• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰক্তস্নাতা ম্যানমাৰ: পুনৰ সেনাৰ গুলীত মৃত্যু ৫ প্ৰতিবাদকাৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2021 5:27 pm
aa menma
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰত এতিয়া তেজৰ নৈ বৈছে। বলপূৰ্বক শাসনভাৰ নিজৰ হাতলৈ নিয়া ম্যানমাৰৰ জুণ্টাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ আজি পুনৰ প্ৰাণ হেৰুৱালে ৫ প্ৰতিবাদকাৰীয়ে।

এতিয়ালৈকে সেনাৰ গুলীত নিহত হৈছে ৫৫০ গৰাকীৰো অধিক প্ৰতিবাদকাৰী।

Apply Now

শনিবাৰে সামৰিক শাসকৰ বিৰুদ্ধে দেশ খনৰ বাগো আৰু খাটো নামৰ অঞ্চল দুটাত সমবেত হোৱা প্ৰতিবাদকাৰীৰ ওপৰত সেনাই নিৰ্বিচাৰে গুলীচলনা কৰে। ফলত পাঁচ জন প্ৰতিবাদকাৰীৰ থিতাতে মৃত্যু ঘটে। এই ঘটনাই সমগ্ৰ দেশ খনতে পুনৰ উত্তেজনা বঢ়াই তুলিছে।

উল্লেখ্য ১ ফেব্ৰুৱাৰিত সামৰিক অভ্যুত্থানৰ যোগেদি গণতান্ত্ৰিক চৰকাৰক ক্ষমতাচ্যুত কৰি জুণ্টা শাসন হস্তগত কৰাৰ দিনাৰ পৰাই সমগ্ৰ ম্যানমাৰ উত্তাল হৈ আছে।

ম্যানমাৰৰ জনতাই সামৰিক বাহিনীৰ ৰঙা চকুলৈ কেৰেপ নকৰি দক্ষিণ পূৱ এছিয়াৰ পাহাৰীয়া দেশখনত পুনৰ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ দাবীত যোৱা দুমাহে নিৰন্তৰ প্ৰতিবাদ অব্যাহত ৰাখিছে।

৫৫০ ৰো অধিক নিৰস্ত্ৰ প্ৰতিবাদকাৰী সেনাৰ গুলীত নিহত হোৱাৰ পিছতো দেশখনৰ জনতা থমকি ৰোৱা নাই।

যোৱা শনিবাৰৰ দিনটো দেশখনৰ ইতিহাসৰ আটাইতকৈ ৰক্তাক্ত দিন হিচাপে চিহ্নিত হোৱাৰ পিছতো ম্যানমাৰৰ সেনাই প্ৰতিবাদকাৰীৰ ওপৰত গুলীবৰ্ষণ বন্ধ কৰা নাই।

উল্লেখ্য যে সংবাদ সংস্থা ৰয়টাৰ-এ প্ৰকাশ কৰা অনুসৰি এসপ্তাহ পূৰ্বেও আজিৰ দিনটোতে জুণ্টাৰ সেনাই দেশখনৰ ১৪১ গৰাকী নিৰস্ত্ৰ প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰিছিল।

ইফালে যোৱা সোমবাৰে আৰু ১৯ গৰাকী নিৰস্ত্ৰ প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰিছে ম্যানমাৰ সেনাই।

ৰয়টাৰৰ মতে থাইলেণ্ডৰ সীমান্ত অঞ্চলত কাৰেন বিদ্ৰোহী সংগঠনৰ ওপৰত ম্যানমাৰ সেনাই বায়ু সেনাৰ বিমানেৰে আক্ৰমণ সংঘটিত কৰাৰ পিছত প্ৰায় ৩০০০ হাজাৰ লোক থাইলেণ্ডলৈ পলায়ন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd