• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগ্ৰীজুলিত মেথোনৰ আক্ৰমণত আঠ গৰাকী লোক আহত

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
April 17, 2021 10:24 am
a meth
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহুৰ আনন্দ উল্লাসৰ মাজতে আজি নাগ্ৰীজুলিৰ সাহপুৰ গাঁওত দুটাকৈ বনৰীয়া গৰু ( মেথোন) আবিৰ্ভাৱ হৈ গাঁও খনত তীব্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰে।

জানিব পৰা মতে গাঁওবাসীয়ে কালি পুৱা ৮-০০ মান বজাত গাঁওখনত দুটা মেথোন প্ৰত্যক্ষ কৰে। লগে লগে গাঁওখনত তীব্ৰ আতংকৰ সৃষ্টি হয়। লগে লগে গাঁও খনত হাহাকাৰ লাগে আৰু মেথোন দুটা চাবলৈ অগণন লোক সমবেত হয়।

Apply Now

ৰাইজৰ হাই উৰুমীৰ মাজত মেথোন দুটা অধিক আক্রমণাত্মক হৈ পৰে আৰু ৰাইজক আক্ৰমণ কৰে। খবৰ পোৱাৰ লগে লগে নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ দাসৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দল সাহপুৰ গাঁওত উপস্থিত হয়।

আনফালে খবৰ লাভ কৰি কুমাৰীকাটা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ পৰা বনাঞ্চলিক বিষয়া প্ৰণৱ দাসৰ নেতৃত্বত এটি বন বিভাগৰ দলৰ লগতে তামুলপুৰ বনাঞ্চলিক কাৰ্য্যালয়ৰ বন বিষয়া-কৰ্মচাৰীৰ দল ও গাঁওখনত উপস্থিত হয়। মানস শশী খুঙ্গুৰ ইক’ টুৰিজিম চ’চাইটি নামৰ স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মী আহিও গাঁও খনত উপস্থিত হয়।

ইতিমধ্যে পুৱাৰ পৰা বনৰীয়া মেথোন দুটাৰ ধাৰাবাহিক আক্ৰমণৰ ফলত সাহপুৰ গাঁওৰ চুফিয়া খাতুন, বাসন্তী দাস, নুৰুল হুছেইন, তবিবৰ ৰহমান, ছালাম আলী, ডোঙাৰগাঁওৰ সমীন বায়ন, ১ নং কালচেনী গাঁওৰ মুকুন্দ কলিতা, আৰু বন বিভাগৰ হীৰেন বড়ো নামৰ লোক এজন সহ মুঠ আঠ গৰাকী লোক মেথোন দুটাৰ আক্ৰমণত আহত হয়।

আহত আটাইকেইগৰাকী লোকক প্ৰথমে নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয়। ইয়াৰে গুৰুতৰ ভাৱে আহত নুৰুল হুছেইন, সমীন বায়ন আৰু মুকুন্দ কলিতাৰ আঘাত গুৰুতৰ হোৱাত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

ইপিনে মেথোনৰ ধাৰাবাহিক আক্ৰমণত আঠ জনকৈ লোক আহত হোৱাৰ পিছত স্থানীয় লোক ক্ষোভিত হৈ পৰে আৰু বন বিভাগৰ এখন গাড়ীত আক্ৰমণ কৰে আৰু উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয়। বাতৰি লিখাৰ পৰলৈকে মেথোন দুটাই গাঁও খনত আতংকৰ সৃষ্টি কৰি আছে।

আৰক্ষী আৰু বন বিভাগৰ লোকে গাঁও খনত তহল দি আছে যদিও মেথোন দুটাক খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই। কুমাৰীকাটা বানাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ আঞ্চলিক বন বিষয়া প্ৰণৱ দাসে সংবাদ মাধ্যমৰ আগত কয়- ”মেথোন দুটা ভূটান সীমান্তৰ পাহাৰৰ পৰা বাল্টি নদীৰ বুকুৱেদি আহি গাঁও খনত প্ৰৱেশ কৰা বুলি ধাৰণা কৰা হৈছে। মেথোন দুটাক ট্ৰেংকুলাইজ কৰি ধৰিব লাগিব। ইয়াৰ বাবে আমি ইতিমধ্যে মানস অভয়াৰণ্যৰ বিশেষজ্ঞ দলৰ লগত যোগাযোগ কৰিছো। যদি নিশাৰ ভাগত মেথোন দুটা পাহাৰলৈ উভতি নাযায় তেন্তে কাইলৈ মেথোন দুটাক ট্ৰেংকুলাইজ কৰি ধৰাৰ ব্যৱস্থা কৰা হব। ”

 

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm
পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd