• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জব্দ হ’ল ‘এভাৰ গিভেন’, ৯০০ মিলিয়ন ডলাৰৰ বিনিময়তহে মুকলি কৰি দিব চুৱেজ খাল কৰ্তৃপক্ষই

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2021 5:34 pm
12k
VIEWS
Share on FacebookShare on Twitter

‘এম ভি এভাৰ গিভেন’ (MV Ever Given) নামৰ বৃহদাকাৰ জাহাজখনৰ স্বত্বাধিকাৰৰ পৰা চুৱেজ খাল কৰ্তৃপক্ষই ৯০০ মিলিয়ন ডলাৰ ক্ষতিপূৰণৰ দাবী কৰিছে।

ইতিমধ্যে জাহাজখন চুৱেজ কৰ্তৃপক্ষই ইজিপ্টৰ ‘ইচমাইলিয়া ইকনমিক কোৰ্ট’ৰ নিৰ্দেশ অনুসৰি জব্দ কৰি ৰাখিছে আৰু ক্ষতিপূৰণ পৰিশোধ নকৰালৈকে জাহাজখন মুক্ত কৰি নিদিয়ে।

মঙলবাৰে চুৱেজ কৰ্তৃপক্ষই এই কথা জনাইছে।

উল্লেখযোগ্য যে ২৩ মাৰ্চত ইজিপ্টৰ চুৱেজ খালত জাহাজখন প্ৰায় এসপ্তাহ ধৰি আৱদ্ধ হৈ আছিল।

যাৰ ফলত বিশ্বৰ অৰ্থনীতি অচল হৈ পৰিছিল।

২০০,০০০ টন ওজনৰ জাহাজখন মুকলি কৰিবৰ বাবে বিশেষজ্ঞ উদ্ধাৰকাৰীসকলে ৬ দিন ধৰি দিনে নিশাই কাম কৰিছিল।

চুৱেজ খাল কৰ্তৃপক্ষৰ মতে, জাহাজখন আৱদ্ধ হৈ থকাৰ বাবে ইজিপ্টই প্ৰতি দিনাই খালটোৰ পৰা ১২ৰ পৰা ১৫ মিলিয়ন ডলাৰ ৰাজহৰ লোকচানৰ সম্মুখিন হ’ব লগা হৈছিল।

উল্লেখযোগ্য যে বিশ্বৰ ব্যৱসায়জগতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ চুৱেজ খাল হৈছে ইজিপ্টৰ এটা মূল অৰ্থনৈতিক সম্পদ।

খালটোৰ পৰা ২০১৯-২০ বিত্তীয় বৰ্ষত দেশখনে ৫.৭ বিলিয়ন ডলাৰ ৰাজহ আয় কৰিছিল।

তদুপৰি উদ্ধাৰকাৰ্যতো খালটো ব্যাপকভাৱে ক্ষতিসাধন হোৱা বুলি কৰ্তৃপক্ষই জনাইছে।

উল্লেখযোগ্য যে জাহাজখনৰ স্বত্বাধিকাৰ হৈছে জাপানৰ ব্যৱসায়ী শ্বৱেই কিছেন কাইছা।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী দুয়ো পক্ষৰ পৰা এই সম্পৰ্কত আলাপ-আলোচনা চলি আছে।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd