৈছে নেকি ইভিএম?

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
April 2, 2021 4:09 pm
Congress
54.6k
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড়ৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষ্ট্ৰং ৰূমত কোনো লোক প্ৰৱেশ কৰাৰ বিস্ফোৰক দাবী উত্থাপন কৰিছে জিলা কংগ্ৰেছ কমিটিয়ে।

ইভিএম ৰখা ষ্ট্ৰং ৰূমত যোৱা ৩১ মাৰ্চত কোনো লোক প্ৰৱেশ কৰা বুলি অভিযোগ কৰিছে কংগ্ৰেছে।

কংগ্ৰেছৰ অভিযোগ অনুসৰি লোহোৱাল বিধানসভা সমষ্টিৰ ইভিএমসমূহ থোৱা ষ্ট্ৰং ৰূমটোত ৩১ মাৰ্চৰ নিশা এজন লোকৰ ছাঁ চিচিটিভি কেমেৰাত বন্দী হৈছে। ষ্ট্ৰং ৰূমটোৰ ৬ নং চিচিটিভি কেমেৰাত এই ছাঁটো স্পষ্টৰূপত বন্দী হৈ আছে।

কংগ্ৰেছৰ এই অভিযোগৰ পিছতে ষ্ট্ৰং ৰূমসমূহৰ নিৰাপত্তাৰ দিশটোকলৈ জিলাখনত সৃষ্টি হৈছে সংশয়ৰ। কোনো লোক উপস্থিত নোহোৱাকৈ কেনেকৈ এটা চিচিটিভি কেমেৰাত এজন মানুহৰ ছাঁ বন্দী হৈ ৰ’ল তাকে লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ডিব্ৰুগড়ত।

অৱশ্যে চিচিটিভিত কোনো লোকৰ ছাঁৰ অৱস্থিতি ধৰা পৰিলেও বিৰোধী ৰাজনৈতিক দলসমূহে এতিয়াও ইভিএম হেক কৰা বুলি অভিযোগ উত্থাপন কৰা নাই।

আনহাতে জিলা কংগ্ৰেছৰ অভিযোগৰ পিছতে জিলা উপায়ুক্ত তথা নিৰ্বাচনী বিষয়া পল্লৱ গোপাল ঝাই ষ্ট্ৰং ৰূমত গৈ উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে।

ইয়াৰ পিছতে জিলা উপায়ুক্ত তথা নিৰ্বাচনী বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ৬ নং চিচিটিভি কেমেৰাত বন্দী হোৱা কোঠাটোত কোনো ইভিএম নাই। উক্ত কোঠাটোত নিৰ্বাচনৰ অন্যান্য নথি পত্ৰহে ৰখা হৈছে। কিন্তু চিচিটিভিত বন্দী হোৱা অদৃশ্য মানুহৰ ছাঁৰ সন্দৰ্ভত বিষয়াগৰাকীয়ে মন্তব্য কৰাৰ পৰা ৰহস্যজনকভাৱে বিৰত থাকে।

জিলা উপায়ুক্তগৰাকীৰ ভাষ্য কিমান আশ্বস্তপূৰ্ণ বা এই ভাষ্যৰ পিছত বিৰোধী ৰাজনৈতিক দলসমূহৰ প্ৰতিক্ৰিয়া কি হ’ব, সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে যোৱা ২৭ মাৰ্চত ডিব্ৰুগড় জিলাৰ অন্তৰ্গত সাতটা বিধানসভা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত ডিব্ৰুগড় নগৰৰ মাজ মজিয়াৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষ্ট্ৰং ৰূমত ইভিএমসহ নিৰ্বাচনৰ অন্যান্য নথিপত্ৰসমূহ মজুত ৰখা হৈছে।

Tags: Assam Election

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd