• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উত্তপ্ত নির্বাচন : দুটা বেলট বাকচ চুৰি; গ্ৰেপ্তাৰ হ’ল এগৰাকী প্ৰাৰ্থীৰ ৮ গৰাকী সমৰ্থক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 16, 2021 7:19 am
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যেন নৈৰাজ্যই বিৰাজ কৰিছে বিজেপি শাসিত যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্ৰদেশত!

ইটোৰ পিছত সিটো জঘন্য অপৰাধমূলক ঘটনা ওৰ নপৰা উত্তৰ প্ৰদেশত এইবাৰ আইন শৃংখলাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি পঞ্চায়ত নিৰ্বাচনৰ এগৰাকী প্ৰাৰ্থীৰ সমথকে দুটাকৈ বেলট বাকচ চুৰি কৰিছে।

Apply Now

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে ৰাজ্যখনৰ পঞ্চায়ত নিৰ্বাচনৰ আগ্ৰাৰ গ্ৰাম্য সমষ্টিৰ ৰিহাৱলী গাঁও পঞ্চায়তৰ প্ৰধান পদৰ দুই প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত এক ৰক্তক্ষয়ী সংঘৰ্ষৰ সূত্ৰপাত হয়।

উক্ত সংঘৰ্ষৰ সময়তে এজন প্ৰাৰ্থীৰ সমৰ্থকে দুটাকৈ বেলট বাকচ চুৰি কৰি নিয়ে।

সংঘৰ্ষত চাৰিজন লোক গুৰুতৰভাৱে আহত হৈছে আৰু তেওঁলোকক এছএন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়।

আগ্ৰাৰ সহকাৰী আৰক্ষী অধীক্ষক মুনীৰাজে সংবাদ মাধ্যমক জনোৱা অনুসৰি উক্ত ঘটনাত জড়িত থকাৰ অভিযোগত ৮ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

এই ঘটনাৰ পিছতে উক্ত ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ বাবে নিৰ্বাচন আয়োগৰ ওচৰত অনুৰোধ জনোৱা বুলি প্ৰকাশ কৰিছে জিলা দণ্ডাধীশ প্ৰভু নাৰায়ণ সিঙে।

“ভোটগ্ৰহণ কেন্দ্ৰটোত আমি পুনৰ ভোটগ্ৰহণ কৰাৰ লগতে দোষীসকলক কঠোৰতম শাস্তি প্ৰদানৰ বাবে অনুৰোধ জনাইছো।” জিলা দণ্ডাধীশ সিঙে সংবাদিকৰ আগত কয়।

উল্লেখ্য যে চাৰিটা পৰ্যায়ত অনুষ্ঠিত হোৱা উত্তৰ প্ৰদেশ পঞ্চায়ত নিৰ্বাচনক আগন্তুক ৰাজ্যখনৰ ২০২২ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ছেমি ফাইলেন ৰূপে চিহ্নিত কৰা হৈছে।

বৃহস্পতিবাৰে ৰাজ্যখনৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায় ভোটগ্ৰহণত ৰাজ্যখনৰ ১৮ খন জিলাৰ ২.২১ লাখ বিভিন্ন স্তৰৰ আসনৰ বাবে ৩.৩৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd