• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিহৰণকাৰী! অন্য যুৱতীৰে প্ৰেমৰ সন্দেহত প্ৰেমিকৰ পুৰুষাংগ কাটি পেলালে এগৰাকী মহিলাই, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2021 5:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰকীয়া প্ৰেমৰ সন্দেহৰ ফলত একোখন সংসাৰ ভাগি যোৱাটো সকলোৱে শুনিছে।

কিন্তু টাইৱানৰ ছাংউয়া প্ৰদেশত যিটো ঘটনা সংঘটিত হৈছে, সেয়া শুনিলে আপোনাৰ নোম ডাল ডাল হৈ যাব।

Apply Now

অন্য যুৱতীৰ স’তে প্ৰেমত নিমজ্জিত বাবে এগৰাকী মহিলাই নিজৰ প্ৰেমিকৰ পুৰুষাংগ কাটি বাথৰুমত পেলাই দিয়ে।

ছাংউয়া প্ৰদেশৰ জিহু টাউনশ্বিপত সংঘটিত হোৱা ঘটনাটোৱে যোৱা কিছুদিন ধৰি আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ শিৰোনামা দখল কৰিছে।

বাতৰি অনুযায়ী, হুয়াং নামৰ এজন ৫২ বছৰীয়া লোকে দহ মাহ পূৰ্বে ফুং নামৰ এগৰাকী ৪০ বছৰীয়া মহিলাৰ স’তে প্ৰেমৰ সম্পৰ্কত আৱদ্ধ হয়।

তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ পূৰ্বে দুয়োগৰাকীৰে ইতিমধ্যে বিবাহ বিচ্ছেদ হৈ গৈছে।

হুয়াং নামৰ লোকজন তিনিটা সন্তানৰ পিতৃও।

দুয়ো একলগে বাস কৰিবলৈ আৰম্ভ কৰে।

কিন্তু কেইদিনমানৰ পাছত মহিলাগৰাকীৰ সন্দেহ হয় যে তেওঁৰ বয়ফ্ৰেণ্ড আন এগৰাকী যুৱতীৰ স’থে প্ৰেমত নিমজ্জিত।

বহুদিন ধৰি তেওঁ বয়ফ্ৰেণ্ডৰ উপৰত কাঢ়া নজৰ ৰাখিবলৈ ধৰে।

ঘটনাটো সংঘটিত হোৱাৰ দিনা সচৰাচৰভাৱেই ৰাতিৰ খাদ্য খায় লোকজন শুই যায়।

কিন্তু মাজৰাতি হঠাৎ সাৰ পায় দেখে যে মহিলাগৰাকীয়ে ৰান্ধনীঘৰৰ পৰা এখন ছুৰি আনি তাৰ পুৰুষাংগটো কাটি পেলায়।

পুৰুষাংগৰ প্ৰায় ০.৫৯ ইঞ্চি কাটি পেলাবলৈ সক্ষম হয় তেওঁ।

যিহেতু কটা অংশটুকুৰা জোৰা লগাব নোৱাৰি, সেয়ে কটা অংশটুকুৰাক মহিলগৰাকীয়ে বাথৰুমৰ কুমুদত পেলাই ফ্লেছ কৰি দিয়ে।

তাৰপাছত আৰক্ষীক খবৰ দিয়া হয়।

আৰক্ষীয়ে লোকজনক চিকিৎসালয়লৈ লৈ যায়।

চিকিৎসকলে ৰক্তক্ষৰণ বন্ধ কৰিবলৈ দ্ৰুতভাৱে অস্ত্ৰোপচাৰ কৰে।

বৰ্তমান লোকজন পূৰ্বতকৈ সুস্থ অৱস্থাত আছে।

তেওঁক খোৱা বোৱাৰো অনুমতি চিকিৎসকসকলে প্ৰদান কৰিছে।

কিন্তু অনাগত দিনত তেওঁ যৌনসংগম কৰিব নোৱাৰিব বুলি চিকিৎসকসকলে জানিবলৈ দিছে।

যদি যৌনসংগম কৰিব বিচাৰে, তেন্তে কৃত্ৰিম উপায় অৱলম্বন কৰিব লাগিব।

আনহাতে, মহিলাগৰাকীক আৰক্ষীয়ে আটক কৰিছে।

ঘটনাটোক কেন্দ্ৰ কৰি বহুলোকে চাঞ্চল্য প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd