• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আক্ৰমণৰ সম্মুখীন হ’ল নামী-দামী খেলুৱৈৰে ভৰ্তি এখন বাছ, ভাঙিলে বাছৰ খিৰিকী, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 15, 2021 12:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
বিশ্বৰ নামী দামী তাৰকাৰে ভৰি থকা এখন বাছ সম্মুখীন হ’ল তীব্ৰ আক্ৰমণৰ।

এটা অচিনাক্ত দুৰ্বৃত্তৰ দলে বাছখনলৈ বিভিন্ন সামগ্ৰী নিক্ষেপ কৰে।

আনকি বাছখনৰ এখন খিৰিকীও ভাঙি পৰে।

Apply Now

যাৰ ফলত কথমপি ৰক্ষা পৰে তাৰকাসকল।

আৰক্ষীয়ে ইতিমধ্যে ৪০০ জন লোকক এই ঘটনা সম্পৰ্কত আটক কৰিছে।

ইংলেণ্ডৰ লিভাৰপুলত সংঘটিত হৈছে এই ঘটনা।

ইউৰোপৰ ফুটবল ক্লাবসমূহৰ যুদ্ধক্ষেত্ৰস্বৰূপ উৱেফা চেম্পিয়নছ লীগৰ এখন কোৱাৰ্টাৰ ফাইনেলৰ আগমূহূৰ্তত ঘটা এই কাণ্ডই ফুটবলপ্ৰেমীসকলক হতচকিত কৰিছে।

লিভাৰপুলৰ এনফিল্ড ফুটবল ষ্টেডিয়ামত বুধবাৰে ইংলেণ্ডৰ আগশাৰীৰৰ ক্লাব লিভাৰপুল আৰু স্পেইনৰ ৰিয়েল মাদ্ৰিদৰ মাজত কোৱাৰ্টাৰ ফাইনেলখনৰ চেকেণ্ড লেগ অনুষ্ঠিত হৈ যায়।

ইয়াৰ পূৰ্বৰ ফাৰ্ষ্ট লেগ মেচখনত ৰিয়েল মাদ্ৰিদ ৩-১ গ’লত আগবাঢ়ি আছিল।

যোৱাকালিৰ চেকেণ্ড লেগ মেচখন ড্ৰ হয়।

যাৰ ফলত ৰিয়েল মাদ্ৰিদ চেম্পিয়নছ লীগৰ চেমি ফাইনেলত প্ৰৱেশ কৰে।

চেমি ফাইনেলত ক্লাবটো মুখামুখি হ’ব ইংলেণ্ডৰে আন এটা ক্লাব চেলছিৰে।

এই বিজয়েৰে ৰিয়েল মাদ্ৰিদে ১৩ বাৰকৈ লীগটোৰ চেমি ফাইনেলত প্ৰৱেশ কৰি অভিলেখ সৃষ্টি কৰিলে।

মেচখনৰ মুখ্য আকৰ্ষণ আছিল সাম্প্ৰতিক সময়ৰ অন্যতম শ্ৰেষ্ঠ তাৰকা মহম্মদ ছালেহ।

ছালেহৰ ওপৰতে লিভাৰপুলৰ ভাগ্য নিৰ্ভয় কৰাৰ বিপৰীতে ৰিয়েল মাদ্ৰিদৰ বিজয়ত মুখ্য ভূমিকা লৈছিল তাৰকা ফুটবলাৰ লুকা মড্ৰিক, ভিনিচিয়াছ জুনিয়ৰ, কৰিম বেনজেমা ইত্যাদিয়ে।

আনহাতে, চেম্পিয়নছ লীগৰ কোৱাৰ্টাৰ ফাইনেল চেকেণ্ড লেগৰ আন এখন মেচত মানচেষ্টাৰ চিটিয়ে পৰাস্ত কৰে বৰোছিয়া ডৰ্টমুণ্ডক।

ইংলেণ্ডৰ ক্লাব মানচেষ্টাৰ চিটিয়ে জাৰ্মান ক্লাব ডৰ্টমুণ্ডক মেচখনত ২-১ ব্যৱধানত পৰাস্ত কৰে।

ইয়াৰ পূৰ্বৰ ফাৰ্ষ্ট লেগৰ মেচখনতো মানচেষ্টাৰ চিটি  ২-১ ব্যৱধানত আগবাঢ়ি আছিল।

যাৰ ফলত দুয়োখন মেচ মিলাই ক্লাবটোৱে ৪-২ ব্যৱধানত বিজয়ী হৈ চেমি ফাইনেলত প্ৰৱেশ কৰে।

মানচেষ্টাৰ চিটিৰ হৈ গ’ল দুটা দিয়ে ৰিয়াদ মাহৰেজ আৰু ফিল ফ’ডেনে।

চেমি ফাইনেলত ক্লাবটো ফ্ৰান্সৰ ক্লাব পেৰিছ-চেইণ্ট জাৰ্মানৰে মুখামুখি হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

June 25, 2026 6:38 pm
বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

June 25, 2026 5:47 pm
গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

June 25, 2026 5:35 pm
পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

June 25, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

June 25, 2026 6:38 pm
বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

June 25, 2026 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd