• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত কমিউনিষ্ট নেতা প্ৰমোদ গগৈ সোঁৱৰণি স্মাৰক বক্তৃতানুষ্ঠান

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 7, 2021 7:45 am
a promod
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চি পি আই জিলা পৰিষদৰ উদ্যোগত শিৱসাগৰস্থিত পাৰ্টিৰ জিলা কাৰ্যালয়ত জ্যেষ্ঠ কমিউনিষ্ট নেতা অৱসৰপ্ৰাপ্ত অধ্যাপক জিতেন বৰপাত্ৰগোহাঁইৰ  সঞ্চালনাত গণনেতা কমৰেড প্ৰমোদ গগৈৰ নৱম মৃত্যুবাৰ্ষিকী উপলক্ষে “ ৰাজহুৱা সম্পদ ৰক্ষাৰ ক্ষেত্ৰত বিশিষ্ট কমিউনিষ্ট নেতা প্ৰমোদ গগৈৰ ভূমিকা ” শীৰ্ষক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় ৷

উক্ত অনুষ্ঠানত পাৰ্টিৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য আৰু জিলা সম্পাদক কনক গগৈয়ে আদৰণি ভাষণত কয় যে সাম্প্ৰতিক সময়ত ৰাজ্যখনৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত গণনেতা প্ৰমোদ গগৈৰ নিচিনা প্ৰখ্যাত ৰাজনীতিকৰ অনুপস্থিতি ৰাজ্যবাসীয়ে বাৰুকৈয়ে উপলব্ধি কৰিছে ৷ যিজনে এক সুস্থ জাতীয়তাবাদী ভাৱ-ধাৰায়ে ৰাজ্যখনৰ জ্বলন্ত সমস্যাৰাজীক সমাধানৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল ৷ অসমৰ সম্পদ অসমৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে ব্যৱহাৰৰ উদ্দেশ্যে মজলীয়া আৰু গধুৰ উদ্যোগ প্ৰতিষ্ঠান গঢ়ি তুলিবলৈ তেওঁ সৰু ডাঙৰ বহু আন্দোলনৰ নেতৃত্ব বহন কৰিছিল, যিবিলাক নৱপ্ৰজন্মৰ বাবে অনুকৰণীয় ।

Apply Now

নিদিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি চি পি আই ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰাক্তন ছাত্ৰ নেতা কমৰেড পিকুমনি দত্তই কমিউনিষ্ট পাৰ্টি চমু ইতিহাস দাঙি ধৰে ৷

তেখেতে গণনেতা প্ৰমোদ গগৈয়ে মাটি দখল আন্দোলন তেল শোধনাগাৰ আন্দোলনৰ সফল নেতৃত্ব বহন কৰা উপৰিও জনগোষ্ঠীয় সমস্যা উগ্ৰপন্থীৰ সমস্যা, আন্তঃৰাজ্যিক সীমা সমস্যা, বিদেশী সমস্যা সমাধানৰ বাবে চেষ্টা কৰিছিল আৰু বিৰোধী ৰাজনৈতিক শক্তি সমূহক সাম্ৰাজ্যবাদী ফেচিষ্ট সাম্প্ৰদায়িক শক্তি সমূহৰ বিৰুদ্ধে একত্ৰিত কৰিবলৈ সক্ষম হৈছিল বুলি কয় ৷

ৰাজ্যবাসীৰ স্বাৰ্থত প্ৰমোদ গগৈয়ে কেইবাবছৰো কাৰাবাস খাটিব লগা হৈছিল বুলি কয় ৷

এগৰাকী অদ্বিতীয় ৰাজনৈতিক বিচক্ষণতা থকা নেতা প্ৰমোদ গগৈ অনুপস্থিতি আজি ৰাজ্যবাসীয়ে বাৰুকৈয়ে উপলব্ধি কৰিছে বুলিও তেখেতে মন্তব্য কৰে ৷ প্ৰমোদ গগৈয়ে প্ৰায়বোৰ প্ৰতিষ্ঠানৰ মূখ্য কাৰ্যালয় অসমত প্ৰতিষ্ঠাৰ কৰিবৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল বুলি কয় ৷

সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি তথা চি পি আই যুৱ নেতা কমৰেড পৰমানন্দ দাসেও সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি গণনেতা প্ৰমোদ গগৈয়ে সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া বিৰোধিতা কৰি সকলোকে সংগঠিত কৰি সমষ্টি সুৰক্ষাৰ বাবেও আন্দোলন সংগঠিত কৰিছিল বুলি কয় বক্তব্য ৰাখে ৷

শ্ৰমিক নেতা মদন বৰুৱাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে প্ৰবীন কমিউনিষ্ট অৱসৰপ্ৰাপ্ত শিক্ষক দীন গোহাঁইয়ে স্মৃতি তৰ্পণ কৰে ৷

অনুষ্ঠানত জেষ্ঠ কমিউনিষ্ট মুনিন আচাৰ্য , চেনীৰাম বৰগোহাঁই , মণি বুঢ়াগোহাঁই, তৈমুচ আলি , নৰেণ বৰুৱা , প্ৰমোদ গগৈ , কুশল বৰগোহাঁই, পদ্মেশ্বৰ গগৈ, কৃষক নেতা জয়ৰাম কোঁৱৰ , যোগেশ বুঢ়াগোহাঁই, যুৱ ছাত্ৰ নেতা অজয় বড়া, অনুপ গগৈ, যোগেন চেতিয়া, মাধৱ ফুকন , মহিলা নেত্ৰী জোনালী গগৈ, অনুৰাধা গোহাঁই গগৈকে  ধৰি বহু সংখ্যক কৰ্মী সদস্য আৰু দৰদী লোকে অংশগ্ৰহণ কৰে ৷

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd