• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ খং: ক’ৰ’ণাৰ ভেকচিন গ্ৰহণত অনীহা বহু স্বাস্থ্যকৰ্মীৰ, কি পদক্ষেপ ল’লে চৰকাৰে?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2021 2:46 pm
Covid vaccine

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’ণাই সংহাৰী ৰূপ ধাৰণ কৰিছে ভাৰতত।

প্ৰতিদিনে প্ৰায় ৯০ হাজাৰকৈ লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে। দেশত এতিয়া তৃতীয় পৰ্যায়ৰ ভেকচিন প্ৰদানৰ কাম আৰম্ভ হৈছে।

Apply Now

প্ৰথম পৰ্যায়ৰ ভেকচিন প্ৰদান কাৰ্যসূচীত চৰকাৰে স্বাস্থ্য কৰ্মীসকলৰ লগতে কোভিড যোদ্ধাসকলক ভেকচিন দিয়াৰ পদক্ষেপ হাতত লৈছিল।

ইয়াৰ বাবে স্বাস্থ্য কৰ্মীসকলক নাম পঞ্জীয়ন কৰিবলৈ কোৱা হৈছিল যদিও বহু স্বাস্থ্য কৰ্মীয়ে ভেকচিন লোৱাৰ ক্ষেত্ৰত অনীহা প্ৰদৰ্শন কৰিছিল।

এই কথাতে ক্ষুদ্ধ হৈ পৰিছে চৰকাৰ। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ এইবুলি ঘোষণা কৰিছে যে যিসকল স্বাস্থ্য কৰ্মীয়ে ক’ৰ’ণাৰ ভেকচিন লোৱাৰ বাবে ইতিমধ্যে নাম পঞ্জীয়ন কৰা নাই তেওঁলোকক নতুনকৈ আৰু নাম পঞ্জীয়ন কৰিবলৈ দিয়া নহ’ব।

চৰকাৰে আৰু নাম পঞ্জীয়ন নকৰা সবাস্থ্য কৰ্মীসকলকলৈ সময় নষ্ট কৰিব নিবিচাৰে বুলি স্পষ্ট কৰি দিছে। উল্লেখ্য সমগ্ৰ দেশতে এতিয়ালৈকে ৮৯ লাখ স্বাস্থ্য কৰ্মীয়ে ক’ৰ’ণাৰ ভেকচিন গ্ৰহণ কৰিছে।

এতিয়াও বহু স্বাস্থ্য কৰ্মীয়ে ভেকচিন ল’বলৈ বাকী আছে।

দেশত যোৱা ২৪ ঘন্টাত ৯৩হাজাৰ লোক লোক কৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰ বিতৰত অধিক সংখ্যক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। কালিয়েই আক্ৰান্তৰ সংখ্যা আছিল প্ৰায় ৫০হাজাৰ।

মহাৰাষ্ট্ৰৰ উপৰি দিল্লী , পঞ্জাৱ, হাৰিয়ানা, কৰ্ণাটক, কেৰেলা, ছত্তীশগড়, গুজৰাট, মধ্যপ্ৰদেশৰ দৰে ৰাজ্যসমূহতো কৰ’নাৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাইছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দিয়া তথ্য অনুসৰি বিগত ২৪ ঘন্টাত দেশত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৯৩হাজাৰ ২৪৯জন। ইয়াৰ ফলত বৰ্তমানলৈকে দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১কোটি ২৪ লাখ ৮৫হাজাৰ ৫০৯জনলৈ বৃদ্ধি পালে।

আনহাতে, বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ৫১৩জন লোকৰ মৃত্যু হৈছে। ই যোৱা বছৰৰ ডিচেম্বৰ মাহৰ অভিলেখো ভংগ কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দিয়া তথ্য অনুসৰি বিগত ২৪ ঘন্টাত দেশত মুঠ ৬০হাজাৰ ৪৮জন লোক কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে। এয়া দৈনিক আক্ৰান্তৰ সংখ্যাতকৈ বহু কম।

বৰ্তমান দেশত মুঠ সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা হৈছে ৬লাখ ৯১হাজাৰ ৫৯৭জন। সেইদৰে এতিয়ালৈকে দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা লোকৰ মুঠ হৈছে ১ কোটি ১৬লাখ ২৯ হাজাৰ ২৮৯জন।

উল্লেখ্য যে যোৱা ১৬ জানুৱাৰিৰ পৰা দেশত কৰ’নাৰ টীকাকৰণ আৰম্ভ হৈছে। এতিয়ালৈকে দেশৰ ৭কোটি ৫৯লাখ ৭৯হাজাৰ ৬৫১জন লোকৰ টীকাকৰণ হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd