• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লকডাউনৰ ইতিবাচক ফচল: টীয়কত আউনীআটীৰ সত্ৰাধিকাৰে মুকলি কৰিলে সাংস্কৃতিক কলা কেন্দ্ৰ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
April 5, 2021 8:03 am
Auniauti Satra

ফটো: নৰ্থইষ্ট নাও।

975
VIEWS
Share on FacebookShare on Twitter

টীয়কৰ পৰ্বতীয়া গাঁৱৰ পংকজ বৰুৱা নামৰ এগৰাকী সংস্কৃতিবান যুৱকৰ অশেষ পৰিশ্ৰম আৰু অঞ্চলটোৰ কেইবাজনো উদীয়মান যুৱকৰ প্ৰচেষ্টাত দেওবাৰে সন্ধিয়া এক আধ্যাত্মিক পৰিবেশত  এটি সাংস্কৃতিক কলা কৃষ্টি কেন্দ্ৰৰ দ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱ গোস্বামীয়ে।

উল্লেখযোগ্য যে কোভিড মহামাৰী ৰোধৰ ক্ষেত্ৰত চৰকাৰে ঘোষণা কৰা লক ডাউনৰ দীৰ্ঘ সময়ছোৱাত বৰুৱাই নিজৰ গৃহতে স্থানীয় শতাধিক ছাত্ৰ-ছাত্ৰীক কোভিডৰ সকলো নীতি-নিৰ্দেশনা অৱলম্বন কৰি গুৰু দুজনাৰ অমৰ সৃষ্টি বৰগীত, দিহানাম, নাগাৰা, খোল আদিৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল।

পৰৱৰ্ত্তী সময়ত উক্ত ছাত্ৰ-ছাত্ৰী সকলক লৈ সমগ্ৰ অসমতে বিভিন্ন অনুষ্ঠানত পৰিবেশন কৰি শ্ৰোতা দৰ্শকৰ বিপুল সমাদৰ বুটলিবলৈ সক্ষম হৈছিল।

বৰুৱা, আৰু আজি স্বীকৃতিপ্ৰাপ্ত গায়ন বৰুৱাই এইসকল ছাত্ৰ-ছাত্ৰীৰ প্ৰশিক্ষণ অনাগত দিনত অব্যাহত ৰখাৰ লগতে বিশেষকৈ গ্ৰাম্যাঞ্চলৰ উঠি অহা প্ৰজন্মক আধ্যাত্মিক শিক্ষা প্ৰদানৰ অৰ্থে নিজা গৃহতে তেওঁৰ মাতৃৰ নামেৰে কুঞ্জ কানন কেন্দ্ৰ স্থাপন কৰি অহৰহ ছাত্ৰ-ছাত্ৰী সকলক প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

উদীয়মান যুৱকজনৰ এই পদক্ষেপক এতিয়া সকলো ৰাইজে আদৰণী জনাইছে।

Recent News

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

কংগ্ৰেছে মুকলি কৰিব অসমৰ অৰ্থনৈতিক দুৰ্দশাৰ ছবি; বিজেপিৰ ‘ট্ৰাবল ইঞ্জিন’ শাসন ব্যৱস্থাক সমালোচনা

কংগ্ৰেছে মুকলি কৰিব অসমৰ অৰ্থনৈতিক দুৰ্দশাৰ ছবি; বিজেপিৰ ‘ট্ৰাবল ইঞ্জিন’ শাসন ব্যৱস্থাক সমালোচনা

গুৱাহাটীত ৫৫ হাজাৰ পিএমএৱাই-জি ঘৰৰ গৃহপ্ৰৱেশৰ ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী  শিৱৰাজ সিং চৌহানে

গুৱাহাটীত ৫৫ হাজাৰ পিএমএৱাই-জি ঘৰৰ গৃহপ্ৰৱেশৰ ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী  শিৱৰাজ সিং চৌহানে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd