• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জীৱনৰ দ্বিতীয় ইনিংছলৈ সাজু! প্ৰেমিকৰ সৈতে বিয়াৰ তাৰিখ জনালে তাৰকা খেলুৱৈ জ্বালাই

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2021 8:54 am
Jalwa Gutta

জ্বালা গুট্টা আৰু বিষ্ণু বিশাল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বছৰ নিজৰ জন্মদিনতে ফাইনেল হৈছিল সকলো। এইবাৰ গাত মাহ-হালধী সানিবলৈ আগবাঢ়িছে ভাৰতৰ তাৰকা বেডমিন্টন খেলুৱৈ জ্বালা গুট্টাই।

অহা ২২ এপ্ৰিলত প্ৰেমিক বিষ্ণু বিশালৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব জ্বালা। ফেচবুকত এটা প’ষ্ট কৰি সকলোকে খৱৰটো দিছে খেলুৱৈগৰাকীয়ে।

দেশত কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ বিয়াত সীমিত সংখ্যক অতিথিকহে নিমন্ত্ৰণ দিয়া হৈছে। বিয়াত কেবল ঘনিষ্ঠ আত্মীয়ৰ লগতে অল্পসংখ্যক বন্ধু-বান্ধৱীহে উপস্থিত থাকিব।

ভাৰতীয় বেডমিন্টন জগতত উজলি থকা এটা নাম জ্বালা গুট্টা। বিশেষকৈ ডবলছত অশ্বিনী পুনাপ্পাৰ সৈতে যুটী বান্ধি বহু সফলতাৰ দৃষ্টান্ত দাঙি ধৰিছে জ্বালাই। তেওঁৰ সুবাদতে কমনৱেলথ গেমছত আহিছে পদক।

বিশালৰ সৈতে জ্বালাৰ প্ৰেম বহুদিনীয়া। যোৱা বছৰৰ ছেপ্টেম্বৰত দুয়োজনে সংসাৰ কৰাৰ কথাটো চূড়ান্ত কৰিছিল।

যোৱা বছৰৰ ৭ছেপ্টেম্বৰত জ্বালাৰ জন্মদিনত চিধাই হায়দৰাবাদত গৈ উপস্থিত হয় দক্ষিণৰ অভিনেতাগৰাকী। তাতেই তেওঁ জ্বালাক বিয়াৰ প্ৰস্তাৱ দিয়ে। বিশালৰ এই প্ৰস্তাৱত লগে লগে ৰাজী হৈ যায় জ্বালা।

তাৰপাছৰে পৰা অপেক্ষা আছিল বিয়াৰ দিন-তাৰিখলৈ। বিশালে যোৱা মাহত সোনকালেই সাংসাৰিক জীৱন আৰম্ভ কৰাৰ কথা জনাইছিল। অৱশেষত জ্বালাই ছচিয়েল মিডিয়াত বিয়াৰ তাৰিখো জনালে।

উল্লেখ্য যে এইখন জ্বালাৰ দ্বিতীয় বিবাহ। ইয়াৰ পূৰ্বে ২০০৫চনত বেডমিন্টন খেলুৱৈ চেতন আনন্দৰ সৈতে বিয়া হৈছিল জ্বালাৰ। কিন্তু ২০১১ত তেওঁলোকৰ বিয়া ভাগে। আনহাতে, বিষ্ণু বিশালৰো এয়া দ্বিতীয় বিবাহ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

August 22, 2025 7:30 am
জি এছ টি থাকিব মাত্ৰ ৫ আৰু ১৮ শতাংশ! কেবিনেট বৈঠকত সিদ্ধান্ত; মধ্যবিত্তই সকাহ পাবনে?

জি এছ টি থাকিব মাত্ৰ ৫ আৰু ১৮ শতাংশ! কেবিনেট বৈঠকত সিদ্ধান্ত; মধ্যবিত্তই সকাহ পাবনে?

August 22, 2025 7:25 am
স্বতন্ত্ৰ সাংবাদিকৰ মুখ বন্ধ কৰিবলৈ উঠি-পৰি লাগিছে হিমন্ত! সাংবাদিক অভিষাৰ শৰ্মাৰ বিৰুদ্ধে ৰুজু গোচৰ অসম আৰক্ষীৰ

স্বতন্ত্ৰ সাংবাদিকৰ মুখ বন্ধ কৰিবলৈ উঠি-পৰি লাগিছে হিমন্ত! সাংবাদিক অভিষাৰ শৰ্মাৰ বিৰুদ্ধে ৰুজু গোচৰ অসম আৰক্ষীৰ

August 22, 2025 7:08 am
কেকটাছে ওজন হ্ৰাস, কলেষ্টেৰল নিয়ন্ত্ৰণ, বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰিব পাৰে, জানক সবিশেষ…

কেকটাছে ওজন হ্ৰাস, কলেষ্টেৰল নিয়ন্ত্ৰণ, বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰিব পাৰে, জানক সবিশেষ…

August 22, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

August 22, 2025 7:30 am
জি এছ টি থাকিব মাত্ৰ ৫ আৰু ১৮ শতাংশ! কেবিনেট বৈঠকত সিদ্ধান্ত; মধ্যবিত্তই সকাহ পাবনে?

জি এছ টি থাকিব মাত্ৰ ৫ আৰু ১৮ শতাংশ! কেবিনেট বৈঠকত সিদ্ধান্ত; মধ্যবিত্তই সকাহ পাবনে?

August 22, 2025 7:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd