• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’না সংক্ৰমণৰ মাজতে আজি গৰু বিহু উদযাপন; যোগীবাৰী বিলত গৰু বিহু পালন খুমটাইৰ বিধায়কৰ

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
April 14, 2021 11:58 am
IMG_20210414_113815

খুমটাইৰ বিধায়ক মৃনাল শইকীয়াৰ গৰু বিহু পালন। ফটো: নৰ্থইষ্ট নাও।

257
VIEWS
Share on FacebookShare on Twitter

লাউ খা/বেঙেনা খা/ বছৰে বছৰে  বাঢ়ি যা/বাপেৰ সৰু/ মাৰ সৰু / তই হবি বৰ গৰু। আজি অসমীয়া জাতিৰ পৰম্পৰাগত গৰু বিহু।

আজিৰ দিনটোতেই কৃষিকৰ্ম আৰম্ভণিৰ আগমূহুৰ্তত গোহালিৰ গৰুক মাহ-হালধীৰে গা-পা ধুৱাই খেতিৰ বাবে সাজু কৰে।

অৰ্থাৎ কাইলৈ ১ বহাগ। অসমীয়া বছৰৰ পহিলা তাৰিখ। ইতিমধ্যে কৰ’না সংক্ৰমণৰ দ্বিতীয় ঢৌৰ আতংকই জাতিৰ প্ৰাণ ব’হাগ বিহুটিত কিছু প্ৰভাৱ পেলাইছে যদিও ম্লান পেলাব পৰা নাই অসমীয়াৰ আৱেগক।

অসমীয়া সমাজ জীৱনৰ এৰিব নোৱাৰা ৰঙালী বিহুৰ আজিৰ দিনটো সকলোৰে লগতে গোলাঘাটৰ খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াও ঐতিহাসিক যোগীবাৰী বিলত স্থানীয় লোকৰ সহযোগত গৰুক মাহ-হালধীৰে গা-পা ধুৱাই গৰু বিহু পালন কৰে।

কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগ, চৰকাৰৰ নিৰ্দেশাৱলী অনুসৰণ কৰি ৰঙালী বিহু উদযাপন কৰিবলৈ আহ্বান জনাইছে বিধায়কগৰাকীয়ে।

Recent News

ইংলিচ চেনেলৰ পৰা এভাৰেষ্টলৈ : ৮ মাহত ১৩,০০০ কিঃমিঃ পথ অতিক্ৰম মেৰিন কামাণ্ডাৰৰ

ইংলিচ চেনেলৰ পৰা এভাৰেষ্টলৈ : ৮ মাহত ১৩,০০০ কিঃমিঃ পথ অতিক্ৰম মেৰিন কামাণ্ডাৰৰ

১০ মিনিটৰ বাবে আসনত নাছিল কোনো পাইলট, মাজ আকাশত সংকটত ২০০ যাত্ৰী, শেষত কি হ’ল?

১০ মিনিটৰ বাবে আসনত নাছিল কোনো পাইলট, মাজ আকাশত সংকটত ২০০ যাত্ৰী, শেষত কি হ’ল?

পাকিস্তানৰ প্ৰতিৰক্ষা বাজেটৰ ওপৰত সন্দেহ! আইএমএফৰ কঠোৰ চৰ্ত আৰোপ

পাকিস্তানৰ প্ৰতিৰক্ষা বাজেটৰ ওপৰত সন্দেহ! আইএমএফৰ কঠোৰ চৰ্ত আৰোপ

NIAৰ জালত মণিপুৰৰ হিংসাত্মক কাণ্ডৰ সৈতে জড়িত নিষিদ্ধ সংগঠনৰ সদস্য

NIAৰ জালত মণিপুৰৰ হিংসাত্মক কাণ্ডৰ সৈতে জড়িত নিষিদ্ধ সংগঠনৰ সদস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd