• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিহৰণকাৰী! এখন চিকিৎসালয় জুইত জ্বলি উঠাৰ পাছতো কৰ্তব্য কৰি গ’ল চিকিৎসকসকলে, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2021 3:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিকিৎসালয়ত জুই লগাৰ পাছতো নিজৰ কৰ্তব্যৰ সফল সমাপন কৰি বাতৰিৰ শিৰোনামালৈ আহিছে ৰাছিয়াৰ কেইজনমান চিকিৎসক আৰু নাৰ্ছ।

বাতৰি অনুযায়ী ৰাছিয়াৰ ব্লাগ’ৱেশ্বচ্ছেনস্ক নামৰ ঠাইখনৰ চিকিৎসালয়খনত জুই লাগে।

Apply Now

জুই লগাৰ সময়ত চিকিৎসালয়খনৰ অস্ত্ৰোপচাৰ কক্ষত চিকিৎসকসকলে এটা হাৰ্ট চাৰ্জাৰী চলাই আছিল।

কিন্তু জুইৰ শিখাই চিকিৎসালয়খন ছানি ধৰাৰ পাছতো চিকিৎসক আৰু নাৰ্ছসকল নিজৰ কৰ্তব্য আধাতে এৰি নিদি পূৰ্ণগতিত অস্ত্ৰোপচাৰটো চলাই থাকিল।

সামাজিক মাধ্যমত ঘটনাটোৰ ভিডিঅ’টো বৰ্তমান ভাইৰেল হৈ পৰিছে।

বহুতো লোকে চিকিৎসকলে নিজৰ জীৱনৰ ভয়কো নেওচি নিষ্ঠা আৰু কৰ্তব্যপৰায়ণতাত ৰত থকাৰ বাবে বাবে ভূয়সী প্ৰশংসা কৰিছে।

ৰাছিয়াৰ চৰকাৰী মন্ত্ৰালয়ৰ মতে, চিকিৎসালয়খনৰ জুই নুমুৱাবৰ বাবে ৫৯জন অগ্নিনিৰ্বাপক কৰ্মী নিয়োগ কৰিব লগা হৈছিল।

অৱশ্যে অগ্নিকাণ্ডটোত কোনো লোক হতা-হত হোৱা নাই।

বৈদ্যুতিক বিজুতিৰ বাবে সংঘটিত অগ্নিকাণ্ডটো নিৰ্বাপন কৰিবলৈ কেইবাঘণ্টা লাগে।

অগ্নিকাণ্ডৰ ফলত চিকিৎসালয়খনৰ পৰা ১২০ জন লোকক স্থানান্তৰ কৰা হয়, ইয়াৰে ৬৭জন ৰোগী।

অগ্নিকাণ্ডটো সংঘটিত হওঁতে যিজন ৰোগীৰ চাৰ্জাৰী চলি আছিল হৃদৰোগত আক্ৰান্ত আছিল।

চিকিৎসালয়ৰ প্ৰথম মহলাৰ অস্ত্ৰোপচাৰ কক্ষত ৮জন চিকিৎসকে তেওঁৰ চাৰ্জাৰী সম্পাদন কৰি আছিল।

কিন্তু সেইসময়তে জুইয়ে চাৰিওফালে ছানি ধৰাৰ পাছতো চিকিৎসকসকলে নিজৰ কৰ্তব্যত গাফিলতী নকৰিলে।

চিকিৎসকলক নেতৃত্ব দিয়া ভালেণ্টিন ফিলাটভে কয় যে সেইসময়ত ক’লৈকো যাব পৰা হোৱা নাছিল কাৰণ ৰোগীজনক বচাব লাগে।

অস্ত্ৰোপচাৰ কক্ষৰ ভিতৰত জুই নালাগিবলৈ চিকিৎসালয় কৰ্তৃপক্ষই যথোপযুক্ত ব্যৱস্থা লয়।

চিকিৎসকসকলে প্ৰকাশ কৰামতে, তেওঁলোকে কৰ্তব্যৰ মাজতে ভাবিছিল যে প্ৰায় এশ বছৰ পুৰণি চিকিৎসালয়খনৰ বিল্ডিংৰ মুধচখনে জুইক প্ৰতিহত কৰিব পাৰিবনে!

যি কি নহওক, জুই লাগি থকা অৱস্থাতে তেওঁলোকে সফলভাৱে চাৰ্জাৰীটো সম্পাদন কৰে আৰু ৰোগীজনক এখন স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

চিকিৎসালয়খন ৰাছিয়াৰ আমুৰ নামৰ ৰাজ্যখনত অৱস্থিত।

সংবাদমাধ্যমত প্ৰকাশ পোৱামতে, ৰাজ্যখনৰ গভৰ্ণৰ ভাছিলী অৰ্লভে চিকিৎসককেইজনলৈ পুৰস্কাৰ প্ৰদানৰ ঘোষণা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm
মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd